• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্য ১ লাখ নিযুক্তিৰ! ৬৫৫ গৰাকীক আজি কি কি বিভাগত দিব নিযুক্তি?

লক্ষ্য ১ লাখ নিযুক্তিৰ! ৬৫৫ গৰাকীক আজি কি কি বিভাগত দিব নিযুক্তি?

4 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

49 minutes ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লক্ষ্য ১ লাখ নিযুক্তিৰ! ৬৫৫ গৰাকীক আজি কি কি বিভাগত দিব নিযুক্তি?

editor by editor
October 29, 2022
in অসম, গুৱাহাটী, নিয়োগ
0
লক্ষ্য ১ লাখ নিযুক্তিৰ! ৬৫৫ গৰাকীক আজি কি কি বিভাগত দিব নিযুক্তি?
0
SHARES
432
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফল ঘোষণাৰ পাছতেই আজি অৰ্থাৎ শনিবাৰে অসম চৰকাৰে ১১ টা বিভাগত ৬৫৫ গৰাকীক নিযুক্তি দিব৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লীৰ ভাগত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ৷ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও৷ অসম লোকসেৱা আয়োগৰ অন্তৰ্গত বিভাগসমূহৰ ওপৰিও জলসিঞ্চন বিভাগৰ খালী পদসমূহতো দিয়া হ’ব নিযুক্তি৷ আজিৰ এই অনুষ্ঠানতেই বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ৷

সৰ্বমুখ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া অসম চৰকাৰে বৰ্তমানলৈ ৩৯,০১৯ গৰাকীক দিছে নিযু্ক্তি৷ আজিৰ দিনটোত মুঠ ১১ টা বিভাগ ক্ৰমে অসামৰিক সেৱা, অসম আৰক্ষী, জলসিঞ্চল আদি বিভাগত দিব নিযুুক্তি৷ ইয়াৰে গৃহ বিভাগত দিব ৬৯গৰাকীক, বিত্ত বিভাগত ৩৩ গৰাকী, পৰিবহণ বিভাগত ৫ গৰাকী, শ্ৰমিক কল্যাণ বিভাগত ১৮ গৰাকী, আবকাৰী বিভাগত ৭ গৰাকী, জলসিঞ্চন বিভাগত ৩২৫গৰাকী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৩৩গৰাকী, দক্ষতা নিয়োগ উদ্যমিতা বিভাগত ৪ গৰাকী, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগত ৩১ গৰাকী, উদ্যোগ আৰু বানিজ্য বিভাগত ১০ গৰাকী, কৰ্মচাৰী বিভাগত ১১০ গৰাকীক দিয়া হ’ব নিযুক্তি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?
অসম

অসম ভ্ৰমণত অনিশ্চয়তা জাপানৰ প্ৰধানমন্ত্ৰীৰ, এতিয়া ক’ত হ’ব আলোচনা বৈঠক?

June 23, 2026
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী
বিশ্ব

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

June 22, 2026
Next Post
কিবা এটা হৈছে কুকুৰটোৱেও বুজিছে! বিষাদগ্ৰস্থ মনেৰে সিও গৰাকীক জনালে শেষ শ্ৰদ্ধা…

কিবা এটা হৈছে কুকুৰটোৱেও বুজিছে! বিষাদগ্ৰস্থ মনেৰে সিও গৰাকীক জনালে শেষ শ্ৰদ্ধা...

অসমত সম্ভৱ নহয় এই চিকিৎসা! বিধায়ক অখিল গগৈক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ পঠিওৱাৰ সম্ভাৱনা

অসমত সম্ভৱ নহয় এই চিকিৎসা! বিধায়ক অখিল গগৈক উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ পঠিওৱাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.