• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?

মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?

4 years ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

20 minutes ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

42 minutes ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

1 hour ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

2 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

4 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

4 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

4 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

5 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

6 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

7 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?

editor by editor
November 3, 2022
in ভাৰত, ৰাজনীতি
0
মোদীৰ ৰাজ্য গুজৰাটত দুই দফীয়া নিৰ্বাচন! মোদী-শ্বাহক টক্কৰ দিবলৈ সাজু কোনটো ৰাজনৈতিক দল?
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গুজৰাট বিধানসভা নিৰ্বাচনক লৈ চলি থকা গল্প-গুজবৰ অন্ত পেলাই ঘোষণা কৰা হ’ল নিৰ্বাচনৰ দিন। মোদীৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন কমিছনে। বৃহস্পতিবাৰে কৰা ঘোষণাত আগন্তুক ডিচেম্বৰ মাহৰ ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে ভোট গণনা কৰা হ’ব ৮ ডিচেম্বৰ তাৰিখে।

কেতিয়া হ’ব ভোটগণনা?

নিৰ্বাচন কমিছনে প্ৰকাশ কৰা অনুযায়ী গুজৰাটৰ ১৮২ খন আসনৰ ভিতৰত ৮৯ টা সমষ্টিৰ ভোটগ্ৰহণ অনুষ্টিত হ’ব ১ ডিচেম্বৰ তাৰিখে। অন্য ৯৩ টা সমষ্টিৰ ভোটগ্ৰহণ হ’ব ৫ ডিচেম্বৰ তাৰিখে। নৱেম্বৰৰ ৯ তাৰিখৰ পৰা ১৮ নৱেম্বৰলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব লাগিব। ১০ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ। ইফালে ১২ নৱেম্বৰত ভোটগ্ৰহণ হ’ব জেপি নাড্ডাৰ ৰাজ্য হিমাচল প্ৰদেশতো। হিমাচল প্ৰদেশত ১২ নৱেম্বৰত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’লেও গুজৰাটৰ সৈতে একেলগে হ’ব ভোটগণনা। বিগত অক্টোবৰৰ ১৪ তাৰিখেই ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশৰ ভোটগ্ৰহণৰ দিন।

২০১৭ত কিয় কম আসন লাভ কৰিছিল বিজেপিয়ে?

উল্লেখ্য যে ২০১৭ চনৰ ৯ আৰু ১৪ ডিচেম্বৰত হৈছিল গুজৰাট বিধানসভা নিৰ্বাচন। পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশতো ২০১৭ চনৰ ৯ নৱেম্বৰত হৈছিল ভোটগ্ৰহণ। দুয়োখন ৰাজ্যৰে ভোটগণনা অনুষ্ঠিত হৈছিল ১৮ ডিচেম্বৰ তাৰিখে। ২০১৭-ৰ গুজৰাটৰ বিধানসভা নিৰ্বাচনত ৯৯ খন আসন লাভ কৰি পঞ্চমবাৰৰ বাবে গুজৰাট দখল কৰিছিল বিজেপিয়ে। কিন্তু এটা কথা সঠিক যে ১৯৯০ চনৰ পৰা ধাৰাবাহিকতা অক্ষুন্ন ৰখা বিজেপি দলে ২০১৭ চনতেই সৰ্বনিম্ন আসন লাভ কৰিছিল বিজেপি দলে। আনহাতে ২০১৭ চনত ৭৭ খন আসন জয় কৰি কংগ্ৰেছ দলে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। সেই বৰ্ষত নিৰ্দলীয়ই লাভ কৰিছিল ৬খন আসন।

গুজৰাটত বিজেপিৰ প্ৰতিদ্বন্দী কোন হ’ব?

আনহাতে এইবাৰ আপ দলেও গুজৰাটত চলাইছে নিৰ্বাচনী প্ৰচাৰ। আপ প্ৰধান অৰবিন্দ কেজৰীৱালেও গুজৰাটত উপস্থিত হৈ পুণ্যৰ্দমে চলাইছে প্ৰচাৰ। সম্প্ৰতি এইবাৰ কেইবাখনো চহৰত কংগ্ৰছতকৈ আপেই ভাল ফলাফল লাভ কৰিব বুলি একাংস ৰাজনৈতিক বিশ্লেষকে মত প্ৰকাশ কৰিছে। কিন্তু গুজৰাটত বিজেপিৰ ভেটি ভঙা সহজ হ’বনে? বহুতেই দাবী কৰিছে যে এইবাৰ গুজৰাটত নিৰ্বাচনী যুঁজ বিজেপিয়ে আপৰ সৈতেহে কৰিব কিয়নো কংগ্ৰেছৰ ভেটি এতিয়া দেশত ভাগি পৰিছে। ৰাহুলে ইতিমধ্যে সেই কথা বুলি উঠিছে যাৰ বাবে ভাৰত জোড়ো যাত্ৰাত ৰাহুলে এপলকৰ বাবেই গুজৰাট অথৱা হিমাচলত প্ৰৱেশ কৰা নাই বুলিও ৰাজনৈতিক বিশ্লেষকে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
Next Post
বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

বিস্ময়কৰ! সাপে খুটাৰ পাছত শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে মৃত্যু হ’ল সাপটোৰহে, কি হৈছিল প্ৰকৃততে?

ৰূপজ্যোতি কূৰ্মীয়ে কৈছে, চৰকাৰৰ টকা কমা নাই, তথাপিও সুৰা খাবই যদি ৰাজহ দি খাওক…

ৰূপজ্যোতি কূৰ্মীয়ে কৈছে, চৰকাৰৰ টকা কমা নাই, তথাপিও সুৰা খাবই যদি ৰাজহ দি খাওক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.