• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…

দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…

3 years ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

7 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

8 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

8 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

9 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

10 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

10 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

11 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

12 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

13 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

14 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

14 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…

editor by editor
March 11, 2023
in অসম, জীৱনশৈলী
0
দৰাৰ গোলাপী নিচা! হোমৰ গুৰিত বাগৰি পৰা দৰাক লৈ মাতৃয়ে ক’লে কইনাৰহে বেলেগ ধান্দা…
0
SHARES
10.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হোমৰ গুৰিত দৰাক বহুৱাব নোৱাৰা অৱস্থা। বহি থাকিবলৈ দৰা শক্তিহীন হৈ পৰিছে। গোলাপী নিচাত মাতাল হৈ থকা দৰাক দেখিয়েই বিয়া কৰাবলৈ অমান্তি হয় কইনা। এই ঘটনা নলবাৰীৰ বৰখনাজানৰ।

মদৰ বাবেই ভাগিল এখন বিয়া। বিয়া কৰাবলৈ গৈ মদৰ নিচাত বিয়াথলীতে শুই পৰে দৰা। মদৰ নিচাত ফিটিং হৈ থকা দৰাক দেখি বিয়াত নবহিল কইনা। কইনা অবিহনে হোমৰ গুৰিৰ পৰা উভতিল দৰাঘৰীয়া৷ বৃহস্পতিবাৰৰ দিনটোত এই ঘটনা। দিনটোৰ ব্যস্ততাৰ অন্তত নিশা ১১ মান বজাত কইনা ঘৰত উপস্থিত হয় দৰা। গোলাপী নিচাত দৰাই স্থান-কাল-পাত্ৰ পাহৰিয়েই পেলাই।

সুৰাৰ নিচাতেই কইনা ঘৰৰ হোমৰ গুৰিত বেছিসময় বহি থাকিব নোৱাৰি বিবাহ মণ্ডপত শুই পৰে দৰা। লগে লগেই বিয়া নপতাৰ সিদ্ধান্ত লৈ কইনাই দৰাঘৰীয়াক যাবৰ বাবে নিৰ্দেশ দিয়ে। বিবাহ অনুষ্ঠান পৰিণত হয় ৰাইজ মেলৰ বাকৰিত। গাঁওপ্ৰধান, স্থানীয় জ্যেষ্ঠ নাগৰিক সমন্বিতে ৰাইজ আলোচনাত বহে। ইপিনে গোটেই ঘটনা সহিব নোৱাৰি কইনাৰ পিতৃক হাস্পতালত ভৰ্তি কৰাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। এই বিষয়ক লৈ কইনা পক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে এই সমূহ ঘটনাক কেন্দ্ৰ কৰি দৰাপক্ষই আকৌ কইনাৰ ওপৰতেই অভিযোগ আনিছে। কইনাৰ অইন স্থানত কোনো সম্পৰ্ক থকাৰ বাবেই এই বিয়া বাতিল কৰাৰ অভিযোগ আনিছে দৰাৰ মাতৃয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
Next Post
হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.