• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?

খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?

4 years ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

47 minutes ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

1 hour ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

2 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

2 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

5 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

6 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

6 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

7 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

8 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?

editor by editor
August 3, 2022
in বিবিধ, ভাৰত
0
খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?
0
SHARES
32k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়াবা হঠাতে মানুহৰ ভাগ্য চকৰী ঘূৰে, ইয়াৰ পাছত আকৌ সেই ভাগ্যৰ চকৰী ওলোটাকৈ ঘূৰিবলৈও ক্ষণিক মুহূৰ্তও নালাগে৷

এনে এক ঘটনাই সংঘটিত হৈছে বিহালী লাল নামৰ এজন দৈনিক মজুৰী প্ৰাপ্ত শ্ৰমিকৰ৷ ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ কন্নৌজনৰ দৈনিক মজুৰীপ্ৰাপ্ত শ্ৰমিক বিহাৰী লাল হঠাতে হৈ পৰিল কোটিপতি৷ কোটিপতি মানে হাজাৰ ঘৰৰ কোটিপতি৷

ৰাজস্থানৰ এটা ইটা ভাটাত কৰ্মৰত দৈনিক মজুৰিপ্ৰাপ্ত শ্ৰমিক বিহাৰী লালে নিজ গাঁওস্থিত জনসেৱা কেন্দ্ৰত বেংক অৱ ইণ্ডিয়াৰ ধন জন একাউণ্টৰ পৰা ১০০ টকা উলিয়াইছিল৷ ধন উলিওৱাৰ পিছতে তেওঁৰ মোবাইললৈ একাউণ্টত ২৭০০ কোটি টকা বেলেন্স থকাৰ এটা এছএমএছ আহে৷ এই এছএমএছটো লাভ কৰাৰ পিছতে পুনৰ কেন্দ্ৰটোত তেওঁৰ একাউণ্টৰ বেলেন্স পৰীক্ষা কৰি ২৭০০ টকা জমা থকাই দেখুওৱায়৷

লগতে পঢ়ক  যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিহাৰী লালে কয়, ‘তাৰ পিছত মই তেওঁক পুনৰ একাউণ্ট চেক কৰিবলৈ ক’লো, তাৰ পিছত তেওঁ তিনিবাৰকৈ চেক কৰিলে। যেতিয়া মই বিশ্বাস কৰিব নোৱাৰিলো, তেতিয়া তেওঁ বেংক ষ্টেটমেন্টটো উলিয়াই মোক দিলে। দেখিলো মোৰ একাউণ্টত ২৭০০ কোটি টকা আছে।’

ইয়াৰ পিছতে বিহাৰী লালে তেওঁৰ একাউন্টৰ বেলেন্স পৰীক্ষা কৰিবলৈ বেংকৰ শাখালৈ গ’ল৷ বেংকৰ শাখাত তেওঁৰ একাউণ্ট চেক কৰি দেখা গ’ল যে বেলেঞ্চৰ পৰিমাণ মাত্ৰ ১২৬ টকা। পিছত বেংকৰ প্ৰধান জিলা প্ৰবন্ধক অভিষেক সিনহাই সংবাদ মাধ্যমৰ আগত কয় যে একাউণ্টটো চেক কৰা হৈছিল আৰু তাত মাত্ৰ ১২৬ টকাহে আছিল।

লগতে পঢ়ক  সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?

তেওঁ লগতে কয়, ‘এয়া স্পষ্টভাৱে বেংকিং ভুল হ’ব পাৰে। কিছুদিনৰ বাবে বিহাৰী লালৰ একাউণ্ট ফ্ৰীজ কৰা হৈছে আৰু এই বিষয়টো বেংকৰ উচ্চপদস্থ বিষয়াসকলৰ দৃষ্টিগোচৰ কৰা হৈছে।’

বিহাৰী লালে ৰাজস্থানৰ এটা ইটা-ভাটাত শ্ৰমিক হিচাপে কাম কৰি প্ৰতিদিনে ৬০০ৰ পৰা ৮০০ টকা উপাৰ্জন কৰে৷ কিন্তু বাৰিষা কালত ইটা-ভাটাটো বন্ধ হৈ থকাৰ বাবে তেওঁ এই মুহূৰ্তত ইমানখিনিও উপাৰ্জন কৰিব পৰা নাই।

এইদৰে বিহাৰী লালৰ কোটিপতি হোৱাৰ আনন্দ ক্ষণিকতে কৰ্পূৰৰ দৰে উৰি গ’ল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBOIDaily wage labour
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু
বিনোদন

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

September 2, 2026
Next Post
মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.