• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

1 year ago
ইলেক্ট্ৰন জগতৰ দুৱাৰ খুলি পদাৰ্থ বিজ্ঞানত নোবেল লাভ কৰিলে তিনি বিজ্ঞানীয়ে

3 hours ago
ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?

4 hours ago
হাতত থকা ফোনটোতেই লাভ কৰিব ভূমিকম্পৰ এলাৰ্ট, এলাৰ্ট পাবলৈ কি কৰিব লাগিব আপুনি?

7 hours ago
এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

8 hours ago
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?

1 day ago
কৰ’না ভেকছিন তৈয়াৰত বিশেষ অৱদানৰ বাবে এই বৰ্ষৰ চিকিৎসাৰ নোবেল কেটলিনা আৰু ওইছমেনলৈ

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

১৫৪ সংখ্যক ওপজা দিনত চৰ্চাঃ মহাত্মা গান্ধীয়ে প্ৰধানমন্ত্ৰী হিচাপে জৱাহৰলাল নেহৰুক কিয় বিচাৰিছিল?

দেশ স্বাধীন কৰাত তেওঁৰ ভূমিকা অপৰিহীম! স্বাধীনতাৰ উৎসৱ দেশবাসীয়ে উদযাপন কৰাৰ সময়ত গান্ধীজীয়ে নিজকে কিয় গৃহবন্দী কৰিছিল? গান্ধী জয়ন্তীত মহাত্মা গান্ধীৰ অজানা কথা

এলিয়েন বিচাৰি এনেই অভিযান চলোৱা নাই বিজ্ঞানীয়ে! বিজ্ঞানীয়ে ব্ৰহ্মাণ্ডত পাইছে বিশেষ ক্লু, চিলিৰ পৰা কেনেকৈ বিজ্ঞানীয়ে চাব অন্যান্য নক্ষত্ৰক প্ৰদক্ষিণ কৰা গ্ৰহ?

2 days ago
সোমবাৰে ২ শুভ যোগত ভাগ্য খুলিব এই ৫ ৰাশিৰ, কোনকেইটা ৰাশিৰ জাতকৰ ভাগ্য উদয় হ’ব

  • About
  • Advertise
  • Careers
Tuesday, October 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

editor by editor
August 3, 2022
in অপৰাধ, ভাৰত
0
পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত
0
SHARES
72.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক চাঞ্চল্যকৰ খবৰে সংবাদ মাধ্যমৰ শিৰোমান দখল কৰিছে৷ এগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত স্বামীয়ে ১০ বছৰৰ কাৰাবাসৰ ৰায় প্ৰদান কৰাৰ পাছতে মহিলাগৰাকী জীৱন্ত অৱস্থাত উদ্ধাৰ হৈছে৷ ইয়াৰ পিছতে স্তম্ভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে আৰক্ষী প্ৰশাসনো৷

ঘটনাটো উত্তৰ প্ৰদেশৰ বহৰইশৰ জামাপুৰৰ৷ ঘটনাৰ বিৱৰণীৰ মতে জামাপুৰৰ নিৱাসী কান্ধাইৰ নামৰ লোকজনৰ সৈতে ৰামৱতী নামৰ মহিলাগৰাকীৰ বিবাহ সম্পন্ন হৈছিল৷ বিয়াৰ পাছত সংসাৰ ঠিকে চলি থাকিলেও ২০০৯ চনত হঠাতে পত্নী ৰামৱতী ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়৷

ৰামৱতীয়ে নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ লোকে পত্নীৰ নিৰুদ্দেশৰ বাবে স্বামী কান্ধাইৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অপহৰণৰ গোচৰ ৰুজু কৰে৷ উক্ত গোচৰটো আদালতত বিচাৰ চলে আৰু আদালতে কান্ধাইয়ে পত্নীক হত্যা কৰা বুলি ৰায় দি ২০১৭ চনত ১০ বছৰৰ কাৰাদণ্ড বিহে৷

লগতে পঢ়ক ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

নিম্ন আদালতৰ শাস্তি ৰায় প্ৰদানৰ পিছতে কান্ধাইক জে’ললৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ পিছতে নিম্ন আদালতৰ উক্ত ৰায়ৰ বিৰুদ্ধে কান্ধাইয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি প্ৰায় ৬ মাহৰ পাছতে জামিন লাভ কৰে৷

ইফালে যোৱা শনিবাৰে হঠাতে কান্ধাইৰ পত্নী ৰামৱতীক সুশৰীৰেৰে প্ৰত্যক্ষ কৰাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়৷ জানিব পৰা মতে কান্ধাইৰ এজন আত্মীয়ই ৰামৱতীক ভগ্নীৰ ঘৰত প্ৰত্যক্ষ কৰে৷ লোকজনে ৰামৱতীক প্ৰত্যক্ষ কৰাৰ লগে লগে কান্ধাইক এই বিষয়ে অৱগত কৰে৷

লগতে পঢ়ক মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

ইয়াৰ পাছতে কান্ধাইয়ে ততাতৈয়াকৈ আত্মীয়ৰ সৈতে আৰক্ষীক এই বিষয়ে অৱগত কৰে আৰু পিছত ৰামগাঁৱৰ SHO সঞ্জয় সিঙৰ নেতৃত্বত মহিলা আৰক্ষীসহ এটা আৰক্ষী দলে ৰামৱতীক প্ৰত্যক্ষ কৰা স্থানত উপস্থিত হয়৷

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে ৰামৱতীক ৱান ষ্টপ চেণ্টাৰত ৰখা হৈছে য’ত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মহিলাসকলক আশ্ৰয় দিয়া হয়। আৰক্ষীয়ে ৰামৱতীক আদালতত হাজিৰ কৰোৱায়৷

এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে দেশত বহু নিৰপৰাধী লোকে ভুৱা গোচৰত অভিযুক্ত হৈ ন্যায়ৰ নামত অন্যায়ৰহে বলি হৈছে৷ অৰ্থাৎ নিৰপৰাধী লোকে ভুৱা গোচৰত শাস্তি ভুগি অহাটোকে যেন প্ৰমাণ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom lived 24 digitalBahraich Newsbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইন্দিৰা গান্ধীয়ে ১৯ মাহ কাৰাগাৰত ৰখা জনতা পাৰ্টিৰ নেতাই ১৯ ঘণ্টাৰ বাবেও কিয় কাৰাগাৰত ৰাখিব পৰা নাছিল ইন্দিৰা গান্ধীক? ইন্দিৰা গান্ধীক হেণ্ডকাফ লগাবলৈ কিয় সাহস কৰা নাছিল তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে?
ভাৰত

October 3, 2023
লক্ষ্মী পূৰ্ণিমা আৰু চন্দ্ৰগ্ৰহণ একেদিনাই, এইবাৰ লক্ষ্মী পূজা কেনেকৈ কৰিব?
জীৱনশৈলী

October 2, 2023
২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত
জীৱনশৈলী

২০২৫ পৰ্যন্ত ৰাজসুখ ৩ ৰাশিৰ ভাগ্যত, শনিৰ কৃপা থাকিব এই তিনি ৰাশিৰ ওপৰত

October 2, 2023
তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম
জীৱনশৈলী

তিথি নাজানিলে কেতিয়াকৈ পূৰ্বপুৰুষৰ শ্ৰাদ্ধ কৰিব? পিতৃতৰ্পণত মানি চলক এইকেইটা নিয়ম

October 2, 2023
Next Post
কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

আজি ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস, আপুনিও জনাওক শুভকামনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন