• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

3 weeks ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

16 hours ago
ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

ৰাহুল গান্ধীক উচ্ছেদৰ জাননী! ৰাহুলৰ ঠিকনা এতিয়া চৰকাৰী বাংলো নহয়…

17 hours ago
হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

হাঁপানিৰ সমস্যা থাকিলে শৰীৰচৰ্চা কৰিব লাগেনে? চিকিৎসকে কি কয়?

17 hours ago
ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

ৰাহুলৰ বাবেই কংগ্রেছ ত্যাগ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰশংসা কৰে প্ৰিয়ংকা গান্ধীক, দেশত কংগ্ৰেছ শক্তিশালী কৰিবলৈ প্ৰিয়ংকাৰ নতুন ষ্ট্ৰেটেজিক লৈ আৰম্ভ চৰ্চা…

19 hours ago
বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

বাংলা সমাজৰ ধৰ্মীয় বস্ত্ৰৰ লগত গামোচাক একাকাৰ কৰিব নালাগেঃ মন্ত্ৰী বিমল বৰা

21 hours ago
পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

পত্নীক গৰ্ভপাতৰ বাবে হেঁচা দিয়া ৰীয়েল লাইফৰ ভিলেইন দেৱাশীষ ৰীল লাইফৰো জনপ্ৰিয় এক্টৰ, দীপলিনাৰ গীতৰ প্ৰযোজনা কৰিবলৈ দেৱাশীষে ক’ত পাইছিল ইমান ধন?

22 hours ago
এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

এটা এটা পাঞ্চেই দিছে আত্মবিশ্বাসৰ উমান! জয়লাভ কৰিয়েই লাভলীনাই ক’লে, এই স্বৰ্ণ মোৰ খুবেই প্ৰয়োজন আছিল…

22 hours ago
যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

যৌন সম্পৰ্কৰ সন্তুষ্টি বয়সৰ ওপৰত নিৰ্ভৰশীল নেকি? গৱেষণাই কি কয়…

2 days ago
GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

2 days ago
পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

পঢ়াত মনোযোগ দিলে টকাই টকা! অসম চৰকাৰে শিক্ষাৰ্থীক মাহে মাহে দিব টকা, দেখুওৱাব লাগিব এইকেইটা পাৰদৰ্শিতা…

2 days ago
সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

সংখ্যলঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলৰ বাবে এক সুখবৰ, ছাত্ৰীৰ বাবে কেইবাটাও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

2 days ago
ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

ধাৰাবাহিকৰ অভিনয় কৰি থাকোতেই গৰ্ভপাত! তথাপিও ছুটী দিয়া নাছিল একতা কাপুৰে…প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ

2 days ago
  • About
  • Advertise
  • Careers
Tuesday, March 28, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’

editor by editor
March 4, 2023
in গুৱাহাটী
0
ছেকেণ্ডৰ এটা ভিডিঅʼ, উচ্ছেদৰ জীয়া ছবি উদঙাই দিয়া ‘নিকুমনিৰ আত্মসন্মান নাকাঢ়িব!’
0
SHARES
29k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ নিকুমনি এটি নিচেই কণমানি লৰা। শিলসাঁকোত চলি থকা উচ্ছেদৰ সময়ত আৰক্ষীৰ পৰা মাত্ৰ ১০ মিনিট সময় বিচাৰিছিল নিকুৱে। ঘৰখন উচ্ছেদ চলাব নিকুৱে বুজি উঠিছিল। সেয়ে যাৱতীয় সামগ্ৰীসমূহ আঁতৰাবলৈহে ১০ মিনিট সময় ৰʼবলৈ কৈছিল কণমানি নিকুৱে।

নিকুৰ বিশেষ ভিডিঅʼটো সামাজিক মাধ্যমত খুবেই ভাইৰেল। নিকুক লৈ লিখা লেখাৰে সামাজিক মাধ্যম ভৰি পৰিছে। নিকুৱে বুজি নাপালেও কোনোৱে যদি কবিতাৰে নিকুক হিৰো সজোৱাৰ চেষ্টা কৰিছে, কোনোৱে চৰকাৰক এই কাৰ্যৰ বাবে ক্ষুৰধাৰ সমালোচনা কৰিছে। কোনোৱে অন কেমেৰা নিকুক সাহায্য আগবঢ়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এইসমূহৰ মাজতে একাংশ সচেতনমহলে নিকুৰ আত্মসন্মানত যাতে এইসমূহে প্ৰভাৱ নেপেলাই, তাৰবাবেও জনাইছে বিশেষ আহ্বান। এগৰাকী সামাজিক মাধ্যম হ্যৱহাৰকাৰীয়ে নিকু সন্দৰ্ভত লিখিছে,’উচ্ছেদত নিকুমণিয়ে ঘৰ হেৰুৱাইছিল।চৰকাৰে নিকুমণিৰ সপোন কাঢ়িছিল। একাংশই নিকুমণিৰ আত্মসন্মান কাঢ়িছে।

নিকুমণিক গিনিপিগ সজাবলৈ কোনে কাক অধিকাৰ দিছে? এটি শিশুৰ আত্মসন্মান কাঢ়িবলৈ সংবাদ মাধ্যমে অধিকাৰ ক’ত পালে? On কেমেৰা কাপোৰ পিন্ধোৱাৰ দৃশ্য সি যেতিয়া ডাঙৰ হৈ দেখিব, তেতিয়া ভাৱকচোন নিকুমণিয়ে কেনে এক ঘৃণাৰ চকুৰে আমাক চাব। নিকুমণিয়ে মাথোঁ ১০ মিনিট বিচাৰি চৰকাৰক ভ্ৰূকুটি কৰিছিল। আৰু একাংশই জনপ্ৰিয়তা বুটলিবলৈ নিকুমণিকেই গিনিপিগ সজাই দিলে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: nikumonisilsako
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?
অসম

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

March 26, 2023
হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…
অসম

হাঁপানীৰ সমস্যাত ইনহেলাৰ ব্যৱহাৰ কৰে? ইনহেলাৰ ব্যৱহাৰত এইকেইটা ভুল কৰিলেই বিপদ অনিবাৰ্য…

March 18, 2023
‘বাবা ধৰা পৰিলে হাত দাঙি দিয়া’ এনকাউণ্টাৰ ভাৱি চিন্তি কৰা বস্তু নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Uncategorized

‘বাবা ধৰা পৰিলে হাত দাঙি দিয়া’ এনকাউণ্টাৰ ভাৱি চিন্তি কৰা বস্তু নহয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

March 15, 2023
জিঞ্জাৰ হোটেল উচ্ছেদ হ’বই, স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী অশোক সিংঘালে…
অসম

জিঞ্জাৰ হোটেল উচ্ছেদ হ’বই, স্পষ্ট কৰিলে কেবিনেট মন্ত্ৰী অশোক সিংঘালে…

March 11, 2023
Next Post
ৰাজনীতিত এইবোৰ থাকেই! মাত্ৰ দুখন আসন লাভ কৰিও মেঘালয়ত চৰকাৰ গঠন কৰিব বিজেপিয়ে…

ৰাজনীতিত এইবোৰ থাকেই! মাত্ৰ দুখন আসন লাভ কৰিও মেঘালয়ত চৰকাৰ গঠন কৰিব বিজেপিয়ে...

পৰকীয়া প্ৰেমৰ বাবেই বকোৰ আখতাৰে হত্যা কৰিলে পত্নীক! সবিশেষ…

পৰকীয়া প্ৰেমৰ বাবেই বকোৰ আখতাৰে হত্যা কৰিলে পত্নীক! সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.