• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

4 years ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

3 minutes ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

1 hour ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

2 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

3 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

13 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

13 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

13 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

14 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

14 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

15 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

editor by editor
August 4, 2022
in বিবিধ, ভাৰত
0
চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি
0
SHARES
931
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতবৰ্ষৰ চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থাৰ কথা ক’বলৈ গ’লে কৈনো কৈ ওৰকে নপৰে ধৰণৰ কথাহে হয়৷ অৰ্থাৎ আন দিশত নহ’লেও আন্তঃগাথনিৰ দুৰাৱস্থাৰ ক্ষেত্ৰত ভাৰতৰ বিদ্যালয়সমূহ শীৰ্ষস্থানত থাকে৷ অৱশ্যে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহক ইয়াৰপৰা বাহিৰত ৰাখিব লাগিব৷

এনে এক আন্তঃগাথনিৰ দুৰাৱস্থাত ভাৰাক্ৰান্ত এখন বিদ্যালয়ত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা৷ সংশ্লিষ্ট বিদ্যালয়খন হৈছে দক্ষিণৰ ৰাজ্য তেলেংগানাৰ৷ তেলেংগানাৰ কামৰেড্ডী জিলাৰ চৰকাৰী ছোৱালী গুৰুকুল আৱাসিক বিদ্যালয়ত ১০ গৰাকী শিক্ষাৰ্থীয়ে নিগনিয়ে কামোৰাৰ ফলত আহত হৈছে৷

আহত ছাত্ৰীকেইগৰাকীক চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে৷

লগতে পঢ়ক আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যৰ টি আৰ এছ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিৰোধী বিজেপিয়ে৷ বিজেপিয়ে চৰকাৰক সমালোচনা কৰি শিশুসকলৰ বাবে নিৰাপদ পৰিবেশ গঢ়ি তোলাৰ দাবী জনাইছে।

স্মৰ্তব্য যে  ইয়াৰ পূৰ্বেও তেলেংগানাত এনে ঘটনা সংঘটিত হৈ আহিছে৷ চলিত বৰ্ষৰ মাৰ্চ মাহত ৱাৰাংগলৰ মহাত্মা গান্ধী চৰকাৰী চিকিৎসালয়ত ৰোগীক এন্দুৰে কামোৰাৰ এক ঘটনা পোহৰলৈ আহিছিল। নিগনিয়ে আই চি ইউত প্ৰৱেশ কৰি ৰোগীক কামুৰিছিল।

ইফালে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰঙাৰেড্ডী জিলাৰ আন এখন চৰকাৰী আৱাসিক বিদ্যালয়ত ৯ গৰাকী ছাত্ৰ-ছাত্ৰীক এন্দুৰে কামুৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 aaxom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRat biteRat bite girl students
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
Next Post
অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য

বেংকৰ পৰা ৩৫ লাখ টকা লৈ উধাও ১০ বছৰীয়া শিশু! চিচিটিভিত কেমেৰাত বন্দী দৃশ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.