• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

4 years ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

23 minutes ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

1 hour ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

2 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

3 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

3 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

4 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

5 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

17 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

17 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

18 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

18 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ

editor by editor
August 3, 2022 - Updated on August 4, 2022
in অপৰাধ, অসম
0
কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ, বলপূৰ্বকভাৱে অশ্লীল ছবি নিৰ্মাণ! কিশোৰীৰ আত্মহত্যা, তিনি অভিযুক্তক গ্ৰেপ্তাৰ
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বস্ত্ৰ নগৰী শুৱালকুছিৰ সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড৷ ইতিমধ্যে এই লোমহৰ্ষক ঘটনাত জড়িত তিনি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

ঘটনাৰ বিৱৰণীৰ মতে তিনিজন লোকে এগৰাকী কিশোৰীক নিৰ্জন ঠাইলৈ নি ধৰ্ষণ কৰি অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰিছিল৷ এই কাণ্ডৰ পিছতে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে৷

ঘনটাৰ বিৱৰণীৰ মতে যোৱা ১২ জুলাইত অৰ্জুন দাস (১৯) নামৰ যুৱকজনে পৰিচিত কিশোৰীগৰাকীক টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত ফুচুলাই বামুন্দিৰ ধাৰেশ্বৰী মন্দিৰলৈ লৈ গৈছিল৷ ইয়াৰ পাছতে উক্ত যুৱকজনক নিপন দাস(১৯) আৰু ত্ৰিদিৱ মজুমদাৰ(২০) নামৰ দুজনে সংগ দিয়ে৷

লগতে পঢ়ক প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

এই  দুই যুৱকে সংগ দিয়াৰ পাছতে আটাইকেইজনে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰি সম্পূৰ্ণ উলংগ অৱস্থাত মোবাইলেৰে অশ্লীল ভিডিঅ’ ৰেকৰ্ডিং কৰে৷ নিশালৈকে যুৱকত্ৰয়ে কিশোৰীগৰাকীক উপযুৰ্পৰি দলৱদ্ধ ধৰ্ষণ কৰাৰ পাছত নিশা  ৯ বজাত ঘৰৰ সন্মুখত নমাই থৈ যায়৷

কিশোৰীগৰাকীয়ে ঘৰৰ ওচৰৰ এগৰাকী মহিলাক সমগ্ৰ ঘটনাৰ সন্দৰ্ভত খুলি কোৱাৰ পিছতে পৰিয়ালৰ লোকেও ঘটনাৰ বিষয়ে জানিব পাৰে৷

আনহাতে, তিনি লম্পটৰ কামনাৰ বলি হৈ মানসিকভাৱে ভাগি পৰা কিশোৰীগৰাকীয়ে সেইদিনাই নিশা বিহপান কৰি আত্মহনন চেষ্টা কৰে৷ সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে কিশোৰীগৰাকীক শুৱালকুছিৰ হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷

লগতে পঢ়ক ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে যোৱা ১৩ জুলাইত কিশোৰীগৰাকীৰ মৃত্যু ঘটে।

সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে যোৱা ১ আগষ্টত শুৱালকুছি থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে উক্ত অভিযোগৰ ভিত্তিতে অভিযান চলাই তিনি অভিযুক্ত ক্ৰমে অৰ্জুন দাস, নিপন দাস আৰু ত্ৰিদিৱ মজুমদাৰক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি মঙলবাৰে ন্যায়ালয়ত হাজিৰ কৰোৱাত ন্যায়ালয়ে তিনিওকে জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTeenager raped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?
ভাৰত

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

June 30, 2026
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

June 30, 2026
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ
ভাৰত

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

June 30, 2026
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!
অপৰাধ

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

June 29, 2026
Next Post
আজি ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস, আপুনিও জনাওক শুভকামনা

আজি ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস, আপুনিও জনাওক শুভকামনা

আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora's Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.