• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো…

আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো…

4 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

1 hour ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

2 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

2 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

3 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

4 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

4 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

6 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

6 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

7 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

8 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

9 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো…

editor by editor
October 21, 2022
in অসম, লেখা, স্বাস্থ্য
0
আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব! হলিৰাম, তেজস্বিতা, আদিত্যই নহয়, মৃত্যু ঘটিছে মাজুলীৰ স্বাস্থ্যবিভাগৰো…
0
SHARES
329
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গা লৰা নাই! মানস, তেজস্বিতা, আদিত্যৰ পিছত এইবাৰ হলিৰাম শইকীয়া। কাৰণো একেটাই উপযুক্ত চিকিৎসাৰ অভাৱ। প্ৰশ্ননো কি কৰিব? মাজুলীবাসীয়ে নিবিচাৰিলেও মানি ল’বলৈ বাধ্য, এয়াই মাজুলীৰ বাস্তৱ সত্য। মাজুলীবাসীয়ে এই বাস্তৱেৰেই জীয়াই থাকিব লাগিব। আপোচ মাজুলীবাসীয়ে কৰিবই লাগিব!

বাৰে বাৰে উন্মোচিত হৈছে মাজুলীৰ স্বাস্থ্যখণ্ডৰ নগ্ন স্বৰূপ। ১২ খনকৈ ১০৮ জৰুৰী সেৱাৰ বাবে মাজুলীত দিয়া হৈছে বুলি স্বাস্থ্যমন্ত্ৰীয়ে কৈছে। ক’ত আছে ১২ খন এম্বুলেঞ্চ? জৰুৰীকালিন সেৱা মাজুলীবাসীৰ বাবে কাহানিও জৰুৰীসময়ত উপলব্ধ নহয় কিয়? ক্ষোভ কাক লৈ কৰিব? উন্নত জীৱনৰ ভুৱা স্বপ্নই প্ৰতিদিনে উপলুঙা কৰাৰ পিছত ভাগ্যৰেই লিখন বুলি নামানি কি ভাবিম বুলি ক্ষোভেৰেই প্ৰকাশ কৰিছে মাজুলীৰ একাংশ জনতাই।

বৃহস্পতিবাৰে নিশা মাজুলীৰ মাজগাঁৱৰ হলিৰাম শইকীয়া নামৰ লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। ১০৮ সেৱালৈ ফোন কৰিও সঁহাৰি নাপাই ব্যক্তিগত বাহনেৰেই পৰিয়ালৰ লোকে লোকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয় নৌপাওঁতেই মৃত্যু ঘটে হলিৰামৰ। তেজস্বিতাৰ মৃত্যুৰ পিছতে মাজুলীলৈ গৈছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। স্বাস্থ্যমন্ত্ৰীক কাষতে পাই মাজুলীবাসীয়ে অভিযোগ আনিছিল ১০৮ সেৱাৰ বিৰুদ্ধে। আশাও কৰিছিল স্বাস্থ্যমন্ত্ৰীয়ে বুজিব। এইবাৰ অভাৱ দুৰ হ’ব! আশ্বাসো দিছিল স্বাস্থ্যমন্ত্ৰীয়ে, এই অভিযোগৰ সুযোগ নাপাব মাজুলীবাসীয়ে। লগতে মন্ত্ৰী কেশৱ মহন্তই কৈছিল, মাজুলীৰ সমান ১০৮ সেৱা অসমৰ আন কোনো স্থানতে নাই। নতুনকৈ ৩ খনকৈ এম্বুলেঞ্চো মাজুলীলৈ আগবঢ়াইছিল স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

১২ খন এম্বুলেঞ্চ থকাৰ পিছতো জৰুৰীসময়ত মাজুলীবাসীয়ে কিয় লাভ নকৰে সেৱা? গাফিলতি কোনে কৰিছে? দুদিনপূৰ্বে আদিত্য পায়েঙৰ মৃত্যুটো একেই অভিযোগেই উত্থাপিত হৈছিল। প্ৰশ্ন উত্থাপিত ঠিকেই হয় কিন্তু মাজুলীবাসীৰ প্ৰশ্নৰ উত্তৰ দিওতাহে কোনো নোলায়। হলিৰামৰ মৃত্যুত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে স্বাস্থ্যখণ্ডৰ এই দুৰ্ভোগৰ কথা প্ৰকাশ কৰিবলৈ গৈ এনেদৰেই ক্ষোভ উজাৰিছে মাজুলীৰ জিলা স্বাস্থ্যখণ্ডৰ বিৰুদ্ধে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা
জীৱনশৈলী

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

May 1, 2026
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!
বিনোদন

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
Next Post
‘প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

'প্ৰথম শীত নামিলেই এই উপহাৰ পিন্ধিম।’ কেদাৰনাথ ভ্ৰমণত পিন্ধা এই সাজ কোনে উপহাৰ দিছিল প্ৰধানমন্ত্ৰীক?

জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, জুবিনৰ পত্নীয়েই কেৱল পৰিচয় নহয়, গৰিমাৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.