• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

21 minutes ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

1 hour ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

2 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

3 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

21 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

21 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

21 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

22 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

22 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

23 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

23 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

24 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন অ'লা, উবেৰ, ৰেপিড'

editor by editor
August 29, 2026
in অসম, বিবিধ, ভাৰত, লেখা
0
চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ
0
SHARES
11
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিব পাৰে অ’লা, উবেৰ, ৰেপিড’। ১ ছেপ্টেম্বৰ ২০২৬ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিব অনলাইন ৰেপিড’ আৰু কেব সেৱা। এই সিদ্ধান্তৰ ফলত দৈনিক কাম-কাজ, কাৰ্যালয়, ব্যৱসায়-বাণিজ্য অথবা অন্যান্য প্ৰয়োজনত অনলাইন কেবৰ ওপৰত নিৰ্ভৰ কৰা বহু যাত্ৰী অসুবিধাৰ সন্মুখীন হ’ব পাৰে। বৰ্তমান সময়ত নগৰাঞ্চলত অনলাইন কেব সেৱা যাতায়াতৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। মোবাইল ফোনৰ জৰিয়তে অতি সহজে কেব বুকিং কৰি নিৰ্দিষ্ট স্থানলৈ যাব পৰা সুবিধাৰ বাবে বহু লোকেই ব্যক্তিগত বাহনৰ পৰিৱৰ্তে এই সেৱা ব্যৱহাৰ কৰে। বিশেষকৈ ব্যস্ত সময়ত অনলাইন কেব সেৱাই যাত্ৰীসকলক যথেষ্ট সকাহ দি আহিছে।

কিন্তু ১ ছেপ্টেম্বৰৰ পৰা এই সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিলে যাত্ৰীসকলৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেবৰ ওপৰত নিৰ্ভৰশীল কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, বয়োজ্যেষ্ঠ লোক তথা দৈনিক যাত্ৰা কৰা লোকসকলে বিকল্প যাতায়াতৰ ব্যৱস্থা বিচাৰিবলগীয়া হ’ব।

এই সিদ্ধান্তৰ আঁৰত থকা মূল কাৰণ, প্ৰতিকিলোমিটাৰ বিনিময়ত ভাৰাৰ নিৰিখ বৃদ্ধিৰ দাবী। কেৱল সেয়াই নহয়, Waiting charge প্ৰতি মিনিটত ২টকালৈ বৃদ্ধিৰ দাবী, Cancellation charge নূন্যতম ৫০ৰ পৰা ৮০ কৰাৰ দাবী। দাবী পূৰণৰ বাবে ৩১ আগষ্ট সময় বান্ধি দিলে প্ৰতিবাদী চালক সন্থাই। যদি দাবী পূৰণ নহয় তেন্তে, ১ ছেপ্টেম্বৰৰ পৰাই খালী হৈ পৰিব ৰাজপথ।

চিৰদিনলৈ বন্ধ হৈ পৰিব অনলাইন অ’লা, উবেৰ, ৰেপিড’। খালী হৈ পৰিব ৰাজপথ। দুচকীয়া, তিনিচুকীয়া, চাৰিচকীয়া একো বাহনেই নাপাব যাত্ৰীয়ে। ঐক্যবদ্ধ চালকৰ হুংকাৰ। ইয়াৰ ফলত দুচকীয়া, তিনিচুকীয়া, চাৰিচকীয়া একো বাহনেই নাপাব যাত্ৰীয়ে। অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিব অনলাইন অ’লা, উবেৰ, ৰেপিড’ সেৱা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24CabOlaRapidouber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত
বাণিজ্য

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

August 29, 2026
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা
বিশ্ব

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

August 29, 2026
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস
প্ৰযুক্তি

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

August 29, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.