• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

3 years ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

11 minutes ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

37 minutes ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

1 hour ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

2 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

3 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

3 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

4 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

4 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

5 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

6 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

6 hours ago
বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?

editor by editor
April 26, 2023
in ভাৰত, শিক্ষা
0
দ্বিতীয় শিক্ষিত ৰাজ্য মিজোৰামত ডিজিটেল বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ মুকলি, কেন্দ্ৰ মুকলি কৰি কি ক’লে মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে?
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিক্ষাক ডিজিটেলাইছ কৰাৰ ক্ষেত্ৰত C-20 কাৰ্যকৰী গোটে মুকলি কৰিছে বিশেষ কেন্দ্ৰ। আইজলত নতুনকৈ মুকলি কৰা হৈছে বিজ্ঞান-প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ চমুকৈ STI(Science-Technology-Innovation)। মিজোৰামৰ ৰাজ্যপাল শ্ৰী কে হৰিয়ে মুকলি কৰে এই বিশেষ কেন্দ্ৰটো। STI কেন্দ্ৰ উদ্বোধন কৰি ৰাজ্যপাল শ্ৰী কে হৰিয়ে কয় যে, ডিজিটেল ক্ষেত্ৰখনত ভাৰত দোপতদোপে আগবাঢ়িছে। আমি এতিয়া ৬জি সেৱা মুকলিৰ দিশেৰে গতি কৰিছো। ডিজিটেলী ভাৰতে বিপ্লৱেই গঢ়িছে তেনে সময়ত আমাৰ মৌলিক প্ৰয়োজন এতিয়া কেৱল খাদ্য, কাপোৰ, আশ্ৰয়ে হৈ থকা নাই। জীৱনটো এতিয়া কেৱল মৌলিক প্ৰয়োজন পূৰণতেই কোনোৱে সীমাবদ্ধ কৰি ৰাখিব খোজা নাই। দৈনিক আগবাঢ়িছে প্ৰযুক্তি। এই প্ৰযুক্তিৰ সৈতে হাতত ধৰি আমি আগুৱাব লাগিব। শিক্ষাৰ ক্ষেত্ৰৰ প্ৰসাৰ বঢ়াব লাগিব।
আধুনিক পৃথিৱীৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িবলৈ হ’লে এনেকৈ আগবঢ়াটো খুবেই জৰুৰী। শিকনৰ বাবে এতিয়া বিভিন্ন প্ৰযুক্তিগত আহিলাৰো প্ৰয়োজন এই আহিলাৰ অভাৱৰ বাবে কোনো পিছপৰি ৰ’ব নালাগে। তাৰবাবেই এই চেণ্টাৰ মুকলি কৰা বুলিও কয় ৰাজ্যপালগৰাকীয়ে।

ৰাজ্যপালগৰাকীয়ে লগতে কয়, ‘ভাৰতবৰ্ষ এতিয়া প্ৰযুক্তি বিদ্যাৰ কেন্দ্ৰও হৈ পৰিছে। দেশৰ জিডিপি কেৱল অৰ্থনীতিৰেই জোখা নহয়। জিডিপিৰ ক্ষেত্ৰত জ্ঞানী লোকৰ সংখ্যা দেশত কিমান? সেই কথাও অন্তৰ্ভূক্ত হৈ থাকে। সেয়ে জ্ঞান আৰু প্ৰযুক্তিৰেও আমি আগুৱাই যোৱাটো জৰুৰী। C-20 কাৰ্যকৰী গোটে এই সন্দৰ্ভত কাম কৰি আহিছে। C-20য়ে ডিজিটেল শিক্ষাক বিশেষ প্ৰাধান্য দিছে। ইপিনে এই অনুষ্ঠানতেই মিজোৰামৰ মুখ্য সচিব ড০ ৰেণু শৰ্মাই ভাষণত কয়, ‘ডিজিটেল সাক্ষৰতাৰ ক্ষেত্ৰত বৰ্তমান মোদী নেতৃত্বাধীন চৰকাৰক গুৰুত্ব অপৰিসীম। ডিজিটেল আন্তঃগাঁঠনিৰ বাবে ৰাজ্যখনত অধিক পুঁজিৰ প্ৰয়োজন হ’ব। শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এই পুঁজি ব্যয় কৰিবলৈ ইচ্ছুক। আমি গৌৰৱেৰে ক’ব পাৰো যে কেৰালাৰ পাছতেই মিজোৰামেই শিক্ষাৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। আমি সমঅধিকাৰক গুৰুত্ব দিও। সেয়ে আজি মিজোৰামত মহিলাৰ সাক্ষৰতাৰ হাৰ ৮৯.৭ শতাংশ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

৬গৰাকী পত্নী! একেলগে সময় কটাবৰ বাবে ২০ ফুটৰ বিছনা, সময় কটাবলৈকো ল’ব লাগে এপইণ্টমেণ্ট

দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.