• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

1 month ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

4 mins ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

1 hour ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

2 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

2 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

2 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

4 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

4 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

5 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

6 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

6 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

6 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

6 hours ago
  • About
  • Advertise
  • Careers
Wednesday, February 1, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?

editor by editor
December 30, 2022
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
মনোকামনা পূৰণ নহল! নতুন বছৰত মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ! দুৰ্ঘটনাত পতিত ঋষভ পণ্টৰ স্বাস্থ্য শেহতীয়া আপডেট কি?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিজেই গাড়ী চলাই নতুন বছৰত মাতৃৰ চাৰপ্ৰাইজ দিবলৈ দিল্লীৰ পৰা ডেৰাডুনলৈ ৰাওনা হৈছিল ক্ৰিকেটাৰ ঋষভ পণ্ট৷ কিন্তু মাতৃক চাৰপ্ৰাইজ দিয়া নহ’ল ঋষভৰ৷ ভয়াৱহ পথ দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ঋষভ৷ দিল্লী-ডেৰাডুন হাইৱেত ৰুৰকিৰ ওচৰত নাৰচন বৰ্ডাৰত দুৰ্ঘটনাত পতিত হৈছে পণ্টৰ বাহন৷ ডিভাইডাৰত খুন্দা লগাৰ ফলতেই এই দুৰ্ঘটনা৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ঋষভ৷

ৰুৰকিৰ এখন হাস্পতালত প্ৰথমে ভৰ্তী কৰোৱা হৈছিল ঋষভক৷ তাৰ পাছতেই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা হয় ঋষভক৷ ইপিনে বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই দাউদাউকৈ জ্বলি উঠে৷ স্থানীয় লোকৰ তৎপৰতাতেই লগে লগেই চিকিৎসালয়ত ভৰ্তী হয় ঋষভ৷

বাংলাদেশৰ খেল শেষ কৰি ডুবাইত মহেন্দ্ৰ সিং ধোনীৰ সৈতে খ্ৰীষ্টমাছ পাৰ্টী কৰি দিল্লীলৈ ওভতিছিল পণ্ট৷ তাৰ পাছতেই নতুন বছৰৰ প্ৰথম দিনটো পৰিয়ালৰ সৈতে কটাবলৈ ডেৰাডুনস্থিত নিজা বাসগৃহলৈ যাত্ৰা কৰিছিল পণ্ট৷ মাতৃক চাৰপ্ৰাইজ দিয়াৰ লগতে পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও আছিল ঋষভৰ৷

দুৰ্ঘটনাৰ খবৰ ভাইৰেল হৈ পৰাৰ পাছতেই ক্ৰিকেটজগতত সৃষ্টি হৈছে চাঞ্চল্যৰ৷ উইকেটকীপাৰ-বেটাৰ ঋষভৰ দ্ৰুত আৰোগ্য কামনাৰে সামাজিক মাধ্যমত সকলোৱে পষ্ট কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে শেহতীয়াকৈ চিকিৎসকে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী ঋষভৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ৷ আঘাত গুৰুতৰ যদিও চিকিৎসকে তেওঁৰ মানসিক দৃঢ়তাই অচিৰেই তেওঁক সুস্থ কৰি তুলিব বুলি প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?
বাণিজ্য

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

February 1, 2023
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…
অসম

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

February 1, 2023
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…
বাণিজ্য

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

February 1, 2023
Next Post
‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম...’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত...

মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.