• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

4 years ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

5 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

5 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

6 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

6 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

7 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

9 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

10 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

10 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

11 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

12 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

13 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

editor by editor
August 3, 2022
in অসম, বিবিধ
0
প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ
0
SHARES
14.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাহানিতে সাহিত্যৰথী লক্ষ্ণীনাথ বেজবৰুৱাই লিখিছিল ‘প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল’৷ প্ৰেমক লৈ আৰু চলতি আছে প্ৰেমে নামানে কোনো বাধা আৰু বিঘিনি৷

এই কথাকেই যেন প্ৰমাণ কৰিলে বস্ত্ৰনগৰীৰ এগৰাকী কিশোৰীয়ে৷ বস্ত্ৰনগৰীৰ এগৰাকী কিশোৰীয়ে প্ৰেমৰ বাবেই সংঘটিত কৰিছে এক শিহৰণকাৰী ঘটনা৷

প্ৰকাশিত ঘটনা অনুসৰি শুৱালকুছিৰ এগৰাকী কিশোৰীৰ প্ৰেমিকজন শৰীৰত HIV পিজিটিভ ধৰা পৰিছে৷ ইয়াৰ প্ৰেমিকা কিশোৰীগৰাকীয়ে এক চিৰিঞ্জেৰে নিজৰ শৰীৰতো HIV পিজিটিভত আক্ৰান্ত প্ৰেমিকৰ পৰা তেজ লৈ নিজৰ সুমুৱাই ল’লে৷

লগতে পঢ়ক মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে তিনি বছৰ পূৰ্বে শুৱালকুছিৰ কিশোৰীগৰাকীৰ ফেচচবুকৰ যোগে হাজোৰ সাতদল এগৰাকী যুৱকৰ সৈতে পৰিচয় ঘটিছিল৷ ইয়াৰ পাছতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷

প্ৰেম ইমানেই গভীৰ হৈ পৰিল যে তেওঁলোকে পৃথক হৈ থকাটো কল্পনাই কৰিব নোৱাৰা হয়৷ ইয়াৰ মাজতে এক ভয়ংকৰ খবৰ আহে৷ প্ৰেমিক যুৱকজনৰ শৰীৰত মাৰাত্মক HIV পজিটিভ ধৰা পৰে৷

লগতে পঢ়ক খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল? 

প্ৰেমিকজন HIV পজিটিভ বুলি জনাৰ পিছতো কিশোৰীগৰাকীয়ে প্ৰেমিকৰ সৈতে তিনিবাৰকৈ পলায়ন কৰে৷ কিন্তু পৰিয়ালৰ লোকে কিশোৰীগৰাকীক পুনৰ উভতাই লৈ আনে৷

অৱশেষত কিশোৰীগৰাকীয়ে এই মাৰাত্মক সিদ্ধান্ত গ্ৰহণ কৰি HIV পজিটিভ প্ৰেমিকৰ পৰা চিৰিঞ্জেৰে তেজ লৈ নিজৰ শৰীৰত সুমুৱাই লয়৷

এই ঘটনা পোহৰলৈ অহাৰ পাছতে কিশোৰীগৰাকীৰ পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি প্ৰেমিক যুৱকজনক গ্ৰেপ্তাৰ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHIV Positive
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
Next Post
পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

পত্নী হত্যাৰ অপৰাধত ১০ বছৰৰ কাৰাবাস স্বামীৰ, এতিয়া জীৱন্ত অৱস্থাত পত্নী উপস্থিত

কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.