• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…

অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…

4 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

54 minutes ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…

editor by editor
December 26, 2022
in অপৰাধ, জীৱনশৈলী
0
অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৪ ডিচেম্বৰত আত্মহত্যা কৰিছে মুম্বাই টেলিভিছন ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় অভিনেত্ৰী তুনিছা শৰ্মাই৷ আলিবাবা দাস্তান এ কাবুল ধাৰাবাহিকৰ শ্বুটিঙস্থলীতে বাথৰুমত ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে তুনিছাই৷ তুনিছাৰ আত্মহত্যাৰ পাছতেই বাহিৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ংকৰ খবৰ৷ তুনিছাৰ মৃত্যুৰ তদন্ত কৰি থকা দলটোৱে দিছে বহুকেইটা ভয়ংকৰ তথ্য৷

দলটোৱে প্ৰকাশ কৰামতে মৃত্যুৰ দিনাও পুৱাৰভাগত ঠিকেই আছিল তুনিছা৷ লাঞ্চ ব্ৰেকৰ আগলৈকে ৰীল বনাই ইনষ্টাগ্ৰামত আপলোডো কৰি আছিল তুনিছাই৷ কিন্তু কেইঘণ্টামান পাছতেই হাঁহি মাতি থকা অভিনেত্ৰীগৰাকীয়ে কিয় ল’লে এই চৰম সিদ্ধান্ত? সকলোৰে মনত সেই একেটাই প্ৰশ্ন৷ হাঁহিৰ আঁৰত কি বেদনা লুকুৱাই ফুৰিছিল তুনিছাই? মৃত্যুৰ দিনাও দুপৰীয়া ৩ বজাৰ আগলৈকে হাঁহি-ধেমালীৰ মাজেৰেই কাম কৰি আছিল তুনিছাই৷ ৩ বজাত লাঞ্চ ব্ৰেকত একেলগে প্ৰেমিক ছিজান খানৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ পাছতেই ৩.১৫ মিনিটত তুনিছা ওলমি ৰ’ল বাথৰুমত? কি এনে কথা হৈছিল বিশেষ ১৫ মিনিটত? মাত্ৰ ১৫ মিনিটৰ ব্যৱধানতেই এই সিদ্ধান্ত ল’লে তুনিছাই!

ঘটনাৰ পাছতেই আৰক্ষীয়ে আটক কৰিছে ছিজান খানক৷ ছিজানে আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি, তুনিছা আৰু ছিজানৰ ধৰ্ম বেলেগ৷ সেয়ে ভৱিষ্যতে এই বিষয়টোক লৈ অসুবিধা হ’ব পাৰে৷ সেয়ে দুয়োৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল ছিজানে৷ কিন্তু তদন্তকাৰী দলটোৱে ছিজানৰ স্বীকাৰোক্তিক মানি ল’ব পৰা নাই৷ ইফালে তুনিছাৰ পৰিয়ালে অনা অভিযোগ অনুসৰি ছিজানে তুনিছাক প্ৰতাৰণা কৰিছিল৷ তুনিছাৰ সৈতে সম্পৰ্কত থাকোতেও অন্য যুৱতীৰ সৈতে সম্পৰ্ক ৰাখিছিল ছিজানে৷ এইসমূহ বিষয়ক লৈয়েই ১০ দিন পূৰ্বে এনজাইটি এটেক হৈছিল তুনিছাৰ৷ পূৰ্বেও ছিজান আৰু ২০ বছৰীয়া অভিনেত্ৰী তুনিছাৰ মাজত বাক বিতণ্ডা চলি আছিল৷ ব্ৰেকআপো হৈছিল দুয়োৰে৷ ব্ৰেকআপৰ বাবেই মানসিকভাৱে ভাঙি পৰিছিল তুনিছা৷ ছিজানে দি অহা মানসিক চাপৰ বাবেই তুনিছাই আত্মহত্যা কৰা বুলি আভিযোগ আনিছে তুনিছাৰ পিতৃ-মাতৃয়ে৷ অৱশ্যে সত্য কি কোনে ক’ব? সকলো ভাঙি পাতি ক’বলৈকো তুনিছা গ’লগৈ কাহানিও উভতি নহাৰ বাটেৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

June 27, 2026
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত
জীৱনশৈলী

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

June 27, 2026
Next Post
কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.