• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

4 years ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

18 minutes ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

1 hour ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

2 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

3 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

4 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

4 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

5 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

22 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

23 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

23 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

1 day ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?

editor by editor
December 26, 2022
in অসম, খাদ্য, ভাৰত
0
কণী আমিষ নে নিৰামিষ? এজন সুস্থ-সৱল ব্যক্তিয়ে এদিনত কেইটাকৈ কণী খোৱাটো স্বাস্থ্যসন্মত?
0
SHARES
27.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কণী এবিধ বিতৰ্কিত খাদ্য। কণীক আমিষ নে নিৰামিষ সেই বিষয়টোৰ লগতে কণী প্ৰথম নে কুকুৰা প্ৰথম সেই বিষয়টোলৈয়ো বহুতেই দিয়ে বহুমত। এই জটিল প্ৰশ্নৰ সঠিক উত্তৰ আজিলৈকে কোনোৱেই দিব পৰা নাই।
ইফালে আমিষ-নিৰামিষ যদি চাওঁ বহুসংখ্যক নিৰামিষভোজীয়েই কিন্তু কণী খাই। নিয়মীয়া খাদ্যত কণী অন্তৰ্ভুক্ত নকৰা মানুহ সাধাৰণতে কমেই আছে। কণী কুকুৰাৰ দেহৰ পৰা তৈয়াৰ হয় আৰু ইয়াৰ জীৱিত ভ্ৰুণ থাকে বাবে বহুতেই ইয়াক আমিষ বুলিয়েই দাবী কৰে। দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত বিজ্ঞানীসকলে কয় যে কণী নিৰামিষ নহয়, বৰঞ্চ ই আমিষ।

গৱেষকৰ মতে কণী এটাত কণীৰ খোলা, কুহুম আৰু বগা তিনিটা অংশ থাকে। অধ্যয়নত দেখা গৈছে যে কণীৰ বগা অংশটো কেৱল প্ৰটিনেৰে গঠিত, আনহাতে কুহুমত প্ৰটিন আৰু কলেষ্টেৰল থাকে। বজাৰত খোৱাৰ বাবে বিক্ৰী কৰা কণীবোৰ নিষিক্ত নহয়, সেয়ে সেইবোৰৰ কোনোটোতেই ভ্ৰূণ নাথাকে। অৰ্থাৎ এই কণী খাই জীৱক হত্যা কৰাৰ কোনো সম্ভাৱনা নাই।

স্বাস্থ্য বিশেষজ্ঞৰ মতে কণী আমাৰ শৰীৰৰ বাবে অতি উপকাৰী খাদ্য, ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, ভিটামিন বি, ভিটামিন এ, আইৰণ, মেংগানিজ, কেলচিয়াম, চেলেনিয়াম, জিংক আৰু বিভিন্ন পুষ্টিকৰ উপাদান থাকে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতিদিনে কণী খালে বহু ধৰণৰ ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পাৰি। কণীক প্ৰটিন আৰু ভিটামিনৰ উৎকৃষ্ট উৎস বুলিও গণ্য কৰা হয়। অধ্যয়নত দেখা গৈছে যে কলেষ্টেৰলৰ সমস্যা থকা লোকসকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্য তালিকাত কণী অন্তৰ্ভুক্ত কৰিব লাগে। অৱশ্যে বহুতৰে মনত প্ৰশ্নও থাকে, এজন ব্যক্তিয়ে এদিনত কিমানটা কণী খাব লাগে? প্ৰাপ্তবয়স্কসকলে এদিনত দুটা আৰু শিশুৱে এদিনত এটা কণী খাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!
অসম

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ
ভাৰত

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

October 30, 2026
Next Post
২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই…

২৫০০ বছৰে সমাধান কৰিব নোৱাৰা সূত্ৰ সমাধান কৰিলে ভাৰতীয় গৱেষক ছাত্ৰই! পাণিনিৰ সংস্কৃত ব্যাকৰণৰ সূত্ৰৰ সমাধান কৰিলে কেমব্ৰীজৰ ছাত্ৰই...

তালিবানী অত্যাচাৰ! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ৰ মূল অভিযুক্ত পংকজ ত্ৰিপাঠীক গ্ৰেপ্তাৰ, গৃহতো চলিল বুলডোজাৰ, কিয় এই শাস্তি দিছিল তৰুণীক? সবিশেষ…

তালিবানী অত্যাচাৰ! মধ্যপ্ৰদেশৰ ভাইৰেল ভিডিঅ’ৰ মূল অভিযুক্ত পংকজ ত্ৰিপাঠীক গ্ৰেপ্তাৰ, গৃহতো চলিল বুলডোজাৰ, কিয় এই শাস্তি দিছিল তৰুণীক? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.