• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

3 years ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

14 minutes ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

54 minutes ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

1 hour ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

3 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

4 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

4 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

5 hours ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

7 hours ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

7 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

8 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…

editor by editor
December 30, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
মৃত্যুৰ পাছত ফেছবুক একাউণ্টটো কি হয়? জানি লওক প্ৰফাইল ওইল কৰাৰ নিয়ম…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এতিয়া প্ৰায়সংখ্যক লোকৰেই আছে ফেছবুকত নিজা প্ৰফাইল৷ কিন্তু একোজন ব্যক্তিৰ মৃত্যুৰ পাছত ফেছবুক প্রফাইলটো কি হয়? গুগলৰ নিয়মমতে মৃত্যুৰ পাছত ফেছবুক প্ৰফাইলটো বন্ধ কৰি দিব পৰা অপশ্যন আছে৷ মৃত ব্যক্তিৰ ফেছবুক একাউণ্টৰ প্ৰফাইল ফটো, সকলো তথ্য, প’ষ্টসমূহ ডিলিট কৰি দিয়া হয় ফেছবুকৰ পৰা৷ কিন্তু কোনোৱে যদি নিজা প্ৰফাইলটো চিৰদিনৰ বাবে ফেছবুকত ৰাখিব বিচাৰে তেন্তে প্ৰফাইলটো ৰাখি থ’ব পৰা সুযোগ দিছে ফেছবুকে৷ এই সকলোবোৰৰ বাবে ফেছবুক ছেটিংছত ব্যৱস্থা ৰাখিছে জুকাৰবাৰ্গে৷

মৃত্যুৰ পাছতেই যেনেকৈ একাউণ্টটোৰ সকলো তথ্য ডিলিট কৰিব পাৰি তেনেকৈ একাউণ্টটো মেমৰিয়ালাইজড একাউণ্টলৈ পৰিবৰ্তন কৰিও ৰাখিব পাৰি৷ সেইক্ষেত্ৰত কোনো ফেছবুক ব্যৱহাৰকাৰীৰ মৃত্যুৰ পাছতো একাউণ্টটো চিৰদিনৰ বাবে জী থাকিব৷ মৃত্যুৰ পাছত কোনো আত্মীয়ই ফেছবুক চায়েই ব্যক্তিগৰাকীৰ বহু স্মৃতি সোঁৱৰিব পাৰিব৷ ফেছবুকৰ নিয়ম অনুসৰি সেই বিশেষ প্ৰফাইলটো কোনোৱে লগ ইন কৰিব নোৱাৰিব যদিও মৃত ব্যক্তিৰ কোনো ঘনিষ্ঠ ব্যক্তিয়ে সেই একাউণ্টটো চলোৱাৰ দায়িত্ব ল’ব পাৰে৷ সেই দায়িত্ব লোৱা ব্যক্তিজনে মৃত ব্যক্তিৰ প্ৰফাইল, পিনড প’ষ্ট, প্ৰফাইল ফটো, কভাৰ ফটো আদি সলনিও কৰিব পাৰিব৷

কিন্তু কেনেকৈ আপোনাৰ ফেছবুক একাউণ্টটো ওইল কৰি যাব?
সোঁফালে নিজৰ প্ৰফাইল ফটোৰ ওপৰত ক্লিক কৰক
Settings and privacy অপশ্যনত ক্লিক কৰি লওক
ইয়াৰ পাছতেই Access control ছিলেক্ট কৰি ল’ব
Memorialisation settings চিলেক্ট কৰিব
তাত Choose Legacy Contacts বুলি এটা অপশ্যন থাকে
ইয়াত গৈ মৃত্যুৰ পাছত কাক ফেছবুক প্ৰফাইলৰ দায়িত্ব দিব সেয়া উল্লেখ কৰিব পাৰে৷

আনহাতে আপুনি যদি ফেছবুক একাউণ্টটো মৃত্যুৰ পাছত ডিলিট হোৱাটো বিচাৰে তেন্তে ‘Delete Permanently’ অপশ্যন বাছি ল’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ
ভাৰত

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
Next Post
অনিল আম্বানীৰ বাগদানত মিকা মেজিক! ১০ মিনিটৰ অনুষ্ঠান কৰি কিমান কোটি ধন লাভ কৰিলে মিকাই?

অনিল আম্বানীৰ বাগদানত মিকা মেজিক! ১০ মিনিটৰ অনুষ্ঠান কৰি কিমান কোটি ধন লাভ কৰিলে মিকাই?

কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?

কোটি কোটি টকাৰ গৰাকী পণ্টৰ হাতত নাছিল এপছাও! বাছ ড্ৰাইভাৰে জীৱন ৰক্ষাৰ বাবে কোনে হাতত তুলি দিছিল ৭ হাজাৰ টকা, পণ্টৰ জীৱন ৰক্ষা কৰা কোন এই বাছ ড্ৰাইভাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.