• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিপুন বৰাৰ দাবী, মোগলে নহয় হিন্দুৱেহে আক্ৰমণ কৰিছিল! শৰাইঘাট ৰণ মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে কৰিছিল লাচিতে

ৰিপুন বৰাৰ দাবী, মোগলে নহয় হিন্দুৱেহে আক্ৰমণ কৰিছিল! শৰাইঘাট ৰণ মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে কৰিছিল লাচিতে

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰিপুন বৰাৰ দাবী, মোগলে নহয় হিন্দুৱেহে আক্ৰমণ কৰিছিল! শৰাইঘাট ৰণ মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে কৰিছিল লাচিতে

editor by editor
November 30, 2022
in অসম, ৰাজনীতি
0
ৰিপুন বৰাৰ দাবী, মোগলে নহয় হিন্দুৱেহে আক্ৰমণ কৰিছিল! শৰাইঘাট ৰণ মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে কৰিছিল লাচিতে
0
SHARES
276
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বনাথৰ ছাপ্লাইৰ সমীপত বুধবাৰে তৃণমূল কংগ্ৰেছৰ এখন যোগদান কাৰ্যসূচীত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই। বিশ্বনাথৰ ১০০ৰো অধিক লোকে যোগদান কৰিছে তৃণমূল কংগ্ৰেছত৷ এই যোগদান কাৰ্যসূচীত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অংশগ্ৰহণ কৰি মন্তব্যত কয় যে, মোগলে নহয় হিন্দুৱেহে আক্ৰমন কৰিছিল অসম৷

লাচিতে শৰাইঘাটত মোগলৰ বিৰুদ্ধে নহয় হিন্দুৰ বিৰুদ্ধেহে যুদ্ধ কৰিছিল। কাৰণ মোগলৰ সেনাপতি ৰাম সিংহ আছিল হিন্দু৷ শৰাইঘাটৰ ৰণ সম্পৰ্কে এনেদৰে নতুন বাখ্যা আগবঢ়াই তৃণমুল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ বিশ্বনাথ চাৰিআলিত অনুষ্টিত তৃণমুল কংগ্ৰেছৰ যোগদান সভাত শৰাইঘাটৰ ৰণ সম্পৰ্কে এই বাখ্যা আগবঢ়ালে ৰিপুন বৰাই।

যি সময়ত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী সমগ্ৰ দেশে উদযাপন কৰিছে, লাচিত বৰফুকনৰ কৰ্মৰাজিৰ বিষয়ে সমগ্ৰ দেশত চৰ্চা চলিচে সেই সময়ত ৰিপুন বৰাই আগবঢ়োৱা এই বাখ্যাই যে বিতৰ্কৰ সৃষ্টি কৰিব সেইয়া নিশ্চিত৷ উক্ত অনুষ্ঠানত ৰিপুন বৰাৰ লগতে গহপুৰৰ বিধায়িকা মণিকা বৰা ধেমাজি জিলা তৃণমূল সভাপতি বাবুল সোণোৱাল, বিশ্বনাথ জিলা তৃণমূলৰ সভাপতি বিশ্বজিৎ বাঢ়ৈকে আদি কৰি বহুকেইজন শীৰ্ষ নেতা আৰু ৩০০ ৰো অধিক ৰাইজ উপস্থিত থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?
জীৱনশৈলী

ৰাষ্ট্ৰপতি শাসনৰ ইতি! মণিপুৰক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় বিজেপিৰ, কোন হ’ল নতুন মুখ্যমন্ত্ৰী?

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ
জীৱনশৈলী

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এয়াই প্ৰথম, উপমুখ্যমন্ত্ৰী আসনত বহিল মহিলা, ইতিহাস গঢ়ি উপমুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ সুনীতা পাৱাৰৰ

January 31, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
Next Post
গুজৰাটৰ নিৰ্বাচনঃ কাৰ দখললৈ যাব গুজৰাট, জনাওক আপোনাৰ মন্তব্য

গুজৰাটৰ নিৰ্বাচনঃ কাৰ দখললৈ যাব গুজৰাট, জনাওক আপোনাৰ মন্তব্য

সলনি হ’ব মেট্ৰিক পৰীক্ষাৰ নিয়ম, নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ নিয়ম, নতুন নিয়ম সন্দৰ্ভত জানিবলৈ ক্লিক কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.