• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

5 months ago
ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো

10 hours ago
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

12 hours ago
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

13 hours ago
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…

বিজুতি ক’ত? বাৰে বাৰে ৰে’ল দুৰ্ঘটনা কিয় হয় ভাৰতত, সবিশেষ…

17 hours ago
কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

19 hours ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

1 day ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

2 days ago
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

  • About
  • Advertise
  • Careers
Sunday, June 4, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

editor by editor
December 30, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এতিয়া প্ৰায়সংখ্যক লোকৰেই আছে ফেছবুকত নিজা প্ৰফাইল৷ কিন্তু একোজন ব্যক্তিৰ মৃত্যুৰ পাছত ফেছবুক প্রফাইলটো কি হয়? গুগলৰ নিয়মমতে মৃত্যুৰ পাছত ফেছবুক প্ৰফাইলটো বন্ধ কৰি দিব পৰা অপশ্যন আছে৷ মৃত ব্যক্তিৰ ফেছবুক একাউণ্টৰ প্ৰফাইল ফটো, সকলো তথ্য, প’ষ্টসমূহ ডিলিট কৰি দিয়া হয় ফেছবুকৰ পৰা৷ কিন্তু কোনোৱে যদি নিজা প্ৰফাইলটো চিৰদিনৰ বাবে ফেছবুকত ৰাখিব বিচাৰে তেন্তে প্ৰফাইলটো ৰাখি থ’ব পৰা সুযোগ দিছে ফেছবুকে৷ এই সকলোবোৰৰ বাবে ফেছবুক ছেটিংছত ব্যৱস্থা ৰাখিছে জুকাৰবাৰ্গে৷

মৃত্যুৰ পাছতেই যেনেকৈ একাউণ্টটোৰ সকলো তথ্য ডিলিট কৰিব পাৰি তেনেকৈ একাউণ্টটো মেমৰিয়ালাইজড একাউণ্টলৈ পৰিবৰ্তন কৰিও ৰাখিব পাৰি৷ সেইক্ষেত্ৰত কোনো ফেছবুক ব্যৱহাৰকাৰীৰ মৃত্যুৰ পাছতো একাউণ্টটো চিৰদিনৰ বাবে জী থাকিব৷ মৃত্যুৰ পাছত কোনো আত্মীয়ই ফেছবুক চায়েই ব্যক্তিগৰাকীৰ বহু স্মৃতি সোঁৱৰিব পাৰিব৷ ফেছবুকৰ নিয়ম অনুসৰি সেই বিশেষ প্ৰফাইলটো কোনোৱে লগ ইন কৰিব নোৱাৰিব যদিও মৃত ব্যক্তিৰ কোনো ঘনিষ্ঠ ব্যক্তিয়ে সেই একাউণ্টটো চলোৱাৰ দায়িত্ব ল’ব পাৰে৷ সেই দায়িত্ব লোৱা ব্যক্তিজনে মৃত ব্যক্তিৰ প্ৰফাইল, পিনড প’ষ্ট, প্ৰফাইল ফটো, কভাৰ ফটো আদি সলনিও কৰিব পাৰিব৷

কিন্তু কেনেকৈ আপোনাৰ ফেছবুক একাউণ্টটো ওইল কৰি যাব?
সোঁফালে নিজৰ প্ৰফাইল ফটোৰ ওপৰত ক্লিক কৰক
Settings and privacy অপশ্যনত ক্লিক কৰি লওক
ইয়াৰ পাছতেই Access control ছিলেক্ট কৰি ল’ব
Memorialisation settings চিলেক্ট কৰিব
তাত Choose Legacy Contacts বুলি এটা অপশ্যন থাকে
ইয়াত গৈ মৃত্যুৰ পাছত কাক ফেছবুক প্ৰফাইলৰ দায়িত্ব দিব সেয়া উল্লেখ কৰিব পাৰে৷

আনহাতে আপুনি যদি ফেছবুক একাউণ্টটো মৃত্যুৰ পাছত ডিলিট হোৱাটো বিচাৰে তেন্তে ‘Delete Permanently’ অপশ্যন বাছি ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লত চাহ বিক্ৰি কৰি যেনেতেনে পৰিয়ালটোক চলাইছিল পিনাকীয়ে! অভিশপ্ত শুকুৰবাৰে কাল অমানিশা নমাই আনিলে পিনাকীৰ পৰিয়াললৈকো
জীৱনশৈলী

June 3, 2023
পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ
জীৱনশৈলী

পত্নীক সুধিছিল, ‘সি মোক দেউতা মাতিব পৰা হৈছেনে?’ সন্তানক আৰু একোলা লোৱা নহ’ল ছাদ্দামৰ, ৰে’ল দুৰ্ঘটনাত থানবান হৈ গ’ল এখন ঘৰ

June 3, 2023
ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী
জীৱনশৈলী

ওড়িশাৰ বালাচূড়ত মৃত্যুৰ কিৰিলি! মানৱতাৰ নিদৰ্শন দাঙি ধৰি ৰক্তদানৰ বাবে হাস্পতালত স্থানীয় বাসিন্দাৰ দীঘলীয়া শাৰী

June 3, 2023
সম্পত্তিৰ পৰিমান ৬ হাজাৰ কোটি! কেনেকৈ এই সম্পত্তিৰ অধিকাৰী হ’ল বাদশ্বাহ শ্বাহৰুখ…
চিনেমা

Next Post
অনিল আম্বানীৰ বাগদানত মিকা মেজিক! ১০ মিনিটৰ অনুষ্ঠান কৰি কিমান কোটি ধন লাভ কৰিলে মিকাই?

কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন