• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…

পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…

3 years ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

12 minutes ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

1 hour ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

2 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

2 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

3 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

3 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

4 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

4 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

4 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

15 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

15 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…

editor by editor
April 23, 2023
in অসম, বিবিধ, ভাৰত
0
পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰ নহয়, খালিস্তানী নেতা অমৃতপাল আৰু সহযোগীক ৰখাৰ বাবে কিয় অসমৰ কাৰাগাৰ বাচি লোৱা হ’ল? সবিশেষ…
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অমৃতপাল সিঙক কিয় পঞ্জাৱত গ্ৰেপ্তাৰ কৰাৰ পাছত অসমৰ কাৰাগাৰত ৰখা হৈছে। খালিস্তানী নেতা অমৃতপালক লৈ দেশজুৰি অব্যাহত আছে চৰ্চা। বহুতৰেই মনত প্ৰশ্ন অমৃতপাল আৰু সহযোগীক অসমলৈ কিয় অনা হ’ল? ৩৬ দিন পলাতক হৈ থাকি অৱশেষত দেওবাৰে অৰ্থাৎ আজি পঞ্জাৱৰ মোগাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অমৃতপালক। অৱশ্যে অমৃতপালৰ ঘনিষ্ঠসূত্ৰৰ দাবী, অমৃতপালে নিজেই ধৰা দিছে আৰক্ষীক। কিন্তু পঞ্জাৱ আৰক্ষীৰ আই জি চিখচেইন সিঙ গিলে কয়, ‘দেওবাৰে পুৱা ৭ বজাত মোগাৰ ৰোড গ্ৰামৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অমৃতপালক। তেওঁৰ বিৰুদ্ধে জাতীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আৰক্ষীয়ে গোটেই গাওঁখন ঘেৰি পেলাইছিল। ফলত অমৃতপালৰ হাতত বিকল্প কোনো পথ নাছিল। সেয়ে বাধ্য হৈ আত্মসমৰ্পন কৰিছে অমৃতপালে।

আইজিয়ে গ্ৰেপ্তাৰৰ লগে লগে কিয় অমৃতপালক অসমলৈ পঠিয়াই দিয়া হ’ল সেই সম্পৰ্কেও মন্তব্য দাঙি ধৰিছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি পঞ্জাৱ বা দিল্লীৰ কাৰাগাৰতো অমৃতপালক ৰখা সম্ভৱ যদিও সেই কাৰাগাৰ সমূহত বিভিন্ন ৰাজ্যৰ গেংষ্টাৰ বন্দী হৈ আছে। আৰু সেই গেংষ্টাৰসকলৰ লগত খালিস্তানী নেতাসকলৰ খুবেই ঘনিষ্ঠ সম্পৰ্ক আছে। এই গেংষ্টাৰসকলৰ লগত মিলি আকৌ একোটা চক্ৰ গঢ়ি তোলাৰ সম্ভাৱনা আছে। কেৱল সেয়াই নহয়, কাৰাগাৰৰ নিৰাপত্তাও বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে। সেয়ে কোনো খামখেয়ালী নহ’বৰ বাবে দিল্লী আৰক্ষীয়ে খালিস্তানী নেতাক বন্দী কৰি ৰখাৰ বাবে অসমৰ কাৰাগাৰেই বাচি লৈছে। ডিব্ৰুগড় কাৰাগাৰত আটাইকেইটা খালিস্তানী উগ্ৰপন্থীক ৰখা হৈছে।

ডিব্ৰুগড় চেণ্ট্ৰেল কাৰাগাৰ নিৰ্মাণ হৈছিল ১৮৫৯-৬০ চনত। অসমৰ আটাইতকৈ নিৰাপদ কাৰাগাৰ বুলি এই কাৰাগাৰক বহুতেই দাবী কৰে। উত্তৰপূবৰ আটাইতকৈ প্ৰাচীন কাৰাগাৰ ডিব্ৰুগড় চেণ্ট্ৰেল কাৰাগাৰ। বিচ্ছিন্নতাবাদী সংগঠন আলফাৰ বহু শীৰ্ষস্তৰৰ নেতাসকলকো এই কাৰাগাৰতেই বন্দী কৰি ৰখা হৈছিল। সেয়ে এই কাৰাগাৰকেই আটাইতকৈ নিৰাপদ স্থান বুলি মানি লোৱা হৈছে। কাঢ়া নিৰাপত্তাবেষ্টনীৰ মাজত অমৃতপাল সহিতে তেওঁৰ ঘনিষ্ঠ ৯গৰাকীক ৰখা হৈছে এই চেণ্ট্ৰেল কাৰাগাৰত।

খালিস্তানী নেতা আৰু তেওঁৰ সংগীকেওটাক ডিব্ৰুগড়লৈ অনাৰ পাছতেই নিৰাপত্তা আৰু বঢ়াই দিয়া হৈছে। কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি নিৰাপত্তাত কোনোধৰণৰ ত্ৰুটি তেওঁলোকে ৰখা নাই। খালিস্তানীকেইটাক লৈ অহাৰ পাছতেই বহুস্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কাৰাগাৰৰ যিকেইটা কোঠৰীত খালিস্তানী নেতাক ৰখা হৈছে সেইকেইটা কোঠৰীত চিচিটিভি কেমেৰা, চাৰ্ছ লাইট আদিৰো ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰোপৰি নিৰাপত্তাৰ বাবে চিআৰপিএফৰ ওপৰিও কামাণ্ডোও মোতায়েন কৰা হৈছে। জেলখনত মুঠ ৬৮০ জন বন্দী ৰখাৰ ব্যৱস্থা আছে। বৰ্তমান কাৰাগাৰত বন্দীৰ সংখ্যা ৪৩০ জন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
Next Post
হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

হাৰ্দিকৰ পৰা ৰোহিতলৈ! আইপিএলৰ মাজতেই অধিনায়কহীন হ’ব পাৰে ৫দল, আইপিএলত কৰা এটা ভুলৰ বাবেই জৰিমনা

মানৱ বোমাৰে উৰুৱাই দিয়া হ’ব মোদীক! বিজেপিৰ কাৰ্যালয়লৈ ধমকিসূচক চিঠি পঠিয়াই গ্ৰেপ্তাৰ কেৰালাৰ বাসিন্দা

মানৱ বোমাৰে উৰুৱাই দিয়া হ’ব মোদীক! বিজেপিৰ কাৰ্যালয়লৈ ধমকিসূচক চিঠি পঠিয়াই গ্ৰেপ্তাৰ কেৰালাৰ বাসিন্দা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.