• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ…

জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ…

4 years ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

23 minutes ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

53 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

2 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

3 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

4 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

16 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

18 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

18 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

19 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ…

editor by editor
October 23, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
জোকৰ মুখত চূণ! অৰ্শ্বদীপ সিঙৰ প্ৰদৰ্শনে দিলে নেটিজেনক প্ৰত্যুত্তৰ…
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ টি-২০ বিশ্বকাপত ভাৰতৰ অনভিজ্ঞ বলাৰ অৰ্শ্বদীপ সিঙৰ সন্মুখত নতশিৰ হ’ল পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱান।

অষ্ট্ৰেলিয়াৰ মেলব’ৰ্ণত অনুষ্ঠিত টি২০ খেলখনত ভাৰতীয় দলৰ হৈ অভিষেক ঘটাইছে অৰ্শ্বদীপ সিঙে৷ টি২০ বিশ্বকাপত প্ৰথম ব’লতেই অৰ্শ্বদীপে পতন ঘটালে পাকিস্তানৰ বাবৰ আজমৰ। পাকিস্তানৰ অপেনাৰদ্বয়ৰ দ্বিতীয় গৰাকী বেটছমেন মহম্মদ ৰিজৱানেও ৪ ৰাণতেই ইনিংছ সামৰি উভতিব লগীয়া হয় পেভিলিয়নলৈ৷ অৰ্শ্বদ্বীপৰ বলিং পৰাক্ৰমৰ ওচৰত হাৰ মানিলে পাকিস্তানৰ দুই মহাযোদ্ধাই। পাকিস্তানে ১০ উইকেটৰ অন্তত সংগ্ৰহ কৰে ১৫৯ ৰান।

উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে অনুষ্ঠিত এছিয়া কাপত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত খেলত এক গুৰুত্বপূৰ্ণ কেছ মিছ কৰিছিল অৰ্শ্বদ্বীপ সিঙে। তাৰ পাছতেই সামাজিক মাধ্যমত খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিদ্বেষ প্ৰকাশ কৰিছিল অনুৰাগীমহলে। আনকি, খেলুৱৈ গৰাকী পাঞ্জাৱী মূলৰ হোৱাৰ বাবেই খালিস্তানী বুলিও উপহাস কৰা হৈছিল।

বহুতেই আকৌ ৰাষ্ট্ৰ বিৰোধীও আখ্যা দিয়া হৈছিল খেলুৱৈগৰাকীক। এই সকলো উপহাসৰ প্ৰত্যুত্তৰ হিচাপে আজি অৰ্শ্বদ্বীপ সিঙে আগবঢ়ালে এক সুন্দৰ প্ৰদৰ্শন। কেৱল ৪ অভাৰতে ৩২ ৰা‍নৰ বিপৰীতে অৰ্শ্বদীপে সংগ্ৰহ কৰিলে ৩ টা কৈ উইকেট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ
বিশ্ব

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

October 3, 2026
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা
অপৰাধ

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

October 3, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
Next Post
শৰীৰৰ এইকেইটা অংশত তিল থাকিলে অত্যন্ত শুভ, কোনকেইটা স্থানত তিল থাকিলে শুভ? জানিবলৈ ক্লিক কৰক…

শৰীৰৰ এইকেইটা অংশত তিল থাকিলে অত্যন্ত শুভ, কোনকেইটা স্থানত তিল থাকিলে শুভ? জানিবলৈ ক্লিক কৰক...

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ…

বিৰাটৰ ফৰ্ম ঘূৰি আহিল! ১৩০ কোটি ভাৰতীয়ক দিলে দীপাৱলীৰ উপহাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.