• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 weeks ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

21 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

42 minutes ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

2 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

5 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

6 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

7 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি গুণে আকৰ্ষণ কৰে নাৰীক?

editor by editor
August 29, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথম দেখাত এগৰাকী নাৰীয়ে পুৰুষৰ ক’ত সৰ্বপ্ৰথমে লক্ষ্য কৰে? এই প্ৰশ্নটোৰ উত্তৰ বহুতে ক’ব পুৰুষৰ মুখমণ্ডল, হাঁহি, চুলি, দাড়ি, পোছাক, আৰু শৰীৰৰ গঠন আদি বিভিন্ন বৈশিষ্ট্যই আকৰ্ষণ কৰে। কিন্তু প্ৰকৃতাৰ্থত সেয়া নহয়, এজন পুৰুষৰ কিছুমান বিশেষ গুমে নাৰীক আকৰ্ষণ কৰে…

মানসিকভাৱে পৰিপক্ব হোৱাঃ সম্পৰ্কত মতভেদ হোৱাটো স্বাভাৱিক। কিন্তু মতভেদ হ’লে চিঞৰ-বাখৰ বা অপমানৰ পৰিৱৰ্তে কথা পাতি সমস্যাৰ সমাধান বিচৰা মানসিক পৰিপক্বতাৰ পৰিচয়। দীৰ্ঘম্যাদী সম্পৰ্কৰ ক্ষেত্ৰত compatibility বা পাৰস্পৰিক সামঞ্জস্যৰ গুৰুত্ব বিশেষভাৱে দেখা গৈছে।

আগবাঢ়ি যোৱাত সহায় কৰাঃ পুৰুষৰ দৰে বেছিভাগ মহিলাইও কাম কৰি আছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰাটো। বহু সময়ত ছোৱালীয়ে কেৱল বিয়া হোৱাৰ বাবেই সপোন আৰু চাকৰি এৰিবলগীয়া হয় । একাংশই পত্নীয়ে কোনো কাম কৰাটো নিবিচাৰে।

নাৰীক সন্মান কৰাঃ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সন্মানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী পত্নী বা প্ৰেমিকাই আশা কৰে যে তেওঁৰ সংগীয়ে সন্মান দিব। ইয়াত অতি সৰু সৰু কথাবোৰ মনত ৰাখিব লাগে, যেনে ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ নকৰা। আনৰ আগত নিজৰ সংগীৰ লগত জোৰেৰে বা খঙেৰে কথা নাপাতিব। সকলো সময়ত সন্মান দিবলৈ চেষ্টা কৰক।

হাস্যৰসৰ জ্ঞানঃ সুস্থ আৰু স্বাভাৱিক হাস্যৰসৰ জ্ঞানেও সম্পৰ্কত ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব পাৰে। একাধিক গৱেষণাত humor বা হাস্যৰসক মানুহে সম্ভাৱ্য সংগীৰ মাজত পছন্দ কৰা বৈশিষ্ট্যৰ ভিতৰত স্থান দিয়া দেখা গৈছে।

দায়িত্বশীলতাঃ জীৱনৰ প্ৰতি দায়িত্বশীল হোৱা, নিজৰ কাম-কাজৰ দায়িত্ব লোৱা আৰু ভৱিষ্যতৰ বিষয়ে বাস্তৱিক পৰিকল্পনা কৰা—এই গুণবোৰো গুৰুত্বপূৰ্ণ। বিশেষকৈ দীৰ্ঘম্যাদী সম্পৰ্কত নিৰ্ভৰযোগ্যতা, স্থিৰতা আৰু দায়িত্বশীল আচৰণে সম্পৰ্কক শক্তিশালী কৰাত সহায় কৰিব পাৰে।

আৱেগিক সমৰ্থনঃ নাৰীসকল বহু বেছি আৱেগিক। তেওঁলোকে শাৰিৰীক সুখতকৈ মানসিক সুখ বিচাৰে। প্ৰতিগৰাকী মহিলাই নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে। যেনেকৈ দৈনন্দিন কথা-বতৰা, সুখ-দুখ আপোনাৰ সংগীৰ সৈতে ভাগ-বতৰা কৰা। সহজ ভাষাত ক’বলৈ গ’লে মহিলাসকলে তেওঁলোকৰ সংগীৰ মাজত এনে এজন বন্ধু বিচাৰে যাৰ লগত তেওঁলোকে সকলো কথা মুকলিকৈ শ্বেয়াৰ কৰিব পাৰে আৰু যিয়ে সকলো সময়তে তেওঁক সমৰ্থন কৰে।

(অস্বীকাৰঃ এই তথ্য মাত্ৰ সাধাৰণ জ্ঞানৰ বাবে দিয়া হৈছে, Asom Live 24 ৰ এই তথ্যৰ সৈতে কোনো সযোগ নাই।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Relationship tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
Next Post
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.