• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক! ৪৫ দিনীয়া শাসনকালত কি কি সমস্যা পাইছিল লিজ ট্ৰাছে?

ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক! ৪৫ দিনীয়া শাসনকালত কি কি সমস্যা পাইছিল লিজ ট্ৰাছে?

4 years ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

20 minutes ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

1 hour ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

2 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

2 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

3 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

4 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

12 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

12 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

12 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

13 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

13 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক! ৪৫ দিনীয়া শাসনকালত কি কি সমস্যা পাইছিল লিজ ট্ৰাছে?

editor by editor
October 21, 2022
in বিবিধ, বিশ্ব, ৰাজনীতি
0
ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ’ব ঋষি ছুনাক! ৪৫ দিনীয়া শাসনকালত কি কি সমস্যা পাইছিল লিজ ট্ৰাছে?
0
SHARES
163
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে লিজ ট্ৰাছে। শপত গ্ৰহণৰ মাত্ৰ ৪৫ দিন পিছতেই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে লিজ ট্ৰাছে। বৃহস্পতিবাৰে লিজে পদত্যাগ কৰাৰ পিছতেই এই বিষয়টোক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কি হৈছে ব্ৰিটেইনত? লিজৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাক লৈ যিমান দিন চৰ্চা হৈছিল সিমান দিন আসনতেই বহিব নোৱাৰিলে লিজ।

ব্ৰিটেইনৰ শোচনীয় অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতেই নতুনকৈ শপত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে। চৰ্চা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে দেশখনক সংকটত পেলাইছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মাত্ৰ ৪৫ দিনৰ পাছতেই লিজ ট্ৰাছে পদত্যাগ পত্ৰ দি আটাইতকৈ কম সময়ৰ বাবে থকা প্ৰধানমন্ত্ৰীৰ আসনত বহা ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী বুলিও বিবেচিত হৈছে ট্ৰাছ। প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিছত দেশৰ অৰ্থনৈতিক অস্থিৰতা দূৰ কৰিব নোৱাৰা বাবে একাংশই সমালোচনা কৰিছিল ট্ৰাছক। প্ৰবল চাপত পৰিয়েই ট্ৰাছে পদত্যাগ কৰিছে বুলিও একাংশই মন্তব্যত উল্লেখ কৰিছে।

প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ট্ৰাছে কৰ হ্ৰাসৰ ওপৰত থকা সকলো নীতি প্ৰত্যাহাৰ কৰিব লগা হৈছিল। নতুন বিত্ত মন্ত্ৰী জেৰেমি হান্টে কৰ হ্ৰাসৰ ওপৰত নতুন নীতি লৈছিল। বিদ্যুতৰ বিল বৃদ্ধিৰ ওপৰত থকা নিষেধাজ্ঞাও উঠাই লোৱা হৈছিল। লিজ ট্ৰাছে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত এই বিষয় সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘যি প্ৰত্যাশাৰে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিলো সেয়া পূৰণ কৰাটো সম্ভৱপৰ নহ’ল। যাৰ বাবে মই এই আসনৰ পৰা পদত্যাগ কৰিছো।’ ইয়াৰ আগতে, তেওঁ অৰ্থনৈতিক নীতিৰ ওপৰত লোৱা নতুন নীতিক লৈ ক্ষমা বিচাৰিছিল।

লিজে পদত্যাগ কৰাৰ পিছতেই পৰবৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব তাকে লৈ চলিছে চৰ্চা। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি কনজাৰভেটিভ দলৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি ছুনাকেই পৰবৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। ঋষিৰ ওপৰিও চৰ্চাত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নামো। বৰিছেও পুনৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!
জীৱনশৈলী

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

October 16, 2026
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?
অসম

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

October 16, 2026
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন
জীৱনশৈলী

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

October 16, 2026
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
বিশ্ব

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026 - Updated on October 16, 2026
Next Post
আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো…

আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো...

‘প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

'প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.