• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

4 years ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান! নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

18 minutes ago
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

1 hour ago
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

1 hour ago
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

2 hours ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

4 hours ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

5 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

7 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…

editor by editor
December 14, 2022
in অসম, খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত
0
ভাৰতীয় খাদ্যই সৰ্বাধিক চাৰ্ছ হৈছে গুগলত! এইবিধ খাদ্য নিশ্চয় আপুনিও এবাৰ চাৰ্ছ কৰিছে গুগলত…
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিবা তথ্যৰ প্ৰয়োজন হৈছে? ৰ’বলৈ সময় নাই, লগে লগেই গুগল চাৰ্ছ৷ গুগলত সকলো বিষয়েই চাৰ্ছ কৰাটো লাইফষ্টাইলৰ সৈতে সম্পৰ্কিত বিষয়৷ কিছু সংখ্যক লোকে যদি গুগলত ঔষধ চাৰ্ছ কৰে, কিছুৱে ঠিকনা, ৰেস্তোৰা, ৰেচিপি ইত্যাদি ইত্যাদি৷ আমি প্ৰায়সংখ্যক লোকেই এতিয়া অজানিতে হৈ পৰিছো গুগল নিৰ্ভৰশীল৷ প্ৰত্যেক বছৰৰ দৰে এইবাৰো বছৰৰ শেষত নিজা সমীক্ষা প্ৰকাশ কৰিছে৷

প্ৰত্যেকবাৰৰ দৰে এইবাৰো প্ৰতিটো বিষয়ত কোনে কি চাৰ্ছ কৰিছে সমস্ত ডাটা প্ৰকাশ কৰিছে গুগলে৷ এই বৰ্ষত খাদ্যৰ ৰেচিপি কোনে কি চাৰ্ছ কৰিছে সেই তালিকাত শীৰ্ষস্থান দখল কৰিছে এবিধ খাদ্যই৷ ভাৰতীয় খাদ্যৰ তালিকাত সৰ্বাধিক চাৰ্ছ কৰা খাদ্যবিধ হৈছে পনিৰ পছন্দ৷ ইয়াৰোপৰি ভাৰতীয়লোকসকলে সৰ্বাধিক চাৰ্ছ কৰা এটা ৰেচিপিয়েই হৈছে পনিৰ ৰেচিপি৷ ইয়ৰোপৰি চিকেন চুপ, মালাই কোফতা, পিজ্জা মাৰ্গাৰিটা, পেনকেক, পনিৰ ভুৰ্জি আদিও চাৰ্ছ কৰিছে গুগলত৷

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ অন্য এক জনপ্ৰিয় খাদ্য আনাৰস ৰেছিপিও চাৰ্ছ কৰা হৈছে গুগলত৷ আনহাতে পৰ্ণষ্টাৰ মাৰ্টিনি নামৰ খাদ্যবিধো সৰ্বাধিক চাৰ্ছ কৰা হৈছে গুগলত৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মূৰৰ বিষৰ নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান! নকৰিব আওকাণ, আজিয়েই এই লক্ষণসমূহৰ পৰা সাৱধান!

October 22, 2026
ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ
বিশ্ব

ট্ৰাম্পৰ নতুন চখ, গুগল মেপত আটলাণ্টিক মহাসাগৰৰ সলনি ট্ৰাম্প মহাসাগৰ হোৱাটো বিচাৰে! প্ৰস্তাৱ গুগল’লৈ

October 22, 2026
কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!
বাণিজ্য

কোটিপতি হ’ব বিচাৰে নেকি? ৯৯৯৯ টকাৰ মাহিলী SIPৰে পূৰণ কৰক সপোন!

October 22, 2026
হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?
অসম

হোটেলৰ কোঠাত উদ্ধাৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ, কি হৈছিল প্ৰকৃততে?

October 22, 2026
Next Post
চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

চিগাৰেট চাহিদা বাঢ়িছে দেশত! চিগাৰেট বিক্ৰি কৰিয়েই ২০২২ৰ চেল ষ্টকৰ শীৰ্ষত ITC

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.