• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

4 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

10 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

11 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

11 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

12 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

12 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

13 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

14 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

14 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

15 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

16 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

16 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

editor by editor
August 17, 2022
in অপৰাধ, ভাৰত
0
চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা
0
SHARES
63.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এইখন দেশত কেৱল আৰক্ষীয়েই নহয় ভুৱা আৰক্ষী থানা চলি আছে৷ বিহাৰত এখন ভুৱা থানা ধৰা পৰিছে৷ থানাখনত আৰক্ষী বিষয়াৰ পৰা চকীদাৰলৈকে সকলোবোৰেই আছিল ভুৱা৷

প্ৰকাশিত বাতৰি অনুসৰি এই ভুৱা থানাখন যোৱা ৮ মাহ ধৰি অঞ্চলটোত সক্ৰিয় হৈ ৰাইজৰ পৰা ধন দাবী কৰি আহিছিল৷ এই ভুৱা থানাখন বাংকা চহৰৰ এটা ব্যক্তিগত অতিথিশালাত চলি আছিল। আশ্চৰ্যজনকভাৱে জিলা সদৰত চলি থকা এই ভুৱা থানাৰ বিষয়ে কোনেও গম পোৱা নাছিল।

এই সন্দৰ্ভত বাংকা থানাই জনোৱা মতে, এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল। ৰেইডিং কৰি থানালৈ উভতি অহাৰ সময়তে বাংকা গেষ্ট হাউচৰ সন্মুখৰ ৰাস্তাত এগৰাকী অচিনাকি মহিলা আৰু আৰক্ষীৰ সাজ-পোছাক পৰিহিত এজন যুৱক উপস্থিত হয়।

লগতে পঢ়ক মহিলাক ঋতুস্ৰাৱকালীন সামগ্ৰী বিনামূল্যে প্ৰদান কৰিবলৈ আইন বলৱৎ

সন্দেহৰ ভিত্তিত তেওঁক সোধা-পোছা কৰাত ভুৱা থানাৰ বিষয়টো পোহৰলৈ আহে। SHO গৰাকীয়ে জনোৱা মতে, ধৃত মহিলা অনিতাই নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দিছিল। তেওঁৰ পৰা এটা অবৈধ পিষ্টলও উদ্ধাৰ কৰা হৈছে।

আনহাতে গ্ৰেপ্তাৰ হোৱা দ্বিতীয়জন অভিযুক্তৰ নাম আকাশ কুমাৰ। তেওঁ নিজকে থানাৰ চকীদাৰ বুলি পৰিচয় কৰিছিল। ধৃত অনিতা বাংকা জিলাৰ ফুলিডুমাৰৰ দুধঘটীয়াৰ বাসিন্দা। তেওঁ জনোৱা মতে, ফুলিডুমাৰৰ ভোলা যাদৱে পৰিদৰ্শকজনক বাংকাৰ সেই ভুৱা থানাত নিযুক্তি দিছে।

নিজৰ কামৰ সন্দৰ্ভত অনিতাই ক’লে যে য’তেই চৰকাৰী ঘৰ ইত্যাদি নিৰ্মাণ কৰা হয়, তাতেই তেওঁলোকে তদন্ত কৰিবলৈ যায় আৰু ধন সংগ্ৰহ কৰে।

লগতে পঢ়ক সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

একে সময়তে ধৃত আকাশৰ মতে, ভোলা যাদৱক ৭০ হাজাৰ টকা দি ভুৱা থানাত চকীদাৰৰ কাম কৰি আছিল। SHO গৰাকীৰ মতে, এই কাৰ্যালয়ত পুনৰ নিযুক্তি দিয়া সকলো জোৱানক আৰক্ষীৰ ইউনিফৰ্ম আৰু অবৈধ পিষ্টল যোগান ধৰি আহিছিল গেংষ্টাৰ ফুলিডুমাৰৰ ভোলা যাদৱে।

এই কথা নিশ্চিত কৰি আৰক্ষী অধীক্ষক ডাঃ সত্য প্ৰকাশে কয় যে এই প্ৰৱঞ্চকৰ দলটোৱে পাটনা স্কৰ্ট টিমৰ নামত বাংকাত এটা কাৰ্যালয় চলাইছিল। ইয়াৰ পৰা আৰক্ষীৰ ইউনিফৰ্ম পৰিহিত একাংশ সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভুৱা কাৰ্যালয়টোৰ পৰা কিছু কাগজ-পত্ৰৰ লগতে জব্দ কৰা হৈছে বিহাৰ আৰক্ষীৰ ইউনিফৰ্ম, বেচ আদি।

আৰক্ষী অধীক্ষকৰ মতে, এই চক্ৰটোৰ সৈতে জড়িত লোকসকলে আৰক্ষীৰ চাকৰিৰ প্ৰতিশ্ৰুতিৰে গ্ৰামাঞ্চলৰ ৰাইজক প্ৰতাৰণা কৰিছিল। ভুৱা থানাখন বিষয়ে অৱগত হোৱাৰ পিছতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamfake policefake police station
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

August 20, 2026
Next Post
আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.