• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…

4 years ago
বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

বলিউডৰ এইগৰাকী বিখ্যাত নিৰ্মাতা-পৰিচালকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু

33 minutes ago
পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

পুনৰ নীলা ড্ৰামৰ প্ৰসংগ, পিছে নীলা ড্ৰামত এইবাৰ ওলাল টকাৰ পাহাৰ

1 hour ago
ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

2 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

2 hours ago
ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

ছত্তীশগড়ত তেজৰ দৰে হৈ পৰিছে আকাশ!

3 hours ago
ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

ধননি পথাৰত বি*বস্ত্ৰ অৱস্থাত উদ্ধাৰ যুৱতী

3 hours ago
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

5 hours ago
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

5 hours ago
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

6 hours ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

17 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

19 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…

editor by editor
December 30, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব
0
‘স্বৰ্গত আমি একেলগে ফুটবল খেলিম…’ আশা পূৰ্ণ হ’ল পেলেৰ! সম্ৰাট-ৰাজকুমাৰবিহীন হ’ল ফুটবল জগত…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেনে হয় মৃত্যুৰ সিপাৰৰ জগত? নাজানে কোনোৱে, জীৱনকালত নেদেখেও কোনোৱে৷ কিন্তু মৃত্যুৰ সিপাৰৰ কথাবোৰ কল্পনাত ভাঁহে৷ আপোনাৰ-মোৰ সকলোৰে৷ একেই স্বপ্ন দেখিছিল ফুটবল সম্ৰাট পেলেও৷ ২০২০ চনৰ ২৫ নৱেম্বৰত পৃথিৱীক বিদায় জনাইছিল ফুটবলৰ ৰাজকুমাৰ মাৰাডোনাই৷ মাৰাডোনাৰ মৃত্যুত ভাঙি পৰিছিল ফুটবল সম্ৰাটগৰাকীও৷

ফুটবলৰ ৰাজকুমাৰ মাৰাডোনাৰ মৃত্যুৰ দিনা পেলেই কৰিছিল এটা বিশেষ টুইট। এই টুইটোত মাৰাডোনাই পেলেৰ কপালত চুমা দি থকা এখন ফটোও আছিল। ফটোখন শ্বেয়াৰ কৰি পেলেই লিখিছিল, ‘স্বৰ্গত আমি আকৌ ল’গ হম৷ একেলগে ফুটবল খেলিম।’ পেলেৰ সেই ইচ্ছাই যেন ২০২২ ৰ ৩০ ডিচেম্বৰৰ দিনা সচাঁ হ’ল। মাৰাডোনাৰ সৈতে ফুটবল খেলিবলৈ স্বৰ্গমুখী হ’ল পেলেও৷

উল্লেখ্য যে, কৰ্কটৰ সৈতে যুঁজি অৱশেষত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে মহান ফুটবলাৰগৰাকীয়ে। পেলেৰ মৃত্যুৰ পাছতে বহু চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ ভিতৰতে বিশেষভাৱে চৰ্চিত হৈছে পেলেৰ এই পুৰণি টুইটতো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!
বাণিজ্য

ধন তেৰাছৰ পূৰ্বে গ্ৰাহকৰ বাবে সুখবৰ, সোণ-ৰূপৰ দামত বৃহৎ পতন!

October 31, 2026
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা
বিশ্ব

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

October 31, 2026
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান
ভাৰত

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

October 31, 2026
ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো
জীৱনশৈলী

ৰাশিফল আনুযায়ী জানক কেনে যাব আজিৰ দিনটো

October 31, 2026
Next Post
মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম...

অনিল আম্বানীৰ বাগদানত মিকা মেজিক! ১০ মিনিটৰ অনুষ্ঠান কৰি কিমান কোটি ধন লাভ কৰিলে মিকাই?

অনিল আম্বানীৰ বাগদানত মিকা মেজিক! ১০ মিনিটৰ অনুষ্ঠান কৰি কিমান কোটি ধন লাভ কৰিলে মিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.