• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে… বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে… বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

3 years ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

3 minutes ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

36 minutes ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

1 hour ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

10 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

11 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

12 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

12 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

13 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

13 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

14 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

14 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে… বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!

editor by editor
April 26, 2023
in অপৰাধ, জীৱনশৈলী, বিশ্ব
0
কাৰাগাৰ যাত্ৰা সঁচা হোৱাৰ দিশেৰে… বিশিষ্ট প্ৰবন্ধকাৰকো যৌন আতিশায্য চলাইছিল ট্ৰাম্পে!
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৰ্ণষ্টাৰক ধৰ্ষণ কৰাৰ অপৰাধৰ গোচৰত নাম সাঙোৰ খোৱা ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে আন এক গোচৰ। এগৰাকী আমেৰিকান মহিলা প্ৰবন্ধকাৰকো ধৰ্ষণ কৰিছিল ট্ৰাম্পে। কেৱল ধৰ্ষণ কৰাই নহয় প্ৰবন্ধকাৰগৰাকীক উপহাসো কৰিছিল ট্ৰাম্পে। আমেৰিকাৰ এখন আদালতত এই অভিযোগ উঠিছে ট্ৰাম্পৰ বিৰুদ্ধে। বিশিষ্ট প্ৰবন্ধকাৰগৰাকীৰ নাম জিন কেৰল। কিন্তু জিন কেৰলে অনা এই অভিযোগ অস্বীকাৰ কৰিছে ট্ৰাম্পৰ অধিবক্তাই। অধিবক্তাৰ দাবী যে ডনাল্ড ট্ৰাম্পৰ খ্যাতি আৰু ধনৰ বাবেই এই অভিযোগ আনিছে প্ৰবন্ধকাৰগৰাকীয়ে।

৭৯ বছৰীয়া কেৰলেৰ দাবী যে নব্বৈ দশকৰ সময়ছোৱাত ম্যানহাটনৰ ফিফথ এভিনিউৰ এক বিলাসবহুল ডিপাৰ্টমেণ্টেল ষ্টোৰতেই যৌন নিৰ্যাতন চলাইছিল ট্ৰাম্পে। অভিযোগ মতে ট্ৰাম্পে মহিলাৰ অন্তঃৰ্বাস উপহাৰ দিয়াৰ বিষয়ে পৰামৰ্শ বিচৰাৰ চলেৰে ট্ৰায়েল ৰুমৰ কাষলৈ মাতিছিল কেৰলক। আৰু ট্ৰায়েল ৰুমতেই ট্ৰাম্পে যৌন আতিশায্য চলাইছিল কেৰলক।

কেৰলৰ অধিবক্তা ছন ক্ৰাউলী মেনহেটনে আদালতক কোৱা অনুসৰি, ‘ট্ৰায়েল ৰুমলৈ কেৰলক মাতি নিয়াৰ পাছত ট্ৰায়েল ৰুমতেই জোৰ জবৰদস্তি কৰে ট্ৰাম্পে। ট্ৰাম্প শক্তিশালী মানুহ সেয়ে বাধা দিয়াৰ শক্তি হেৰুৱাই পেলাইছিল কেৰলে।’ ইপিলে ট্ৰাম্পে দাবী কৰা মতে এয়া সম্পূৰ্ণ মিছা। তেওঁ কেৰলক কেতিয়াও লগেই পোৱা নাই।

উল্লেখ্য যে, ইয়াৰ পাছতেই ২০১৯ চনত ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। শাৰীৰিক সম্পৰ্কক লৈ মুখ বন্ধ ৰখাৰ অভিযোগত পৰ্ণ তাৰকা ষ্টাৰ্মী ডেনিয়েলছক ধন দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল ট্ৰাম্প। আমেৰিকাৰ আইন অনুসৰি এই অভিযোগত দোষী সাব্যস্ত হ’লে ১৩৬ বছৰৰ জে’ল হ’ব পাৰে ট্ৰাম্পৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?
জীৱনশৈলী

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

May 8, 2026
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

May 8, 2026
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?
জীৱনশৈলী

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

May 8, 2026
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

May 7, 2026
Next Post
দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.