• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?

বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?

6 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

13 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

13 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

14 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

14 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

15 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

15 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

16 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

17 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

18 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

19 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?

গৰমত ছালখনৰ বাবে কেইটামান TIPS

editor by editor
August 9, 2020
in ফেশ্বন, স্বাস্থ্য
0
বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব?
0
SHARES
463
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বহুত গৰমত আপুনি আপোনাৰ ছালখন কেনেকৈ ৰাখিব? আপোনাৰ SKIN খন OILY নেকি? ৰ’দত ওলোৱাৰ পাছত আপোনাৰ ছালখন তেলেতীয়া হয় নেকি? জ্বলা-পোৰা বা IRRITATION হয় নেকি আপোনাৰ SKIN খন? INDIAN WEATHERত বা বেলেগ বেলেগ বতৰত আমাৰ SKIN খনে বেলেগ ৰূপ লয়। ডি-হাইড্ৰেচন, DRY, DAMAGE হয় এনেকুৱা সময়ত SKIN খন বহুত কেয়াৰ ল’ব লাগে। SKIN খন ধুনীয়াকৈ কেনেকৈ ৰাখিব?

১) গৰমত সকলোতকৈ IMPORTANT হ’ল BODYটো আৰু SKIN খন HYDRED কৰি ৰাখিব লাগে। সেয়ে পানী বেছিকৈ খাব লাগে। দিনটো ৭-৪ গিলাচ পানী খাব লাগে।

২) গৰমত SKIN CLEAN আৰু REFRESH ৰখা বহুত দৰকাৰ। গৰমত বহুত ঘাম ওলায়। দিদনটো ঘূৰি ফুৰিলে ধূলি-বালি পৰে। DEAD SKIN বোৰৰ PROCSবোৰ ব্লক হৈ যায়। তাৰ বাবে FACEWASH ব্যৱহাৰ কৰিব পাৰে। DRY SKINৰ বাবে DRY FACEWASH আৰু OIL FREE FACEWASH লগাব পাৰে OIL SKINৰ বাবে। দিনত দুবাৰ চাফা কৰিব।

৩) SKIN খন EXFOLIATE কৰক। এয়া কৰিলে DEAD SKIN CELLৰ লেতেৰাখিনি ওলায় লগতে ৰ’দত পোৰা ছালখন ভাল হৈ থাকে। বজাৰত পোৱা সামগ্ৰীৰে বেছিকৈ SCURB নকৰিব।

৪) আপোনাৰ SKINত MOISTURE লগাব নাপাহৰিব। মুখ ধোৱাৰ লগে লগে SKIN PROTECTIVE LAYER আঁতৰি যায় তাৰ কাৰণে MOISTURE লগাব লাগে। OILY SKINৰ সকলো LIGHT WEIGHT আৰু NON GREASY MOISTURE লগাব পাৰে।

৫) বাহিৰত সদায় ওলোৱাৰ আগতে ১৫ মিনিট SUN SCREEN লগাই ওলাব। SUN SCREEN লগায়েই লগে লগে নোলাব।

৬) ছালখনৰ লগতে আপোনাৰ LIPSকো প্ৰটেক্ট কৰক। কাৰণ ৰ’দত থাকিলে LIP DRY হৈ যায়। সেয়েহে SPF LIP BALM ব্যৱহাৰ কৰিব পাৰে।

৭) এটা HEALTH SKIN পাবলৈ হ’লে এটা HEALTHY DRY FOODৰ দৰকাৰ। বতৰৰ ফল আম, কঁঠাল, লিচু, তৰমুজ, তিয়ঁহ, আনাৰস এইবোৰত ভিটামিন, প্ৰ’টিন, মিনাৰেল, ANTI OXINE থাকে।

৮) গৰতম যিমান পাৰে কম মেক আপ কৰিব। বেছিকৈ মেক আপ কৰিলৈ ANTI PIMPLE হোৱাৰ সম্ভাৱনা থাকে।

৯) সদায় ব্যায়াম কৰিব। ব্যায়াম কৰিলে SKIN খনৰ ৰক্ত সঞ্চালন বৃদ্ধি পায়। লগতে SKIN CELL OXINE হয়। খাদ্য তালিকাৰ লগতে ব্যায়াম কৰিলে SKIN খন সতেজ হোৱাৰ লগতে আপোনাৰ শৰীৰটোও ধুনীয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24beauty tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!
জীৱনশৈলী

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

August 29, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
Next Post
‘মালিকৰ মূত্ৰপানৰো যোগ্য নহয় শিলাদিত্য দেৱ’

‘মালিকৰ মূত্ৰপানৰো যোগ্য নহয় শিলাদিত্য দেৱ’

ভাৰত ত্যাগ আন্দোলনৰ ৭৮ সংখ্যক বৰ্ষপূৰ্তি পালন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.