• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

4 years ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

42 minutes ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

1 hour ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

2 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

4 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

5 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

6 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

21 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

21 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

22 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

23 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

editor by editor
August 4, 2022
in অসম, চিনেমা, বিশ্ব
0
আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে ৰাজ্যসহ দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে ভেলেজ ৰকষ্টাৰ, বুলবলু কেন ছিং ছবিৰ নিৰ্দেশিকা তথা অসমৰ আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালিকা ৰীমা দাসে৷

বিশ্বৰ অন্যতম প্ৰসিদ্ধ চলচ্চিত্ৰ মহোৎসৱ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে ৰীমা দাসৰ নৱতম ছবি  Tora’s Husbandএ৷ ছবিখনে মহোৎসৱখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰত স্থান লাভ কৰি পুনৰ অসমীয়া ছবি জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

উল্লেখ্য যে বিশ্বৰ অন্যতম প্ৰসিদ্ধ তথা শ্ৰেষ্ঠ এই ছবি মহোৎসৱৰ ৱৰ্ল্ড প্ৰিমিয়াৰলৈ বিশ্বৰ বিভিন্ন ভাষাৰ মাত্ৰ ১০ খন ছবিকহে বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত ৰীমা দাসৰ তৰা’জ হাজবেণ্ড (Tora’s Husband) নামৰ ছবিখনেও স্থান লাভ কৰিছে।

লগতে পঢ়ক কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

এই ১০খন ছবিয়ে বেষ্ট প্লেটফৰ্ম প্ৰাইজৰ যোগ্যতাও অর্জন কৰিছে। এই বঁটাৰ মূল্য ২০,০০০ চিএডি। ১০ খন ছবিৰ ভিতৰত বিচাৰকে বাছনি কৰা শ্ৰেষ্ঠ ছবিখনক এই বঁটা প্ৰদান কৰা হ’ব।

তৰা’জ হাজবেণ্ডএ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে ছবিখনৰ পৰিচালক-নিৰ্মাতা ৰীমা দাস, কলা-কুশলীসকলৰ লগতে অসমবাসী।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰীমা দাসে ভেলেজ ৰকষ্টাৰ আৰু বুলবুল কেন ছিং ছবি নিৰ্মাণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভুয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷

লগতে পঢ়ক পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

উক্ত দুয়োখন ছবিয়ে বিশ্বৰ আগশাৰী ছবি মহোৎসৱসমূহত প্ৰদৰ্শিত হোৱাৰ লগতে বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল৷

ভেলেজ ৰকষ্টাৰএ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে ভাৰতৰ পৰা অস্কাৰলৈ মনোনয় লাভ কৰিছিল৷

ৰীমা দাসৰ নৱতম ছবি তৰা’জ হাছবেণ্ডএ টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ পিছতে অসমীয়া চলচ্চিত্ৰমোদীয়ে উৎফুল্লিত হৈ পৰা দেখা গৈছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrima dasTaranto International Film FestivalTora's Husband
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

August 17, 2026
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ
অসম

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

August 17, 2026
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
Next Post
#BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?

#BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?

চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.