• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে

কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে

4 years ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

6 minutes ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

41 minutes ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

2 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

12 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

12 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

13 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

13 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

14 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

15 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে

editor by editor
February 18, 2023
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
কেছলেছ লেনদেনত শীৰ্ষত ভাৰত! বিদেশ মন্ত্ৰীয়ে কৈছে, প্ৰধানমন্ত্ৰী মোদীৰ বাবেই এই সাফল্যৰ মুখ দেখিলে ভাৰতে
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেছলেছ লেনদেনত বিশ্বৰ ভিতৰতেই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতে। অষ্ট্ৰেলিয়াৰ এক আলোচনা সভাত এই দাবী কৰিছে কেন্দ্ৰীয় বিদেশমন্ত্ৰী এছ জয়শংকৰে। ৰাইছিনা-চিডনি বিজনেছ ব্ৰেকফাষ্টত এই মন্তব্য কৰিছে ভাৰতৰ বিদেশমন্ত্ৰী এছ জয়শংকৰে।

জয়শংকৰে কয়, ‘আপুনি যদি আমাৰ নগদবিহীন লেনদেন বা কেছলেছ নীতিৰ নিৰ্দিষ্ট ইউপিআই আইডিলৈ লক্ষ্য কৰে তেন্তে দেখিব আমি বিশ্বৰ সকলোতকৈ বেছি সংখ্যক নগদহীন লেনদেনৰ ৰেকৰ্ড নিৰ্মাণ কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অনা কেছলেছ নীতিয়ে দেশলৈ আমূল পৰিবৰ্তনো আনিছে। মানুহৰ মানসিকতাত প্ৰযুক্তিৰ প্ৰভাৱ পৰিছে। ডিজিটেল লেনদেনৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাক কেন্দ্ৰইয়ো বিশেষ গুৰুত্ব আৰোপ কৰিছে।’

ইয়াৰোপৰি জয়শংকৰে কয়, আমি জনতাক কেছলেছ নীতি পালন কৰিবলৈ উৎসাহিতও কৰি আহিছো। ২০১৬ চনৰ ৮ নৱেম্বৰৰ পৰা ভাৰতীয় অৰ্থব্যৱস্থাত আমূল পৰিবৰ্তন আহিছে। তাৰপাছৰে পৰাই বাঢ়িছে ডিজিটেল লেনদেন। কিউআৰ কোড স্কেন কৰি অথবা নিৰ্দিষ্ট ইউপিআইৰ মাধ্যমেৰে এটা বেংক একাউণ্টৰ পৰা আন এটা বেংক একাউণ্টলৈ ধন লেনদেন কৰা হয়। গুগল পে, ফোন পে, পেটিএম স্কেন কৰিয়েই এই লেনদেন কৰি আহিছে দেশবাসীয়ে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
বাণিজ্য

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

August 19, 2026
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
Next Post
জন্মৰ পাছতেই পিতৃ-মাতৃয়ে পেলাই থৈ গৈছিল! আফগান শিশুক পাছপৰ্ট দিয়াৰ নিৰ্দেশ আদালতৰ

জন্মৰ পাছতেই পিতৃ-মাতৃয়ে পেলাই থৈ গৈছিল! আফগান শিশুক পাছপৰ্ট দিয়াৰ নিৰ্দেশ আদালতৰ

শিৱৰাত্ৰীৰ দিনটোৰ পৰা কোন কোন ব্যক্তিয়ে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব? সবিশেষ…

শিৱৰাত্ৰীৰ দিনটোৰ পৰা কোন কোন ব্যক্তিয়ে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.