• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

3 years ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

27 minutes ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

50 minutes ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

1 hour ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

2 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

2 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

4 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

13 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

13 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

14 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

15 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

15 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

editor by editor
December 26, 2022
in জীৱনশৈলী, বিশ্ব
0
ভূ-পৃষ্টৰ ৮ ফুট ওপৰলৈ বৰফ, তাপমাত্ৰা মাইনাচ ৪৫ ডিগ্ৰীৰো তলত, ‘চাইক্ল’ন বোমা’ত মৃত্যুৰ সংখ্যা ৩৪ লৈ বৃদ্ধি
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বহুদিনৰ অন্তত আমেৰিকাত হাড়কপোঁৱা জাৰ। বৰফে ঢাকিছে আমেৰিকা। হাজাৰ হাজাৰ মানুহ দুৰ্যোগৰ সন্মুখীন হোৱাৰ বিপৰীতে বিদ্যুত সংযোগো সম্পূৰ্ণৰূপে কৰ্তন হৈছে বহুকেইটা এলেকাত। বৰ্তমানলৈ এই ছাইক্লনত ৩৪ জনৰো অধিক লোক নিহত হোৱা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ বিশেষ সংবাদ সংস্থাই। কৰোবাত যদি ভুপৃষ্টৰ পৰা ৮ ফুট ওপৰলৈকে বৰফৰ তৰপ আন কৰোবাত ১০ ফুটলৈকে বৰফেই ঢাকি ধৰিছে। বৰদিনৰ সময়তেই এই বিপৰ্যয়ত সমগ্ৰ আমেৰিকাতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

আমেৰিকাৰ এই ভয়ংকৰ তুষাৰপাতত ‘চাইক্ল’ন বম’ বুলি নামকৰণ কৰা হৈছে। ইপিনে এই ছাইক্লনৰ বাবেই আমেৰিকাৰ বহু এলেকাৰ তাপমাত্ৰা মাইনাছ ৪০ ৰ পৰা মাইনাছ ৪৫ ডিগ্ৰীলৈ নামিছে তাপমাত্ৰা। তুষাৰপাত আৰু অত্যাধিকভাৱে কমি অহা তাপমাত্ৰাৰ বাবেই উদ্ধাৰকাৰী দলেও উদ্ধাৰ কাৰ্যত বাধাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰিছে ৱাছিংটন টাইমছে।

এই ছাইক্লনৰ বাবেই এই অঞ্চলৰ ব্যক্তিসকলক বাহিৰলৈ ওলোৱাত বাধা আৰোপ কৰা হৈছে। অত্যাধিক প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ বাহিৰলৈ ওলোৱা সম্পূৰ্ণ নিষেধ বুলি জনাইছে আমেৰিকাৰ প্ৰশাসনে। এই ছাইক্ল’নৰ বাবেই প্ৰায় ২ লাখ মানুহৰ বিদ্যুত কৰ্তন কৰা হৈছে। পৰিস্থিতি স্বাভাৱিক হ’বলৈ কিমান দিনৰ প্ৰযোজন হ’ব সেই সম্পৰ্কেও নিশ্চিত হ’ব পৰা নাই বতৰ বিজ্ঞান কেন্দ্ৰই। বহুঠাইত বিদ্যুতৰ পষ্টসমূহ বৰফে ঢাকি ধৰাৰ বাবেই বিদ্যুত কৰ্তন কৰা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰশাসনে। আনহাতে বিপৰ্যস্ত হৈ পৰিছে যাতায়াত ব্যৱস্থাও। কেৱল ঠাণ্ডাতেই আমেৰিকাৰ কলোৰাডোত মৃত্যু হৈছে ৪ জনকৈ লোকৰ। নিউৱৰ্কতো মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। বৰ্তমানলৈ আমেৰিকাৰ মুঠ ৯ খন প্ৰদেশৰ পৰা আহিছে মৃত্যুৰ খবৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

May 4, 2026
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

May 4, 2026
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়
জীৱনশৈলী

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

May 3, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
Next Post
অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত…

অন্তঃসত্ত্বা কেটৰিণা! বেবীবাম্প লুকুৱাই তুলা ফটো ভাইৰেল সামাজিক মাধ্যমত...

মধ্যবিত্তলৈ বেয়া খবৰ! ২০২৩ ত বন্ধ হ’ব এইকেইখন বিশেষ মডেলৰ বাহন…

মধ্যবিত্তলৈ বেয়া খবৰ! ২০২৩ ত বন্ধ হ’ব এইকেইখন বিশেষ মডেলৰ বাহন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.