• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?

7 days ago
প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

প্ৰেমিকাক ড্ৰাগছৰ অ’ভাৰড’জ দি ধৰ্ষণ প্ৰেমিকৰ, জন্মদিন উদযাপন কৰি থাকোতে প্ৰেমিকাৰ মৃত্যু

11 mins ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ! ৮ম দৰমহা আয়োগৰ সন্দৰ্ভত কি ক’লে কেন্দ্ৰই?

18 hours ago
‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

‘তুমি বৰ চালাক নাৰী’ এই কথা শুনিয়ে লিভ ইনত থকা প্ৰেমিকক গলা কাটি হত্যা প্ৰেয়সীৰ  

18 hours ago
ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰক্তক্ষৰণৰ পাছতো ৰোগীক এৰি মৰ্ণি ৱাক! প্ৰসূতিৰ মৃত্যু, স্ত্ৰীৰোগ বিশেষজ্ঞৰ বিৰুদ্ধে গোচৰ ৰুজু

20 hours ago
এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

21 hours ago
তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

তৰুণ প্ৰজন্মৰ মাজত হৃদৰোগৰ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ কি কি?

22 hours ago
যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে…

23 hours ago
গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

গৰুৰ সৈতে অস্বাভাৱিক যৌন সম্পৰ্ক যুৱকৰ! বন্ধুৱে তৰিলে গোচৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ

23 hours ago
লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

লজ্জানত শিক্ষক সমাজ! প্ৰতিবন্ধী মহিলাক ধৰ্ষণ অৱসৰপ্ৰাপ্ত শিক্ষকৰ, অভিযুক্ত পলাতক

1 day ago
BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

BJPক কিয় এৰিব খুজিছে নীতিশ কুমাৰে?

1 day ago
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

3 days ago
শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

শহুৱেকৰ সৈতে বোৱাৰীৰ গভীৰ ৰোমাঞ্চ! স্ক্ৰীণ কঁপাই তুলিছে নূৰ মালবিকাই!

3 days ago
  • About
  • Advertise
  • Careers
Tuesday, August 9, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?

editor by editor
August 2, 2022
in বিবিধ, বিশ্ব
0
সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা এৰলে পুত্ৰ এল’নৰ নাৰীপ্ৰীতিক ঈৰ্ষা কৰে নেকি?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কৰ পিতৃ এৰল মাস্কে পুত্ৰ এল’নক লৈ অকণো গৌৰৱ অনুভৱ নকৰে৷ এক ৰেডিঅ’ত সাক্ষাৎকাৰ দিয়াৰ সময়ত এৰল মাস্কে এই কথা প্ৰকাশ কৰিছে৷

অষ্ট্ৰেলিয়া ৰেডিঅ’ দ্য কাইল আৰু দ্য জেকি অ’ শ্ব’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পিতৃ এৰল মাস্কে কয় যে নিজৰ বিলিয়’নাৰ পুত্ৰক লৈ তেওঁ অকণো গৌৰৱ নকৰে।

বিজনেছ ইনচাইডাৰে প্ৰকাশ কৰা অনুসৰি তেওঁ আৰু কয় যে এল’নৰ কেৰিয়াৰৰ অগ্ৰগতিৰ ওপৰতো তেওঁ সুখী নহয়। এল’নৰ সফলতাক লৈ গৌৰৱ কৰে নেকি বুলি সোধাত এৰ’লে একাষাৰে উত্তৰ দি ‘নকৰো’ বুলি কয়। তেওঁ লগতে কয় ‘আমি এনে এটা পৰিয়াল যিয়ে বহুদিনৰ পৰা বহুত কাম কৰি আহিছো, এনে নহয় যে আমি হঠাতে কিবা এটা কৰিবলৈ আৰম্ভ কৰিলোঁ।’

 

লগতে পঢ়ক ২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি

এৰ’লে আৰু কয় যে তেওঁৰ তিনিটা সন্তানে সৰুৰে পৰাই তেওঁৰ সৈতে বিশ্ব ভ্ৰমণ কৰি আহিছে৷ অৱশ্যে তেওঁ স্বীকাৰ কৰে যে পুত্ৰ এল’নে ‘সঁচাকৈয়ে নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিছে’। তেওঁ অনুভৱ কৰে যে এল’নে যিমান সুখী হ’ব বিচাৰে সিমান সুখী নহয়, কাৰণ এল’নে বৰ্তমান যিটো স্থানত অৱস্থান কৰিছে সেই স্থান পাঁচ বছৰ আগতেই পাব লাগিছিল।

পিতৃ এৰ’লে এল’ন মাস্কৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰতো সুখী নহয়৷ পিতৃ এৰ’লৰ মতে এল’নে তেওঁৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিব পৰা এগৰাকী সংগী নিৰ্বাচন কৰা উচিত৷ অৱশ্যে এইটো এল’নৰ বাবে সহজ নহয় বুলিও উল্লেখ কৰে পিতৃ এৰল মাস্কে৷

উল্লেখ্য বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্ক যিদৰে বিতৰ্কিত ব্যক্তি ঠিক একেদৰে পিতৃ এৰ’ল মাস্কো এজন বিতৰ্কিত ব্যক্তি৷ কিছুদিনৰ পূৰ্বে এই এৰল মাস্কে নিজৰে সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা ৰাজহুৱা কৰিছিল৷ ইমানেই নহয় এৰলৰ সতীয়া কন্যাই তেওঁৰ ঔৰসজাত কন্যা সন্তানো জন্ম দিয়া বুলি দাবী কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamelon muskErrol Musk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ
ভাৰত

এইখন ভাৰতৰে নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত যুৱক, কে’বাঘণ্টাৰ পিছত মৃতদেহ উদ্ধাৰ

August 8, 2022
বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক
ভাৰত

বিদ্যালয়ৰ দুৰ্দশাৰ বাতৰি প্ৰচাৰ কৰি ভাইৰেল শিশু, নেটনাগৰিকে ক’লে ভৱিষ্যতৰ সাংবাদিক

August 6, 2022
নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?
ভাৰত

নাগ পঞ্চমীত শৰীৰত প্ৰৱেশ ম’হাসুৰ! ম’হৰ দানা খাই ভক্তক আশীৰ্বাদ দিলে কোনে?

August 6, 2022
ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?
বিবিধ

ৰণবীৰ সিঙলৈ পুনৰ নগ্ন ফ’টোশ্বুটৰ অফাৰ! এইবাৰ কোন বিদেশী সংস্থাই দিছে এই অফাৰ?

August 6, 2022
Next Post
যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!  

হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.