• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

4 years ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

2 minutes ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

52 minutes ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

2 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

3 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

5 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

21 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

22 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

22 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

23 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

24 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

editor by editor
March 11, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ H3N2 ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ হৈ উঠিছে৷ বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে দেশৰ দুগৰাকী লোকৰ৷ মৃত দুগৰাকীৰ এজন হাৰিয়ানাৰ আৰু আনজন কৰ্ণাটকৰ বাসিন্দা৷ মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে৷ চিকিৎসকে প্ৰকাশ কৰাৰ মতে এই ভাইৰাছে আৰু কঠিন ৰূপ লোৱাৰো সম্ভাৱনা আছে৷ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে লবলগীয়া সাৱধানতাৰ কথাও উল্লেখ কৰিছে চিকিৎসকে৷

H3N2 ভাইৰাছে বিগত ছমাহৰ ভিতৰতেই সংক্ৰামক ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰিছে চিকিৎসকে৷ এই ভাইৰাছৰ নাম দিয়া হৈছে হংকং ফ্লু৷ ইনফ্লুয়েঞ্জা ভাইৰাছৰ তুলনাত এই ভাইৰাছ অধিক সংক্ৰামক৷ এই ভাইৰাছে শ্বাসনলীৰ লগতে হাওঁফাওঁতো বিশেষভাৱে প্ৰভাৱ পেলাই৷ শিশুসকলকো বাহিৰলৈ উলিয়াই নিওতে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী৷

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰিপোৰ্ট অনুযায়ী কৰ্ণাটকত H3N2ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ বয়স প্ৰায় ৮২ বছৰ৷ মৃত ব্যক্তিগৰাকী ডায়াবেটিছ আৰু উচ্চ ৰক্তচাপ জনিত ৰোগতো আক্ৰান্ত আছিল৷ চিকিৎসকে এই ৰোগক লৈ দিয়া প্ৰতিবেদনত উল্লেখ কৰামতে বয়স্ক লোকসকলে বিশেষ সতৰ্কতা অৱলম্বন কৰাটো অতি জৰুৰী৷ বিশেষকৈ যিসকল লোকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে, হাৰ্টৰ সমস্যা আছে তেওঁলোকে ঘৰৰ বাহিৰলৈ যাওঁতে সতৰ্ক হোৱাটো অতি জৰুৰী৷

শিশুসকলো এই ভাইৰাছত সহজেই আক্ৰান্ত হ’ব পাৰে৷ সেয়ে শিশু একোটাক পৰাপক্ষত জনসমাগমৰ পৰা আঁতৰাই ৰাখিব লাগে৷ বতৰৰ পৰিবৰ্তনৰ সৈতেও এই ভাইৰাছ অধিক সংক্ৰামক হৈ পৰিছে৷ কভিডৰ প্ৰকোপ কিছু ক্ষাম কটাৰ লগে লগেই আমি মাস্ক পৰিধান কৰিবলৈকো পাহৰি পেলাইছো৷ H3N2 সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মাস্ক পিন্ধাটোও অতি জৰুৰী৷ সঘনাই হাত ধোৱাটোও অতি জৰুৰী৷ সকলো সময়তে পানী লগত নাথাকিবও পাৰে সেয়ে ছেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰাটো প্ৰয়োজন৷ লেতেৰা হাতেৰে মুখ, চকু, নাক স্পৰ্শ কৰিব নালাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!
জীৱনশৈলী

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
Next Post
অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ...

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.