• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

1 year ago
কপিল শৰ্মা

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

16 hours ago
আৰক্ষী

মহানগৰীৰ আৰক্ষী বিষয়া, সাংবাদিকে কেনেকৈ আত্মসাৎ কৰিছিল লাখ লাখ টকা?

18 hours ago
কোহলী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টি-২০, এদিনীয়া নেখেলে কোহলীয়ে!

2 days ago
AIUDF

লোকসভা নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটক সমৰ্থন কৰিব AIUDF -এ!

2 days ago
অনুষ্কা

মৃত্যুৰ পূৰ্বে ৰাহুললৈ কি মেছেজ দিছিল অনুষ্কাই?

2 days ago
সোণ

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

3 days ago
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

4 days ago
২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

4 days ago
এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

এই ৭বিধ সামগ্ৰী আপোনাৰ সপোনলৈ বাৰে বাৰে আহে? এই ৭সপোনতেই বুজিব আপুনি পূৰ্বজন্মত কি আছিল?

4 days ago
ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

ভঙাৰ পথত মেছিৰ বিবাহ! মেছিৰ পৰকীয়া সম্পৰ্কক লৈ তোলপাৰ ফুটবল বিশ্ব

4 days ago
এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

এতিয়াৰে পৰা বজাৰত নাপাব লোহাৰ চিলিণ্ডাৰ! LPGক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ

4 days ago
সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

সোমবাৰে ৰাস পূৰ্ণিমাৰ দিনাই সিদ্ধা যোগ, শ্ৰী কৃষ্ণৰ দয়াত ভাগ্য খুলিব এই ৫ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
Friday, December 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে

editor by editor
July 27, 2022
in বিশ্ব, ভাৰত, স্বাস্থ্য
0
মানৱতাৰ উকৃষ্ট নিৰ্দশন! পাকিস্তানী কিশোৰীক সুস্থ কৰি তুলিলে ভাৰতীয় চিকিৎসকে
0
SHARES
782
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱতাৰ এক উকৃষ্ট নিৰ্দশন প্ৰদৰ্শন কৰি দিল্লীৰ এগৰাকী চিকিৎসক সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷ মানৱ দৰদী এই চিকিৎসকগৰাকীৰ হৈছে ডাঃ ৰাজজগোপালন কৃষ্ণন৷ তেওঁ দিল্লীৰ এপ’লৰ হাস্পতালত কৰ্মৰত৷

ডাঃ কৃষ্ণনে বিনামূলীয়াকৈ এগৰাকী পাকিস্তানী কিশোৰীক চিকিৎসা কৰি আৰোগ্য কৰি তুলিলে৷ ইয়াৰ পিছতে মানৱদৰদী চিকিৎসক ডাঃ ৰাজগোপালন কৃষ্ণনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷

আফছিন নামৰ পাকিস্তান ১২ বছৰীয়া কিশোৰীগৰাকীৰ ডিঙিটো প্ৰায় ৯০ ডিগ্ৰী বেঁকা হৈ আছিল। আফছিনে মাত্ৰ ১০ মাহ বয়সত জ্যেষ্ঠ ভগ্নীৰ কোলাৰ পৰা তললৈ পৰি যোৱাৰ পিছতে ডিঙিটো এইদৰে বেঁকা হৈ পৰিছিল৷

 

লগতে পঢ়ক ৰক্ষকেই ভক্ষক! ভুৱা গোচৰ ৰুজু কৰি ধন লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষী বিষয়া!

পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাসিন্দা কিশোৰীগৰাকীয়ে বেঁকা ডিঙিৰে ১১ টা বছৰ অতিক্ৰান্ত কৰে৷ উপযুক্ত চিকিৎসাৰ অভাৱতে কিশোৰীগৰাকীয়ে এক দুৰ্বিষহ জীৱন যাপন কৰি আহিছিল৷

ইফালে আফছিনে Cerebral Palsy ৰোগতো আক্ৰান্ত হয়৷ এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত কিশোৰীগৰাকীৰ বিষ দুগুণ বৃদ্ধি পাইছিল৷ পৰিয়ালৰ লোকে তেওঁক বহু চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল যদিও কোনো সুফল নাপালে।

আফছিনে উপযুক্ত চিকিৎসা লাভ কৰা নকৰাৰ বাবে স্কুললৈও যাব পৰা নাছিল৷ ইমানেই নহয়, খোৱা-বোৱা, খোজ কঢ়া, কথা কোৱা আদি দৈনন্দিন কাম-কাজো ভালদৰে কৰিব পৰা নাছিল।

 

লগতে পঢ়ক বৰ্ধিত ওজনে নাৰী-পুৰুষ উভয়ৰে বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি? জানিবলৈ চাওক…

এজন ব্ৰিটিছ সাংবাদিকে আফছিনৰ অৱস্থাৰ বিষয়ে এখন প্ৰতিবেদন লিখে। এই প্ৰতিবেদনখনৰ যোগেদিয়ে ডাঃ কৃষ্ণনৰ সৈতে কিশোৰীগৰাকীৰ পৰিয়ালৰ সংযোগ স্থাপন হয়৷ আফছিনৰ পৰিয়ালে ডাঃ কৃষ্ণনৰ সংস্পৰ্শলৈ আহে আৰু ডাঃ কৃষ্ণনে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ প্ৰস্তাৱ দিয়ে।

ইয়াৰ পাছতে কিশোৰীগৰাকীৰ ১২ বছৰৰ বয়সত দিল্লীৰ এপ’ল হাস্পতালৰ চিকিৎসক ডাঃ ৰাজগোপালন কৃষ্ণনে চিকিৎসা আৰম্ভ কৰে৷ ডাঃ কৃষ্ণনে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা আৰম্ভ কৰাৰ লগতে চাৰিটাকৈ ব্যয়বহুল অস্ত্ৰোপচাৰ সম্পন্ন কৰে৷ এইদৰেই কিশোৰীগৰাকীয়ে সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ আহে৷

ডাঃ কৃষ্ণনৰ চিকিৎসাত সম্পূৰ্ণ নিৰোগী হৈ পৰাৰ পিছতে আফছিনৰ পৰিয়ালে চিকিৎসকগৰাকীক ভগৱানৰ সৈতে তুলনা কৰিছে৷ বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আফছিনৰ ভাতৃ য়াকুবে কয় যে আমি অতি সুখী। ডাক্তৰে ভগ্নীৰ জীৱন ৰক্ষা কৰিলে। তেওঁ আমাৰ বাবে ঈশ্বৰ।

 

লগতে পঢ়ক ৰণবীৰৰ নগ্ন ফ’টোশ্বুট কোনে কৰিছিল? ক’ত কৰা হৈছিল? কিমান সময় লাগিছিল?

উল্লেখ্য যে এই পৰিয়ালটোৱে পাকিস্তানৰ পৰা ২০২১ চনৰ নৱেম্বৰ মাহত চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল। ইয়াৰ বাবে তেওঁলোকে অনলাইন ফাণ্ডৰো সহায় লৈছিল। কিশোৰীগৰাকীৰ ভাতৃয়ে প্ৰকাশ কৰিছে ডাঃ কৃষ্ণনে চাৰিওটা অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালটোৰ পৰা এটকাও লোৱা নাছিল৷

ইফালে ডাঃ ৰাজগোপালন কৃষ্ণনে জটিল অস্ত্ৰোপচাৰ সফল কৰি তোলে। অৱশ্যে ডাঃ ৰাজাগোপালনে জনোৱা মতে আফচিনে এতিয়াও নিয়মীয়া স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিব লাগিব।

ডাঃ কৃষ্ণনে কয় যে তেওঁ ভিডিঅ’ কলৰ জৰিয়তে প্ৰতি সপ্তাহত এই কিশোৰাগৰাকীৰ খবৰ ৰখাৰ সিদ্ধান্ত লৈছে।

ডাঃ কৃষ্ণন আৰু তেওঁৰ দলটোৰ এনে বদান্যতাৰ বাবে ভাৰতসহ পাকিস্তানৰ লগতে ভাৰতৰ সচেতন জনতাৰো প্ৰশংসা লাভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপিল শৰ্মা
বিনোদন

খঙত অগ্নিশৰ্মা কমেডি কিং কপিল শৰ্মা

November 30, 2023
সোণ
ভাৰত

৯৯ টকাৰ পৰা ৬০ হাজাৰলৈ… চকু কপালত উঠা সোণৰ দামৰ পাৰ্থক্য

November 28, 2023
নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ
জীৱনশৈলী

নাথুৰাম গডছেৰ অন্তিম ভাষণত তেওঁ কি কৈছিল জানেনে? ৬০ বছৰৰ পাছত পোহৰলৈ আহিল সেই নিষিদ্ধ ভাষণ

November 27, 2023
২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?
ভাৰত

২০১৩-১৮ বৰ্ষত কাৰ দখলত আছিল ৫ ৰাজ্য? ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে কাৰ বাবে আনিব ভাল খবৰ?

November 27, 2023
Next Post
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ জনতাৰ হাহাকাৰ! পত্নীৰে উষ্ণ অলিংগনৰ ফ’টোশ্বুট ৰাষ্ট্ৰপতি জেলেনস্কিৰ

এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

এবাৰ নহয়, দুবাৰকৈ ছাত্ৰীক ধৰ্ষণ মাতৃৰ পৰিচিত লোকৰ, মৃত্যুৰ ভাবুকি প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.