• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…

অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…

1 month ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

11 hours ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

12 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

13 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

13 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

13 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

15 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

15 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

16 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

17 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

17 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

17 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

17 hours ago
  • About
  • Advertise
  • Careers
Thursday, February 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…

editor by editor
December 26, 2022
in অপৰাধ, জীৱনশৈলী
0
অভিনেত্ৰী তুনিছা শৰ্মাৰ চৰম সিদ্ধান্ত, ১৫ মিনিটৰ ব্যৱধানতেই তুনিছাই লৈছিল চৰম সিদ্ধান্ত, কি হৈছিল সেই ১৫ মিনিটত? সবিশেষ…
0
SHARES
17.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২৪ ডিচেম্বৰত আত্মহত্যা কৰিছে মুম্বাই টেলিভিছন ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় অভিনেত্ৰী তুনিছা শৰ্মাই৷ আলিবাবা দাস্তান এ কাবুল ধাৰাবাহিকৰ শ্বুটিঙস্থলীতে বাথৰুমত ডিঙিত চিপ লৈ আত্মহত্যা কৰিছে তুনিছাই৷ তুনিছাৰ আত্মহত্যাৰ পাছতেই বাহিৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ংকৰ খবৰ৷ তুনিছাৰ মৃত্যুৰ তদন্ত কৰি থকা দলটোৱে দিছে বহুকেইটা ভয়ংকৰ তথ্য৷

দলটোৱে প্ৰকাশ কৰামতে মৃত্যুৰ দিনাও পুৱাৰভাগত ঠিকেই আছিল তুনিছা৷ লাঞ্চ ব্ৰেকৰ আগলৈকে ৰীল বনাই ইনষ্টাগ্ৰামত আপলোডো কৰি আছিল তুনিছাই৷ কিন্তু কেইঘণ্টামান পাছতেই হাঁহি মাতি থকা অভিনেত্ৰীগৰাকীয়ে কিয় ল’লে এই চৰম সিদ্ধান্ত? সকলোৰে মনত সেই একেটাই প্ৰশ্ন৷ হাঁহিৰ আঁৰত কি বেদনা লুকুৱাই ফুৰিছিল তুনিছাই? মৃত্যুৰ দিনাও দুপৰীয়া ৩ বজাৰ আগলৈকে হাঁহি-ধেমালীৰ মাজেৰেই কাম কৰি আছিল তুনিছাই৷ ৩ বজাত লাঞ্চ ব্ৰেকত একেলগে প্ৰেমিক ছিজান খানৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ পাছতেই ৩.১৫ মিনিটত তুনিছা ওলমি ৰ’ল বাথৰুমত? কি এনে কথা হৈছিল বিশেষ ১৫ মিনিটত? মাত্ৰ ১৫ মিনিটৰ ব্যৱধানতেই এই সিদ্ধান্ত ল’লে তুনিছাই!

ঘটনাৰ পাছতেই আৰক্ষীয়ে আটক কৰিছে ছিজান খানক৷ ছিজানে আৰক্ষীৰ সন্মুখত দিয়া স্বীকাৰোক্তি অনুসৰি, তুনিছা আৰু ছিজানৰ ধৰ্ম বেলেগ৷ সেয়ে ভৱিষ্যতে এই বিষয়টোক লৈ অসুবিধা হ’ব পাৰে৷ সেয়ে দুয়োৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল ছিজানে৷ কিন্তু তদন্তকাৰী দলটোৱে ছিজানৰ স্বীকাৰোক্তিক মানি ল’ব পৰা নাই৷ ইফালে তুনিছাৰ পৰিয়ালে অনা অভিযোগ অনুসৰি ছিজানে তুনিছাক প্ৰতাৰণা কৰিছিল৷ তুনিছাৰ সৈতে সম্পৰ্কত থাকোতেও অন্য যুৱতীৰ সৈতে সম্পৰ্ক ৰাখিছিল ছিজানে৷ এইসমূহ বিষয়ক লৈয়েই ১০ দিন পূৰ্বে এনজাইটি এটেক হৈছিল তুনিছাৰ৷ পূৰ্বেও ছিজান আৰু ২০ বছৰীয়া অভিনেত্ৰী তুনিছাৰ মাজত বাক বিতণ্ডা চলি আছিল৷ ব্ৰেকআপো হৈছিল দুয়োৰে৷ ব্ৰেকআপৰ বাবেই মানসিকভাৱে ভাঙি পৰিছিল তুনিছা৷ ছিজানে দি অহা মানসিক চাপৰ বাবেই তুনিছাই আত্মহত্যা কৰা বুলি আভিযোগ আনিছে তুনিছাৰ পিতৃ-মাতৃয়ে৷ অৱশ্যে সত্য কি কোনে ক’ব? সকলো ভাঙি পাতি ক’বলৈকো তুনিছা গ’লগৈ কাহানিও উভতি নহাৰ বাটেৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…
অপৰাধ

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

February 1, 2023
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…
অসম

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

February 1, 2023
ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…
অসম

ওপজা দিনত মুখ্যমন্ত্ৰীৰ অজানা কথা! শিক্ষাৰ দিশেৰে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়েই ফেৰ মাৰিব নোৱাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক…

February 1, 2023
Next Post
কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.