অসম লাইভ২৪ঃ ‘মৰমী লগৰী, নাযাবা আঁতৰি…’কলপুলিৰ তলেৰে সুমিতৰ কাষলৈ গীতালি৷
আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে সুমিত সাগৰৰ সৈতে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ আগবাঢ়িছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী৷
শেহতীয়াকৈ সামাজিক মাধ্যমত নিজেই শ্বেয়াৰ কৰিছে মধুৰ সময়ৰ ফটো৷
গীতালিৰ হাতত জিলিকিছে সুমিতৰ নামৰ মেহেন্দী৷
আঙঠি পিন্ধোৱাৰো কেইখনমান ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে গীতালিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ