• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

4 years ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 minutes ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

29 minutes ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

42 minutes ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

11 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

12 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

12 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

13 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

13 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

14 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

15 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

15 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

editor by editor
August 3, 2022
in অসম, ক্ৰীড়া
0
ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কমনৱেলথ গেমছত ইতিহাস ৰচি লন বলত স্বৰ্ণ জয়ী কৰাৰ পিছতে গোলাঘাটৰ নয়নমণি শইকীয়াক পদোন্নতি দিয়া হৈছে৷

স্মৰ্তব্য যে বিশ্বত ৰাজ্য, দেশৰ লগতে নিজৰো নাম উজলাই তোলা নয়নমণি শইকীয়া দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰূপে কৰ্মৰত আছিল৷

কমলৱেলথ গেমছত স্বৰ্ণ জয়েৰে ইতিহাস ৰচাৰ পিছতে নয়নমণি শইকীয়াক কনিষ্টবল পদৰ পৰা সহকাৰী কমাণ্ডেণ্ট পদলৈ পদোন্নতি দিয়া হৈছে৷

লগতে পঢ়ক খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?

উল্লেখ্য যে গোলাঘাটৰ এখন সৰু গাঁৱৰ পৰা গৈ কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাস ৰচিলে নয়নমণি শইকীয়াই।

কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পূৰ্বে নয়নমণি শইকীয়াই ২০১১ আৰু ২০১৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একক আৰু দলীয় শাখাৰ দুয়োটাতে স্বৰ্ণ জয় কৰিছিল। ইয়াৰ পূৰ্বে ২০১২ চনত অনুষ্ঠিত ২৫ অনুৰ্ধ্বৰ এছিয়ান লন বল চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছিল নয়নমণিয়ে।

লগতে পঢ়ক হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!  

২০২২ চনত ইতিহাস ৰচিবলৈ সক্ষম হোৱা নয়নমণি শইকীয়াই বিগত ২০১৪ আৰু ২০১৮ চনৰ কমনৱেলথ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

ইফালে এগৰাকী ভাৰোত্তোলক হিচাপে ক্ৰীড়া জীৱন আৰম্ভ কৰা নয়নমণি শইকীয়াই আঘাতৰ বাবে ভাৰোত্তোলন ত্যাগ কৰি লন বল খেলিবলৈ আৰম্ভ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcommonwealth gamesCommonwealth games gold winnerNayanmoni Saikia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
Next Post
প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.