• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

3 years ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

8 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

58 minutes ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

2 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

2 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

3 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

4 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

21 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

22 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

23 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

23 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

23 hours ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ

editor by editor
October 23, 2022
in অসম, বিবিধ, লেখা
0
‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই বন্ধ কৰিলে আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘এয়া আকাশবাণী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো…’ সন্ধিয়া ৬বজাত ডিব্ৰুগড় কেন্দ্ৰৰ পৰা এতিয়া আৰু শুনিবলৈ নাপাব বিশেষ মাত৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আঞ্চলিক বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২৫ অক্টোবৰৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সম্প্ৰচাৰ কৰা ৬ বজাৰ আঞ্চলিক বাতৰি৷

নতুন দিল্লীৰ প্ৰসাৰ ভাৰতী কাৰ্যালয়ে শনিবাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা৷ জাননীত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সন্ধিয়া ৬ বজাত সম্প্ৰচাৰ কৰা ৫ মিনিটৰ অসমীয়া বুলেটিনখন বন্ধ কৰা হৈছে৷

উল্লেখ্য যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ১৯৯৭ চনৰ ১১ জুনৰ পৰা সম্প্ৰচাৰ কৰি আহিছিল অসমীয়া বুলেটিন৷ ৫ মিনিটৰ বাবে সম্প্ৰচাৰ কৰা বুলেটিনখনৰ সময়সীমা ১০ মিনিটলৈ বৃদ্ধি কৰাৰ বাবেও একাংশ দল সংগঠনে দাবী জনাই আহিছিল৷ ব্যয় সংকোচনৰ বাবেই প্ৰসাৰ ভাৰতীয়ে এই সিদ্ধান্ত লোৱা বুলি জাননীত উল্লেখ কৰিছে৷ এতিয়াৰে পৰা এই বুলেটিন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হোৱা আঞ্চলিক বাতৰিৰ সৈতে সংলগ্ন কৰাৰ কথাও জাননীত উল্লেখ কৰিছে৷

ইপিনে এই জাননী ভাইৰেল হৈ পৰাৰ পিছতেই বহুতেই এই বিষয়টোক লৈ আপত্তিও দৰ্শাইছে৷ আঞ্চলিক ভাষাৰ বুলেটিন বন্ধ কৰি ব্যয় কমাব খোজাটোক কোনোপধ্যেই মানিব নোৱাৰি বুলিও একাংশই প্ৰকাশ কৰাৰ লগতে এই বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিছে একাংশ সচেতন লোকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ
জীৱনশৈলী

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

January 29, 2026
Next Post
‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী!’ ভাইৰেল, প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিশেষ চিঠি…

‘জেকলিন ফাৰ্নাণ্ডেজ একেবাৰেই নিৰ্দোষী!’ ভাইৰেল, প্ৰেমিক সুকেশ চন্দ্ৰশেখৰৰ বিশেষ চিঠি...

জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ…

জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.