• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ, কোনে কোনে লাভ কৰিলে এই বঁটা…

অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ, কোনে কোনে লাভ কৰিলে এই বঁটা…

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ, কোনে কোনে লাভ কৰিলে এই বঁটা…

editor by editor
January 4, 2023
in অসম, গুৱাহাটী
0
অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা মুখ্যমন্ত্ৰীৰ, কোনে কোনে লাভ কৰিলে এই বঁটা…
0
SHARES
142
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বটাঁ প্ৰাপকৰ নাম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷

প্ৰতি বছৰে ২ ডিচেম্বৰত অসম দিৱসত প্ৰদান কৰা হব এই বঁটা৷ প্ৰতিবছৰে ১৯গৰাকী ব্যক্তিক প্ৰদান কৰা হব এই বটাঁসমূহ। এইবাৰৰ বঁটাসমূহ অহাবৰ্ষত ২৪ জানুৱাৰীত প্ৰদান কৰা হ’ব। সৰ্বোচ্ছ সন্মান ‘অসম বৈভৱ’, অসমৰ ৰাজ্যিক গছ হলং গছৰ পাতৰ ওপৰত জাপিৰে এই বঁটাতো তৈয়াৰ কৰা হৈছে। অসম বৈভৱ বঁটাত ৫ লাখ টকা থাকিব আৰ বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ সম্পূৰ্ণ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

দ্বিতীয় অসামৰিক বঁটা ‘অসম সৌৰভ’, প্ৰত্যেক বছৰে তিনিগৰাকী লোকক দিয়া হয়৷ বছৰি ৩ লাখ টকালৈ বঁটা প্ৰাপকৰ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে। তৃতীয়টো বঁটা-‘অসম গৌৰৱ’-অসমৰ সত্ৰীয়া সংস্কৃতিক মাজত ৰাখি এই বঁটা তৈয়াৰ কৰা হৈছে। ৩ লাখ টকা পুৰস্কাৰ দিয়া হ’ব। লগতে বছৰি ৩ লাখ টকালৈ চিকিৎসাৰ দায়িত্ব ল’ব চৰকাৰে।

বঁটা প্ৰাপক সকলক সকলো চৰকাৰী অনুষ্ঠান তে নিমন্ত্ৰণ কৰা হ’ব আৰু তেওঁলোকে অসম ভৱনত বিনামূলীয়া কৈ থাকিব পাৰিব। অসম বৈভৱ বটাঁ এই বৰ্ষত বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ আগবঢ়োৱা হৈছে। অসমবাসীৰ প্ৰতি থকা অৱদানৰ স্বীকৃতি স্বৰূপে এই বঁটা তেওঁক আগবঢ়োৱা হ’ব। ২০২১ বৰ্ষৰ অসম সৌৰভ বঁটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসম লাইভ২৪ঃ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা এইবাৰ প্ৰদান কৰা হৈছে ডাঃ তপন শইকীয়ালৈ আগবঢ়োৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ চিকিৎসক ডাঃ তপন শইকীয়া। সংবাদমেলযোগে এই বঁটাসমূহ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে কৃষ্ণ ৰয়, গীলবাৰ্টছন ছাংমা, নয়নমণি শইকীয়া, বিনয় কুমাৰ শইকীয়া আৰু ডাঃ শশীধৰ ফুকনলৈ।অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত সেৱা আগবঢ়াই অহা ধৃতিমালা ডেকা, ডাঃ দেৱজিৎ বৰ্মন, ৰূস্তম বসুমতাৰী, মাঞ্জেলা (চিংফৌ হেৰিটেজৰ হৈ কাম কৰি আহিছে), বিনন্দ হাতীবৰুৱা (মাগুৰিবিলৰ বিশেষজ্ঞ), অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী (আত্মসহায়ক গোটৰ অংশীদাৰ), শীলা গোৱালা (আশাকৰ্মী), ডাঃ যোগেশ দেউৰী (ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ), পংকজলাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ (আনাৰস খেতিয়ক), ড০ ধ্ৰুৱজ্যোতি শৰ্মা (ডেফডিল), দয়াল গোস্বামী (মুখা শিল্পৰ দক্ষতা বিকাশ) আৰু ছৈয়দ ইফতিকাৰ আহমেদলৈ। অৱশ্যে এই বঁটাসমূহ কেতিয়া প্ৰদান কৰা হ’ব সেই কথা ঘোষণা নকৰিলে মুখ্যমন্ত্ৰীয়ে। কোনো এটা ভাল দিনত এই বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
Next Post
কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

কেৰিয়াৰত পতন! বিলাসী ফ্লেট বিক্ৰী কৰি কিমান ধন লাভ কৰিছে সোনম কাপুৰে?

ডিজিটেলক আঁকোৱালী ল’লেও ছপা মাধ্যমৰ সমাদৰ কমা নাই ৰাজ্যত, অসম গ্ৰন্থমেলাত ৬টা দিনত ২কোটিৰ টকাৰ কিতাপ বিক্ৰী…

ডিজিটেলক আঁকোৱালী ল’লেও ছপা মাধ্যমৰ সমাদৰ কমা নাই ৰাজ্যত, অসম গ্ৰন্থমেলাত ৬টা দিনত ২কোটিৰ টকাৰ কিতাপ বিক্ৰী…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.