• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱৰাত্ৰীৰ দিনটোৰ পৰা কোন কোন ব্যক্তিয়ে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব? সবিশেষ…

শিৱৰাত্ৰীৰ দিনটোৰ পৰা কোন কোন ব্যক্তিয়ে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব? সবিশেষ…

4 years ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

50 minutes ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

3 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

13 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

13 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

14 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

16 hours ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিৱৰাত্ৰীৰ দিনটোৰ পৰা কোন কোন ব্যক্তিয়ে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব? সবিশেষ…

editor by editor
February 18, 2023
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিবিধ, ভাৰত
0
শিৱৰাত্ৰীৰ দিনটোৰ পৰা কোন কোন ব্যক্তিয়ে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব? সবিশেষ…
0
SHARES
39.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইচ্ছাপূৰণৰ বাবেই শিৱমন্দিৰত ৰুদ্ৰ অভিষেক কৰা হয়৷ ভক্তসকলে এই দিনটোত উপবাসে থকাৰ উপৰিও মহাশিৱৰাত্ৰীৰ ব্ৰতকথাও বহুতে পাঠ কৰে৷ লোকবিশ্বাস অনুসৰি ভগৱান শিৱ সৃষ্টি, প্ৰলয়, স্থিতিৰ দেৱতা৷ হিন্দু মহাপুৰাণত উল্লেখ থকা অনুসৰি শিৱপূজাৰ নিশাই মহাদেৱে তাণ্ডৱ নৃত্য কৰাৰ লগতে পাৰ্বতীৰ সৈতে বিয়াতো বহিছিল৷ পৌৰাণিক কাহিনীতো ব্ৰহ্মা আৰু বিষ্ণুতকৈ শিৱ শ্ৰেষ্ঠ বুলি বাৰে বাৰেই প্ৰমাণো কৰা হৈছে৷ কথিত কাহিনী অনুসৰি ভগৱান শিৱক শিৱপূজাৰ দিনটোত উপাসনা কৰিলে মনৰ সকলো কামনাই পূৰ্ণ হয়৷ ভগৱান শিৱই ভক্তসকলক নিৰাশ নকৰে৷ সেয়ে জ্যোতিষ গণনাতো এইবাৰ বিশেষ ৪ টা ৰাশিয়ে এইবাৰ ভগৱান শিৱৰ বিশেষ আশীষ লাভ কৰিব৷ কোনকেইটা ৰাশিৰ বছৰটো ভালে যাব?

মেষ ৰাশি
মঙল এই ৰাশিৰ প্ৰধান গ্ৰহ৷ মঙল গ্ৰহক ভগৱান শিৱৰ অংশ বুলি ধৰা হয়৷ হিন্দু পুৰাণ অনুসৰি অন্ধকাসুৰ ৰাক্ষকৰ সৈতে যুদ্ধ কৰাৰ সময়ত ভগৱান শিৱৰ ঘামৰ এটি টোপালে মাটি স্পৰ্শ কৰিছিল৷ তাতেই মঙল দেৱৰ উৎপত্তি৷ সেই সময়ত ভগৱান শিৱই যিহেতু ক্ৰুদ্ধ হৈ আছিল সেয়ে মহাদেৱ সহজেই ক্ষোভিত হৈ পৰিছিল৷ মেষ ৰাশিৰ জাতকসকলে মঙলৰ প্ৰভাৱ থকা হেতুকে মহাশিৱৰাত্ৰীত আচাৰ অনুযায়ী ভগৱান শিৱৰ পূজা কৰা উচিত৷ ভগৱান শিৱক গংগাজল আৰু গৰুৰ গাখীৰ নিবেদন কৰিলে কৰ্মজীৱনত সহায়ক হ’ব৷

বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ বাবেও মঙল প্ৰধান গ্ৰহ৷ শিৱৰাত্ৰীত ভগৱান শিৱই তেওঁলোককো বিশেষ আশীৰ্বাদ দিয়ে৷ এই ৰাশিৰ জাতকসকলে মহাশিৱৰাত্ৰীত মন্দিৰত ভগৱান শিৱৰ অভিষেখ কৰিলে চাকৰি আৰু ব্যৱসায়ত সফলতা লাভ কৰিব৷

মকৰ ৰাশি
মকৰ ৰাশিত শনি দেৱতাৰ আধিপত্য৷ শনিদেৱ ভগৱান শিৱৰ অন্যতম প্ৰধান ভক্ত৷ সেয়ে মকৰ ৰাশিৰ জাতকসকলে শনি আৰু মহাদেৱ উভয়ৰে পৰাই বিশেষ আশীৰ্বাদ পায়৷ এই ৰাশিৰ জাতকসকলে ভগৱান শিৱৰ উপাসনাত বেলপাত, গঙ্গাজল, গৰুৰ গাখীৰ আদি ব্যৱহাৰ কৰিব পাৰে৷

কুম্ভ ৰাশি
শনিদেৱ এই ৰাশিৰ অধিপতি৷ এই ৰাশিৰ জাতকসকলে শিৱ আৰু শনিদেৱৰ বিশেষ আশীৰ্বাদ পায়৷ এই ৰাশিৰ জাতকসকলে শিৱ পূজা কৰা উচিত৷ লগতে শিৱ পূজাত উপবাসে থাকিলেও সুফল লাভ কৰিব৷ পেছাগত কামত এই ব্যক্তিয়ে সফলতা লাভ কৰাৰ লগতে সম্পদো বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ
অসম

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
Next Post
বিবাহৰ বান্ধোনত বান্ধ খালে দুগৰাকী HIV আক্ৰান্ত! এই বিবাহ দুজনৰ পূৰ্ণতাই নহয়, বিবাহে কঢ়িয়াইছে কেইবাটাও বাৰ্তা…

বিবাহৰ বান্ধোনত বান্ধ খালে দুগৰাকী HIV আক্ৰান্ত! এই বিবাহ দুজনৰ পূৰ্ণতাই নহয়, বিবাহে কঢ়িয়াইছে কেইবাটাও বাৰ্তা...

কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

কামাখ্যা দেৱালয়ৰ ভিতৰত থকা এই শিৱলিংগৰ বিষয়ে জানেনে? ৰহস্যঘন শিৱলিংগটো কেৱল শিৱ পূজাৰ দিনাই কিয় দেখা যায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.