• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু যদিও প্ৰতিদিনেই নামাজ পঢ়ে পল্লৱীয়ে, ৰমজানত ৰাখে ৰোজা… আঁৰৰ কাৰণ কি?

হিন্দু যদিও প্ৰতিদিনেই নামাজ পঢ়ে পল্লৱীয়ে, ৰমজানত ৰাখে ৰোজা… আঁৰৰ কাৰণ কি?

3 years ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

10 minutes ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

36 minutes ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

1 hour ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

2 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

2 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

5 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

6 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

7 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

7 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

16 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হিন্দু যদিও প্ৰতিদিনেই নামাজ পঢ়ে পল্লৱীয়ে, ৰমজানত ৰাখে ৰোজা… আঁৰৰ কাৰণ কি?

editor by editor
January 27, 2023
in অসম, জীৱনশৈলী, বিবিধ
0
হিন্দু যদিও প্ৰতিদিনেই নামাজ পঢ়ে পল্লৱীয়ে, ৰমজানত ৰাখে ৰোজা… আঁৰৰ কাৰণ কি?
0
SHARES
16.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পল্লৱীৰ জীৱনলৈ আশীৰ্বাদ হৈ আহিল এটা মুছলমান পৰিয়াল। মুছলমান পৰিয়ালটোয়ে সলনি কৰিলে পল্লৱীৰ জীৱন। কেনেদৰে মুছলমান পৰিয়ালটোয়ে পল্লৱীৰ জীৱনলৈ আনিলে পৰিৱৰ্তন? পল্লৱীৰ বয়স তেতিয়া আছিল মাত্ৰ ৫বছৰ। পল্লৱীয়ে সৰুতে মাকৰ লগত ইঘৰ সিঘৰ ঘুৰি ফুৰিছিল। তেনে অৱস্থাতে এদিন পল্লৱীক লগ পাইছিল
মালিকুছিৰ তাৰিফা বেগমে আৰু মইনুল হক নামৰ দম্পতিয়ে।

কণমানি পল্লৱীক দেখি তাইলৈ মৰম জাগিছিল দুয়োৰে। আৰু সেই কণমানি বয়সতে এনেদৰে পল্লৱীয়ে আশ্ৰয়ৰ বাবে ইঘৰ সিঘৰ ঘুৰি ফুৰা কথাটোয়ে মনত কষ্ট দিছিল দুয়োৰে। সেয়ে তাৰিফা বেগমে আৰু মইনুল হকে ললে এটা সিদ্ধান্ত। পল্লৱীক নিজৰ ঘৰত আশ্ৰয় প্ৰদান কৰিব তাৰিফা-মইনুলে। নিজ সন্তানৰ লগতে তুলি তালি ডাঙৰ দীঘল কৰিব পল্লৱীক। পল্লৱী হৈ পৰিল হাফিজা বেগম।

এতিয়া পল্লৱী হৈ পৰিছে তাৰিফা বেগমে আৰু মইনুল হকৰ পৰিয়ালৰ এটি অন্যতম সদস্য। প্ৰাথমিক বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীলৈ পঢা শুনা কৰাই পল্লৱীক ডাঙৰ দীঘল কৰিলে পৰিয়ালটোয়ে।আজি পল্লৱীৰ বাবে একান্তই আপোন হৈ পৰিল এই পৰিয়ালটো। হিন্দু আৰু ইছলাম দুয়ো ধৰ্মৰ নিয়ম মানে পল্লৱীয়ে। পল্লৱীয়ে পবিত্ৰ ৰোজা মাহত ৰাখে সম্পূৰ্ণ ৰোজা। নিতৌ পঢ়ে নামাজ। ভগৱানৰ ওচৰত জ্বলায় চাকি।

কোনো বাধা নাই পল্লৱীৰ বাবে। যথেষ্ট একাগ্ৰতাৰে পঢ়া শুনা কৰা পল্লৱী আজি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মুছলমান পৰিয়ালটোৰ এই মহানুভৱতাক এতিয়া সকলোয়ে প্ৰশংসাৰে উপচাই পেলাইছে। যিসময়ত দেশত হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ একাংশই অহৰহ চেষ্টা কৰি থাকে । তেঁওলোকে চোৱা উচিত এই প্ৰতিবেদন। এনেদৰে সমাজত হিন্দু -মুছলমান ধৰ্মৰ লোকে পৰস্পৰে পৰস্পৰক সহায় কৰি আহিছে। কেতিয়াব যদি মুছলমান পৰিয়ালে হিন্দু পৰিয়ালক সহায় কৰে, কতিয়াব আকৌ মুছলমান লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে হিন্দু পৰিয়ালো । এয়াই প্ৰকৃত অসমৰ ছবি । যত সকলোয়ে মিলি শান্তিৰে বসবাস কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

June 30, 2026
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ
ভাৰত

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

June 30, 2026
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

June 30, 2026
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?
বিনোদন

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

June 30, 2026
Next Post
পাঠানে দুদিনতেই ইনকাম কৰিলে শ শ কোটি! এসপ্তাহত কিমান ধন আহৰণৰ লক্ষ্য পাঠানৰ?

পাঠানে দুদিনতেই ইনকাম কৰিলে শ শ কোটি! এসপ্তাহত কিমান ধন আহৰণৰ লক্ষ্য পাঠানৰ?

সামাজিক সংকীৰ্ণতাৰ বলি এজন যুৱক! পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই পিতৃৰ শৱদেহ কান্ধত ল’ব নোৱাৰিলে সন্তানে

সামাজিক সংকীৰ্ণতাৰ বলি এজন যুৱক! পত্নী ব্ৰাহ্মণ নোহোৱাৰ বাবেই পিতৃৰ শৱদেহ কান্ধত ল’ব নোৱাৰিলে সন্তানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.