• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…

দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…

4 years ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

3 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

1 hour ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

5 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

16 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

17 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

18 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…

editor by editor
March 11, 2023
in অসম, জীৱনশৈলী
0
দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হোমৰ গুৰিত দৰাক বহুৱাব নোৱাৰা অৱস্থা। বহি থাকিবলৈ দৰা শক্তিহীন হৈ পৰিছে। গোলাপী নিচাত মাতাল হৈ থকা দৰাক দেখিয়েই বিয়া কৰাবলৈ অমান্তি হয় কইনা। এই ঘটনা নলবাৰীৰ বৰখনাজানৰ।

মদৰ বাবেই ভাগিল এখন বিয়া। বিয়া কৰাবলৈ গৈ মদৰ নিচাত বিয়াথলীতে শুই পৰে দৰা। মদৰ নিচাত ফিটিং হৈ থকা দৰাক দেখি বিয়াত নবহিল কইনা। কইনা অবিহনে হোমৰ গুৰিৰ পৰা উভতিল দৰাঘৰীয়া৷ বৃহস্পতিবাৰৰ দিনটোত এই ঘটনা। দিনটোৰ ব্যস্ততাৰ অন্তত নিশা ১১ মান বজাত কইনা ঘৰত উপস্থিত হয় দৰা। গোলাপী নিচাত দৰাই স্থান-কাল-পাত্ৰ পাহৰিয়েই পেলাই।

সুৰাৰ নিচাতেই কইনা ঘৰৰ হোমৰ গুৰিত বেছিসময় বহি থাকিব নোৱাৰি বিবাহ মণ্ডপত শুই পৰে দৰা। লগে লগেই বিয়া নপতাৰ সিদ্ধান্ত লৈ কইনাই দৰাঘৰীয়াক যাবৰ বাবে নিৰ্দেশ দিয়ে। বিবাহ অনুষ্ঠান পৰিণত হয় ৰাইজ মেলৰ বাকৰিত। গাঁওপ্ৰধান, স্থানীয় জ্যেষ্ঠ নাগৰিক সমন্বিতে ৰাইজ আলোচনাত বহে। ইপিনে গোটেই ঘটনা সহিব নোৱাৰি কইনাৰ পিতৃক হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। এই বিষয়ক লৈ কইনা পক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে এই সমূহ ঘটনাক কেন্দ্ৰ কৰি দৰাপক্ষই আকৌ কইনাৰ ওপৰতেই অভিযোগ আনিছে। কইনাৰ অইন স্থানত কোনো সম্পৰ্ক থকাৰ বাবেই এই বিয়া বাতিল কৰাৰ অভিযোগ আনিছে দৰাৰ মাতৃয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

October 22, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

October 22, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

October 22, 2026
Next Post
হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.