• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

3 years ago
ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

43 minutes ago
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

1 hour ago
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

2 hours ago
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

4 hours ago
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

13 hours ago
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

14 hours ago
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

14 hours ago
এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

এদিন বিৰাট কোহলিৰ সতীৰ্থ আছিল! এসময়ত IPLত যাৰ দাম আছিল কোটি টকা, আজি তেওঁ বেংকৰ সাধাৰণ কৰ্মচাৰী, কোন এই ক্ৰিকেটাৰ?

15 hours ago
ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

ভাদ্ৰ ৰাজযোগৰ শুভ সংযোগ, বুধবাৰে সিদ্ধিদাতাৰ কৃপাত কৰ্মত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

15 hours ago
‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

‘তুমি ধুনীয়া তুমি হট, বাকীখিনি ক’ব নোৱাৰো…’ ৰাজস্থান ৰয়েলছৰ ক্ৰিকেটাৰে কৰা মেছেজক লৈ বিস্ফোৰণ এইগৰাকী অভিনেত্ৰীৰ, কোন অভিনেত্ৰীয়ে কোন ক্ৰিকেটাৰৰ বিৰুদ্ধে আনিছে এই অভিযোগ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

editor by editor
April 26, 2023
in জীৱনশৈলী, বিশ্ব
0
৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এগৰাকী দুগৰাকী নহয়। ছগৰাকীকৈ পত্নী? পত্নীসকলক সময় দিওতেই দিনটো পাৰ হৈ যায়। গোটেই কেইগৰাকী পত্নীৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি চলে যুৱকজনে। প্ৰত্যেককেইগৰাকী পত্নীৰ সৈতে পৃথকে পৃথকে সময় কটাই যুৱকজনে। কেতিয়াবা যদি এজনী পত্নীৰ সৈতে এটা ঘৰত আনটো ঘৰত আনগৰাকী পত্নীৰ সৈতে তেনেকৈয়ে জীৱন চলি থাকে। কিন্তু এনেকৈ পৃথক পৃথক ঘৰত গৈ আমুৱাইছে যুৱকজন। সেয়ে এঘৰতেই আটাইকেইগৰাকী পত্নীৰ সৈতে সময় কটোৱাৰ পৰিকল্পনা কৰিছে যুৱকজনে। বেলেগ বেলেগ ঠাইলৈ গৈ নিশা কটোৱাতকৈ একেলগেই কটাবলৈ নিৰ্মাণ কৰিছে বিশেষ বিছনা।

২০ ফুটৰ বিশেষ বিছনাখন নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাজিলৰ বিশেষ যুৱকজনে। যুৱকজন প্ৰকৃততে বহুগামী। এগৰাকী নাৰীৰ সৈতে মন নভৰে যুৱকজনৰ। সেয়ে একাধিক সম্পৰ্কত বাৰে বাৰে বান্ধ খাই পৰে যুৱকজন। একাধিকবাৰ বিবাহো কৰাইছে যুৱকজনে। বৰ্তমান তেওঁৰ পত্নীৰ সংখ্যা ৬গৰাকী। সকলোকেইগৰাকী পত্নীৰ সৈতে একেখন ঘৰতে থাকিবৰ বাবে বিশেষ বিছনাখন তৈয়াৰ কৰিছে যুৱকজনে। ২০ ফুট দীঘল, ৭ ফুট বহল বিছনাখন এতিয়া সকলোৰে কৌতুহলৰ কাৰণ হৈ পৰিছে।

বিছনাখন নিৰ্মাণ কৰোতে যুৱকজনৰ যথেষ্ট খৰছো হৈছে। প্ৰায় ৮১ লাখ টকা দি নিৰ্মাণ কৰিছে বিশেষ বিছনাখন। এই বিছনাত ৬গৰাকী স্ত্ৰীৰ সৈতে আৰামত সময় অতিবাহিত কৰিব পাৰে। যুৱকজনে জনোৱা অনুসৰি এই বিশেষ বিছনাখন নিৰ্মাণ কৰিবলৈ ১৫ মাহ সময় লাগিছে। ১২ গৰাকী মিস্ত্ৰীয়ে লগ হৈ নিৰ্মাণ কৰিছে বিছনাখন। এই বিছনাখনত ব্যৱহাৰ হৈছে ৯৫০ টা স্ক্ৰু। ব্ৰাজিলৰ চাও পাওলোত বসবাস কৰা আৰ্থাৰ এতিয়া পত্নীসকলৰ বাবেই চৰ্চিত হৈ পৰিছে। তেওঁ এটা এডাল্ট ৱেবচাইটতো দৈনিক ভিডিঅ’ শ্বেয়াৰ কৰে। এই ৱেবচাইটৰ পৰা মাহিলী প্ৰায় ৫১ লাখ টকা আয়ো কৰে আৰ্থাৰে। ইনষ্টাগ্ৰামতো আছে আৰ্থাৰৰ প্ৰায় ২ লাখ ফলোৱাৰ্ছ।

নিয়মিতভাৱেই যৌন জীৱনৰ নানা ক্লিপ শ্বেয়াৰ কৰে আৰ্থাৰে। কেনেকৈ একাধিক পত্নীৰ সৈতে ভাৰসাম্য ৰখাই চলিব সেই সম্পৰ্কেও মন্তব্য কৰি আহিছে আৰ্থাৰে।
আৰ্থাৰে জনোৱা অনুসৰি তেওঁৰ যৌন জীৱন অতি সুখৰ। সকলোৰে সন্মতিতেই তেওঁ বহুগামী সম্পৰ্কত আছে। কোনগৰাকী পত্নীৰ সৈতে সময় কটাব সেই কথাও আগতেই থিৰাং কৰি লয় আৰ্থাৰে। আৰ্থাৰৰ পূৰ্বে পত্নীৰ সংখ্যা আছিল ৯ গৰাকী। কিন্তু ৪গৰাকীৰ পৰা বিবাহ বিচ্ছেদ লয় আৰ্থাৰে। ৫গৰাকী স্ত্ৰীৰ সৈতে কিছু দিন থকাৰ পাছত আন এগৰাকীক বিয়া কৰাই আৰ্থাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!
জীৱনশৈলী

ভুলতো কেঁচাই নাখাব এইবোৰ পাচলি, ক্ষতি কৰিব শৰীৰৰ!

June 3, 2026
বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন
জীৱনশৈলী

বৈভৱ সূৰ্যবংশীৰ সন্মুখত ভিন্ন কোম্পানীৰ শাৰী, এখন চুক্তিৰ বাবদ ১ কোটি টকা উপাৰ্জন

June 3, 2026
বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!
জীৱনশৈলী

বৃহস্পতিৰ কৃপাত মালামাল হ’ব ৫ ৰাশি, হাতলৈ আহিব ধন!

June 3, 2026
কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!
জীৱনশৈলী

কাঁহীৰ পৰিৱৰ্তে কেৰাহীতে খাদ্য খোৱাৰ অভ্যাস? দুৰ্ভিক্ষই দেখা দিব আপোনাক!

June 3, 2026
Next Post
দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

ৰোহিত বহু খেলিলা আইপিএলৰ পৰা অলপ বিৰতি লোৱা, এনেও মুম্বাই ইণ্ডিয়ানছে প্ৰথম ৪ত স্থান নাপায়ঃ সুনীল গাভাস্কাৰ

ৰোহিত বহু খেলিলা আইপিএলৰ পৰা অলপ বিৰতি লোৱা, এনেও মুম্বাই ইণ্ডিয়ানছে প্ৰথম ৪ত স্থান নাপায়ঃ সুনীল গাভাস্কাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.