• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…

সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…

3 years ago
টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

32 minutes ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

58 minutes ago
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

2 hours ago
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

3 hours ago
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

4 hours ago
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

4 hours ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

5 hours ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

7 hours ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

16 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…

editor by editor
December 30, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
সম্ৰাটৰ প্ৰস্থান, কিংবদন্তী ফুটবলাৰ পেলে শুই পৰিল চিৰনিদ্ৰাত…
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফুটবল সম্ৰাটৰ প্ৰস্থান। অতীত হ’ল ফুটবলৰ এটা যুগৰ। ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবল সম্ৰাট পেলে। দীৰ্ঘদিন ধৰি কলনৰ কৰ্কটত আক্ৰান্ত হৈ আছিল ফুটবল সম্ৰাটগৰাকী। ২০২২ ৰ বিশ্বকাপ ফুটবল চলি থকাৰ সময়তে চিকিৎসালয়ত ভৰ্তী কৰা হৈছিল পেলেক। হাস্পতালৰ পৰাই পেলে শাৰিৰীক যন্ত্ৰণাকো আওকান কৰি ব্ৰাজিলৰ সমৰ্থনত এটাৰ পাছত আনটো পোষ্ট কৰিছিল পেলে। শুভেচ্ছা জনাইছিল ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰকো। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা বিফল হ’ল। বৃহস্পতিবাৰে পৃথিৱীৰ পৰা বিদায় মাগিলে ফুটবল সম্ৰাট পেলে। ফুটবলাৰগৰাকীৰ কন্যাই ইনষ্টাগ্ৰামযোগে পোষ্ট কৰি পিতৃৰ মৃত্যুৰ খবৰ দিছে বিশ্ববাসীক।

ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত একাধিকবাৰ পেলেৰ মৃত্যুৰ গুজব ওলাইছিল। এইবাৰো মৃত্যুৰ খবৰ ভাইৰেল হৈ পৰাৰ পাছত একাংশই এয়া ভুৱা খবৰ বুলিয়েই বাৰে বাৰে খবৰটোৰ সত্যাসত্য প্ৰমাণ কৰাৰ চেষ্টাও চলাইছিল। অৱশ্যে পেলেৰ কন্যা কেলি নাছিমেণ্টোৰ ইনষ্টাগ্ৰাম পোষ্টে সকলোৰে ভুল ভাঙে। সম্ৰাটহীন হ’ল ফুটবল বিশ্ব। বিগত কিছুদিন ধৰি পেলেৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছিল। কৰ্কটৰ কোষে খুলি খুলি খাইছিল পেলেৰ শৰীৰ। উদ্বেগেৰে দিন কটাইছিল বিশ্ব ফুটবলপ্ৰেমীয়ে। কৰ্কটৰ বিৰুদ্ধে শেষ পৰ্যন্ত হাৰ মানিলে ফুটবল সম্ৰাটেও। কিছুদিন পূৰ্বে পেলেৰ কন্যা নাছিমেণ্টোয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি পেলেৰ শৰীৰৰ হতাশাজনক দিনবোৰৰ কথা শ্বেয়াৰ কৰিছিল। ছবি আঁকি কেলিয়ে দেখুওৱাইছিল সকলো। ফুটবল সম্ৰাটগৰাকীয়ে শেষ সময়তো জীৱনৰ ক্ষণবোৰ উপভোগ কৰিব বিচাৰিছিল। কৈছিল পিতৃ আৰু বেছি দিন এই পৃথিৱীৰ অতিথি নহয়। সেয়াই হ’ল, বৃহস্পতিবাৰে বিদায় মাগিলে পেলেই।

৩ খনকৈ বিশ্বকাপৰ নায়ক আছিল পেলে

১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ এক অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল পেলে। পিতৃয়ে নাম দিছিল এডছন অৰান্তেছ দ্যা নাছিমেণ্টো। ১৯৫৮ চনত ব্ৰাজিলৰ হৈ প্ৰথম বিশ্বকাপ খেলিছিল পেলে। তেতিয়া পেলে নাবালক। ইমান কমবয়সতে এখন দেশৰ হৈ বিশ্বকাপ খেল প্ৰথমগৰাকী খেলুৱৈয়ে হৈছে পেলে। মুঠ চাৰিবাৰকৈ বিশ্বকাপত অংশগ্ৰহণ কৰিছিল পেলেই। চাৰিবাৰৰ খেলত তিনিবাৰেই পেলে নেতৃত্বাধীন ব্ৰাজিল হৈছিল বিশ্বচেম্পিয়ন। বিশ্বৰ কোনো তাৰকা খেলুৱৈয়ে আজিলৈকে তিনিবাৰকৈ বিশ্বকাপ জয় কৰাৰ নজিৰ নাই।

ৰাজপুত্ৰৰ পাছতেই সম্ৰাটহীন হ’ল ফুটবল বিশ্ব

ফিফা মেগাজিনৰ জুৰি বৰ্ডৰ বিচাৰত পেলেই বিংশ শতাদ্বীৰ শ্ৰেষ্ঠ ফুটবলাৰ। এই বিষয়টোক লৈ যদিও বিতৰ্ক অব্যাহত আছে তথাপিও বৰ্তমানলৈকে সাধাৰণ ফুটবলপ্ৰেমীয়ে কিন্তু পেলেকেই ফুটবল সম্ৰাট বুলি মানি আহিছে। ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাই ২০২০ চনত বিদায় মাগিছিল পৃথিৱীৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী
বিনোদন

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

June 3, 2026
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!
জীৱনশৈলী

সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

June 3, 2026
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক
জীৱনশৈলী

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

June 3, 2026
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!
জীৱনশৈলী

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

June 3, 2026
Next Post
মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম...’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.