• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বঙাইগাঁৱত নিষিদ্ধ জুবিন! এই ব’হাগ প্ৰত্যাহ্বান হৈ আহিব নেকি জুবিন গাৰ্গৰ বাবেও…

বঙাইগাঁৱত নিষিদ্ধ জুবিন! এই ব’হাগ প্ৰত্যাহ্বান হৈ আহিব নেকি জুবিন গাৰ্গৰ বাবেও…

3 years ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

1 hour ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

1 hour ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

2 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

2 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

3 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

3 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

4 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

4 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

5 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

22 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

22 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বঙাইগাঁৱত নিষিদ্ধ জুবিন! এই ব’হাগ প্ৰত্যাহ্বান হৈ আহিব নেকি জুবিন গাৰ্গৰ বাবেও…

editor by editor
March 4, 2023
in অসম
0
বঙাইগাঁৱত নিষিদ্ধ জুবিন! এই ব’হাগ প্ৰত্যাহ্বান হৈ আহিব নেকি জুবিন গাৰ্গৰ বাবেও…
0
SHARES
9.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জুবিন গাৰ্গলৈ এই বসন্ত যেন প্ৰত্যাহ্বান হৈ আহি আছে। শিৱসাগৰত জুবিন গাৰ্গে কৰা অপৈণত আচৰণৰ লগতে সামাজিক-ৰাজনৈতিক বিষয়ত কৰা অপৰিপক্ক মন্তব্যৰ বাবে জুবিন গাৰ্গক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বঙাইগাঁও জিলাবাসীয়ে। কোচ ৰাজবংশী ছাত্ৰ সংগঠনে এই সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰিছে।

কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতা কৰাৰ বাবেই কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত কৰিছে বুলি জনাইছে ছাত্ৰ সংগঠনটোৱে। ‘কমতাপুৰ ৰাজ্যৰ বিৰোধীতা কৰা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত ক্ষমা নোখোজালৈকে বঙাইগাঁও জিলাত জুবিন গাৰ্গক কোনো অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়া নহ’ব’, বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণে ফেছবুকযোগে প্ৰকাশ কৰিছে এই কথা।

সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ত কয় যে জুবিন গাৰ্গে ক্ষমা খুজিব লাগিব অন্যথা তেওঁক বঙাইগাঁৱৰ কোনো মঞ্চতে গীত পৰিৱেশন কৰিবলৈ দিয়া নহ’ব। জানিব পৰা মতে, আগন্তুক ব’হাগ বিহুৰ সময়ত বঙাইগাঁও জিলাত দুটা অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হৈছিল জুবিন গাৰ্গ।

উল্লেখ্য যে, অসমৰ বৃহত্তৰ অঞ্চল সামৰি কমতাপুৰ ৰাজ্য গঠন হ’ব বুলি চৰ্চা লাভ কৰাৰ পিছতে ভোগালী বিহুৰ সময়ত গোৱালপাৰাত এক সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ জুবিন গাৰ্গে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল।

জুবিনে গোৱালপাৰাত কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধীতাৰে কৈছিল, ‘মই বৰ অসমত বিশ্বাসী মানুহ। বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো’।

কমতাপুৰৰ বিৰোধিতা কৰি জুবিন গাৰ্গে এনেদৰে মন্তব্য কৰিছিল, ‘শুনিছো আকৌ অসমৰ বিভাজন হ’ব৷ জন্ম ল’লে অসমত আকৌ বেলেগ ৰাজ্যৰ ভোটাৰ কাৰ্ড উলিয়াব লাগিব৷ বিজেপিয়েই বা কংগ্ৰেছেই হওক অসমৰ ডিভাইড এণ্ড ৰুল চাপোৰ্ট নকৰো৷  কমতাপুৰ ষ্টেট মোকো নালাগে, আপোনাকো নালাগে৷ এই মঞ্চৰ পৰাই কেন্দ্ৰৰ মোদী চৰকাৰক আহ্বান জনাইছো এনে নকৰিব’৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: zubeenzubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ
অসম

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

May 30, 2026
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?
অসম

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

May 29, 2026
দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে
অসম

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ফলৰ ৰস-চালাড বিক্ৰী কৰা মণিকাৰ, সামাজিক মাধ্যমৰ শেষ পোষ্টে চকু সেমেকাইছে সকলোৰে

May 29, 2026
UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ
অপৰাধ

UCC গৃহীত হোৱাৰ দিনাই অসমত ডাঙৰ ঘটনা, নগাওঁৰ ইকবালে ১০ মাহে লুকুৱাই ৰখা অসমীয়া বোৱাৰীৰ সন্ধান লাভ

May 27, 2026
Next Post
ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া 'নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!'

ৰাজনীতিত এইবোৰ থাকেই! মাত্ৰ দুখন আসন লাভ কৰিও মেঘালয়ত চৰকাৰ গঠন কৰিব বিজেপিয়ে…

ৰাজনীতিত এইবোৰ থাকেই! মাত্ৰ দুখন আসন লাভ কৰিও মেঘালয়ত চৰকাৰ গঠন কৰিব বিজেপিয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.