• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
#BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?

#BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?

4 years ago
বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

বলীউডত বয়কট ৰণবীৰ সিং! কিয় ৰণবীৰক বয়কট কৰাৰ সিদ্ধান্ত লৈছে FWICEয়ে? কি এই FWICE?

8 minutes ago
ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

ছলমান খানৰ চৰম ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ লিক! কোনে কৰিলে এই কাণ্ড? চাওক সেই বিশেষ ভিডিঅ’টো

49 minutes ago
জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

জেঠৰ শুক্লা একাদশীত ধনযোগ, বুধবাৰে সকলোকে হৰুৱাই শীৰ্ষত উঠিব ৫ৰাশি

1 hour ago
এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

এটা টুথব্ৰাছকে বহুদিন ব্যৱহাৰ কৰে? ভয়ংকৰ বিপদ আহিব পাৰে শৰীৰত, কিমান দিন ব্যৱহাৰ কৰিব এটা টুথব্ৰাছ?

2 hours ago
প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

প্ৰেম, কেৰিয়াৰত ডাবল সাফল্য, জুনত শুক্ৰই আনি দিব সৌভাগ্য, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

3 hours ago
জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

জুনত তৈয়াৰ হৈছে সূৰ্য চন্দ্ৰৰ বৈধৃতি যোগ, ৪ৰাশিৰ ভাগ্য চমকিব, সন্মান বাঢ়িব কাৰ কাৰ?

3 hours ago
হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

হোটেলৰুমত কেমেৰা লুকুৱাই লগাই থোৱা আছে নেকি? জনাই দিয়ে আপোনাৰ ফোনৰ এই ৩টা এপেই

4 hours ago
৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

4 hours ago
Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

Live-in relationship ত থাকিলে সাৱধান, ভুল কৰিলে হ’ব লাগিব ৰঙাঘৰৰ আলহী!

5 hours ago
‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

‘মায়াবিনী পিছুৱাই গ’লো, দয়াবিনী আগুৱাই গ’ল’, নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

‘ৰাজনীতিলৈ অহা মানুহৰ অহংকাৰ হ’ব নালাগে’, ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

6 hours ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

#BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?

editor by editor
August 4, 2022
in চিনেমা, ভাৰত
0
#BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমিৰ খানৰ ‘লাল সিং চাদ্দা’ ছবিখনৰ পিছতে নেটিনাগৰিকে বৰ্জনৰ আহ্বান জনাইছে আলিয়া ভাট্টৰ আগন্তুক ছবি ‘ডাৰ্লিংছ’। এতিয়া #BoycottAliaBhatt টুইটাৰত ট্ৰেণ্ডিঙত আছে।

কাইলৈ ​​অৰ্থাৎ ৫ আগষ্টত নেটফ্লিক্সত মুক্তি পাব আলিয়াৰ ছবি ‘ডাৰ্লিংছ’। ছবিখন মুক্তি পোৱাৰ মাত্ৰ এদিনৰ আগতেই কিয় নেটনাগৰিকে ছ’চিয়েল মিডিয়াত প্ৰতিবাদ কৰি আছে।এতিয়া প্ৰশ্ন হ’ল কিয় #BoycottAliaBhatৰ ট্ৰেণ্ডিঙত আছে?

আলিয়া ভাটৰ ‘ডাৰ্লিংছ’ক বৰ্জন কৰাৰ দাবী কৰাৰ কাৰণ হৈছে যে ‘ডাৰ্লিংছ’ ছবিখনত পুৰুষৰ ওপৰত ঘৰুৱা হিংসাৰ প্ৰচাৰ কৰা হৈছে৷ বৰ্জনৰ আহ্বান জনোৱাসকলৰ মতে সেইটো ভুল। শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিখনৰ ট্ৰেইলাৰত দেখা গৈছে যে আলিয়াই প্ৰতিশোধ ল’বলৈ গৈ স্বামীক হত্যা কৰে৷ তাৰ পিছত নেটিনাগৰিকসকলে ঘৰুৱা হিংসাৰ অভিযোগ কৰি ছবিখনৰ বৰ্জনৰ দাবী জনাইছে।

#BoycottAliaBhatt who is endorsing DV on Men.

Imagine if the genders were reversed! pic.twitter.com/OK4EDAe3pS

— Catachi (@itachi_senpai1) August 3, 2022

লগতে পঢ়ক আজি ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস, আপুনিও জনাওক শুভকামনা

ছবিখনৰ ট্ৰেইলাৰত দেখুওৱা হৈছে যে আলিয়াই স্বামী বিজয় বৰ্মাক অপহৰণ কৰি প্ৰতিশোধ লয়। তেওঁৰ সৈতে যি ঘটনা ঘটে তাকেই পুনৰাবৃত্তি কৰি আলিয়াই স্বামীক অপহৰণ কৰি অত্যাচাৰ কৰে।

ট্ৰেইলাৰত এইবোৰ দেখাৰ পিছতে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে – ‘ডাৰ্লিংছ’ৰ দৰে ভুল বুজাবুজিৰ ছবি নিৰ্মাণ কৰাৰ বাবে সকলোৱে #BoycottAliaBhatt কৰক। পুৰুষৰ ওপৰত ঘৰুৱা হিংসা বলীউডৰ বাবে কৌতুক।’

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- ‘পুৰুষৰ ওপৰত হোৱা ঘৰুৱা হিংসা আমি সহ্য নকৰো। পুৰুষৰ বিৰুদ্ধে ডিভি কোনো ধেমালি নহয়।’

অন্য এক ব্যৱহাৰকাৰীয়ে লিখিছে, ‘#BoycottAliaBhatt যিয়ে পুৰুষৰ ওপৰত DV প্ৰচাৰ কৰি আছে। কল্পনা কৰক যদি লিংগ সলনি হ’লহেঁতেন!’

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alia bhattasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBoycottAliaBhatt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?
অপৰাধ

৭লাখ টকা তৃষাক দিয়া হৈছিল, গৰ্ভ**পাতৰ পাছতেই সম্পৰ্কত ভাঙোন আহিছিল, তৃষা শৰ্মাৰ মৃত্যু গোচৰক লৈ কি ডাঙৰ মন্তব্য তৃষাৰ স্বামীৰ?

May 26, 2026
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান
ভাৰত

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

May 26, 2026
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?
ক্ৰীড়া

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

May 25, 2026
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?
অপৰাধ

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

May 25, 2026
Next Post
চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থা! নিগনিৰ কামোৰত আহত ১০ ছাত্ৰী, চিকিৎসালয়ত ভৰ্তি

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

অসমবাসীৰ বাবে সুখবৰ: কমনৱেলথ গেমছৰ ছেমিত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.