• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

3 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

58 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

6 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

8 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?

editor by editor
April 8, 2023
in অসম, ক্ৰীড়া, ভাৰত
0
বৰ্ষাপাৰাত আকৌ বিফল ৰিয়ান পৰাগ! এটা অভাৰত ৪টা ছিক্স কেতিয়া আহিব?
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি আইপিএলৰ দ্বিতীয়খন মেচ৷ দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হৈছে মেচখন৷ টছত জিকি দিল্লী কেপিটেলছে প্ৰথমেই ফ্লিডিঙৰ সিদ্ধান্ত লয়৷ খেলৰ আৰম্ভনিতেই সকলোৰে দৃষ্টি আছিল ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসমৰ খেলুৱৈ ৰিয়ান পৰাগৰ ওপৰত৷ ৰিয়ান পৰাগে ঘৰুৱা মাটিত কেনে পাৰফৰ্মেন্স দেখুওৱাব? প্ৰথমখন খেলতো ৰিয়ানে যিহেতু ভাল ফল দেখুওৱাব পৰা নাছিল৷ ১২টা বলত ২০ ৰান কৰি আউট হয়৷

ৰিয়ানৰ এই বিফলতাৰ পাছতেই আজিৰ দিনটোৰ ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীসকলে আশা কৰি আছিল ৰিয়ানে কিবা এটা কৰিব! পিছে আজিৰ খেলটো ৰিয়ানে ১১ টা বলত ৭ ৰান কৰিয়েই আউট হয়৷ দিল্লী কেপিটেলছৰ বিৰুদ্ধে বেয়া ফলাফল দেখুওৱাৰ পাছতেই বহুসংখ্যক ক্ৰিকেটপ্ৰেমীয়েই এতিয়া আশাহত হৈ পৰিছে৷ বৰ্তমানলৈ ৰিয়ানে
৫০ খন মেচত ৪০ টা ইনিংছ খেলি ৫৬৫ ৰান কৰিবলৈহে সক্ষম হৈছে৷

ৰিয়ানৰ বেটিং এভাৰেজ ১৬.৩৫, খেলৰ পাৰফৰ্মেন্সৰ চৰ্চা চলোতেই শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ৰিয়ানৰ এটা পুৰণি টুইট৷ বিগত ১৪ মাৰ্চত ৰিয়ানে কৰিছিল এটা বিশেষ টুইট৷ এটা অভাৰত এই আইপিএলতেই ৪টা ছিক্স কোবাম বুলি টুইট কৰিছিল ৰিয়ানে৷ ৰিয়ানৰ ফেনসকল এতিয়া অপেক্ষাৰত ৰিয়ানৰ এই ৪টা ছিক্সৰ বাবে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী
ক্ৰীড়া

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

March 30, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?
ক্ৰীড়া

IPL 2026 ৰ প্ৰথমখন মেচত কি ১০ টা অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে?

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
Next Post
নাচ দেখিয়েই মুগ্ধ হৈছিল পৰিচালক! মিঠুনক এৰি নায়ক কৰা হৈছিল গোবিন্দক, কোনখন চিনেমাই ভাগ্য সলাইছিল চিচিৰ? সবিশেষ…

নাচ দেখিয়েই মুগ্ধ হৈছিল পৰিচালক! মিঠুনক এৰি নায়ক কৰা হৈছিল গোবিন্দক, কোনখন চিনেমাই ভাগ্য সলাইছিল চিচিৰ? সবিশেষ...

কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৩ গৰাকী কয়দী

কাৰাগাৰত কয়দীৰ মাজত বিয়পিছে HIV! HIVত আক্ৰান্ত হৈছে ৪৩ গৰাকী কয়দী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.