• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

3 years ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

27 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

5 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

6 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?

editor by editor
January 23, 2023
in জীৱনশৈলী, ভাৰত, সংগীত
0
২৫ বছৰ ধৰি লং ডিষ্টে’নছ ৰিলেশ্ব্যনচিপ! অলকা ইয়াগনিকৰ সুখী দাম্পত্যৰ আঁৰত কি?
0
SHARES
24.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰৰ তালিকাত নাম আছে অলকা ইয়াগনিকৰো৷ মাত্ৰ ১৪ বছৰ বয়সৰ পৰাই প্লে বেক চিংগাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল অলকা ইয়াগনিকে৷ লতা মংগেশকাৰ, আশা মংগেশকাৰৰ পাছতেই আহে অলকাৰ নাম৷ মুঠ ১৬ টা ভাষাত ২,০০০ ৰো অধিক গীত গাইছে তেওঁ৷ নব্বৈৰ দশকত মেলডি কুইনৰ শীৰ্ষত আছিল অলকা৷ অন্য গায়ক-গায়িকাতকৈ তেওঁৰ ব্যক্তিগত জীৱনৰ চৰ্চা খুবেই ক’ম৷

১৯৮৯ চনত শিলঙস্থিত ব্যৱসায়ী নীৰজ কাপুৰৰ সৈতে বিবাহত বহিছিল অলকা৷ কেৰিয়াৰৰ বাবে স্বামীৰ সৈতে একেলগে থকাৰ সুযোগেই পোৱা নাছিল অলকাই৷ দূৰে দূৰে থাকিও কিন্তু দুয়োৰে মাজত অটুত আছিল ভালপোৱা৷ ২৫ বছৰ ধৰি লং ডিষ্টেনছ ৰিলেশ্যনচিপত আছিল দুয়ো৷ ১৯৮৬ চনত অলকাই মাতৃৰ সৈতে নতুন দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল৷ তাতেই সাক্ষাৎ হৈছিল নীৰাজৰ সৈতে৷ প্ৰথমে বন্ধুত্ব তাৰপিছত বিবাহ৷

অলকাৰ পৰিয়ালে পোনতে এই বিবাহত মত দিয়া নাছিল৷ কিয়নো অলকাই মুম্বাইত কেৰিয়াৰ আৰম্ভ কৰিছিলহে৷ তেনেক্ষেত্ৰত মুম্বাইৰ বাহিৰৰ এজন ব্যৱসায়ীৰ সৈতে বিয়া কৰোৱাই কেৰিয়াৰত খেলিমেলিৰ সৃষ্টি হোৱাটো পৰিয়ালে বিচৰা নাছিল৷ নীৰাজৰ সৈতে তেওঁ শ্বিলঙলৈ গুচি যোৱাটো কোনো কাৰণতে সম্ভৱ নহয়৷ কিন্তু সকলো বাধা আঁতৰাই দুয়ো বিয়াত বহে৷ বিবাহৰ এবছৰৰ পাছতেই মাতৃও হৈছিল অলকা৷ কন্যাক লৈ অকলেই মুম্বাইত সংগ্ৰাম অব্যাহত ৰাখে অলকাই৷ এক সাক্ষাৎকাৰত অলকাই এই সন্দৰ্ভত কয়, ‘মই কোনো অন্য পুৰুষৰ সৈতে কেতিয়াও আকৃষ্টই নহওঁ৷ মোৰ প্ৰেমক লৈ ধাৰণা কিছু পৃথক৷ মই সোঁতত উটি যোৱা ব্যক্তি কোনোদিনেই নহয়৷ বৰং সকলো অতিক্ৰমি প্ৰতিদিনেই মই নীৰাজৰ প্ৰেমতেই পৰিছো৷ বিশ্বাসেই আমাৰ সম্পৰ্কটো ধৰি ৰাখিলে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?
জীৱনশৈলী

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

April 10, 2026
Next Post
‘শ্বাহৰুখক মই মূৰত লৈ নাচিম! পাঠান নাচাম কি কথা কয়…’ কোনে কিয় ক’লে এই কথা?

'শ্বাহৰুখক মই মূৰত লৈ নাচিম! পাঠান নাচাম কি কথা কয়...' কোনে কিয় ক'লে এই কথা?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

জীৱনত কৰা এই ৭ পাপ ক্ষমা নকৰে ভগৱান শিৱই, কি কি কঠোৰ শাস্তি বিহে ভোলানাথে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.