• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

3 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

19 minutes ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

13 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

13 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

14 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

14 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

16 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

17 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

18 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

19 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

20 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

21 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

editor by editor
February 22, 2023
in অপৰাধ, অসম
0
ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বন্দনাৰ অধ্যায় শেষ হোৱা নাই। দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰা বন্দনাৰ এটাৰ পাছত আনটো কলা অধ্যায় পোহৰলৈ আহিছে। পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ লালসাতেই কিমান নিকৃষ্ট পন্থা গ্ৰহণ কৰিছিল বন্দনাই সকলোবোৰেই পোহৰলৈ আহিছে।

প্ৰায় ৭ মাহৰ পূৰ্বে সংঘটিত এই কাণ্ড। অথচ কোনেও ভূ নাপালে এই হত্যাকাণ্ডৰ। নিজেই হত্যা কৰি বন্দনাই আৰক্ষীৰ কাষতো দিছিল মিছা অভিযোগ। নিজেই হত্যা কৰি স্বামী আৰু শাহুৱেক, হেৰোৱা বুলি এজাহাৰ দিছিল নুনমাটি থানাত।

১০ বছৰ পূৰ্বে বন্দনা বিবাহ পাশত আৱদ্ধ হৈছিল অমৰজ্যোতিৰ সৈতে। পৰিয়ালটোত মাক, অমৰজ্যোতি আৰু পত্নী বন্দনা। অমৰজ্যোতিৰ মাকৰ নামত ৫ টা ফ্লেট আছিল। ধনজিৎ নামৰ যুৱকজনৰ সৈতে সু সম্পৰ্ক আছিল বন্দনাৰ। স্বামীৰ সৈতে সম্পত্তিক লৈ আৰু আন পাৰিবাৰিক কাৰণত দুয়োৰে মাজত আছিল তীব্ৰ সংঘাত। আনকি বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিল দুয়োৰে।

অৰূপ ডেকা নামৰ বন্ধু জনৰ সহযোগত তেওঁ এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ একচেন্ট গাড়ীৰে তিনিও ফুৰিবলৈ ওলাই গ’ল শ্বিলং চেৰাপুঞ্জীৰ দিশে। লগত লৈ গ’ল দুটা টোপোলা। এটাত স্বামী অমৰজ্যোতিৰ টুকুৰা কৰা মৃতদেহ আনটোত অমৰজ্যোতিৰ মাতৃ শংকৰী দেৰ নশ্বৰ দেহ। এটা মৃতদেহ পেলাই দিলে চেৰাপুঞ্জীলৈ যোৱাৰ পথত আনটো মৃতদেহ পেলালে ডাউকী সমীপৰ দ’ খাৱৈত। তথ্য প্ৰমাণ নষ্ট কৰিবলৈ ফ্লেটৰ ওপৰৰ ছাদত বহু সামগ্ৰী জ্বলাই দিলে।

কিন্তু অপৰাধ কৰি জানো কোনো হাৰি যাব পাৰে। অৱশেষত নিজে ৰচা জালত নিজেই পৰিল বন্দনা। আৰক্ষীয়ে এতিয়া বন্দনাক লৈ মেঘালয়ৰ ডাউকিত চলাই আছে অভিযান। ১০ বছৰে সংসাৰ কৰা অমৰজ্যোতিৰ শৰীৰৰ অংশ বন্দনাৰ কথামতেই উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা
অপৰাধ

প্ৰথম স্বামীৰে মিলি দ্বিতীয় স্বামীক হ*ত্যা

July 22, 2026
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!
অসম

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

July 22, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ
বিনোদন

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

July 21, 2026
Next Post
কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…

কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি...

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.