• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

3 years ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

1 hour ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

2 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

2 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

2 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

3 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

4 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

4 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

5 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

5 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

6 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু

editor by editor
April 26, 2023
in অপৰাধ, অসম, ৰাজনীতি
0
দুৰ্নীতিৰ বোকাত পোত গৈছে অজিত ভূঞা! ৯০ লাখটকীয়া ৰাস্তা ক’ত? সাংসদ পুঁজি আত্মসাৎ কৰাৰ বাবে গোচৰ ৰুজু
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ স্থানীয় এলেকাৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত সাংসদ পুঁজিৰ ধন আত্মসাৎৰ অভিযোগত বুধবাৰে বিশেষ ভিজিলেন্স গোটে সাংসদ অজিৎ ভূঞাকে ধৰি ৪ গৰাকী আমোলা আৰু আন ৯ গৰাকী ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভিজিলেন্স কোষে ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ, ৰাজহুৱা সেৱকৰ দ্বাৰা অপৰাধমূলক আস্থা ভংগ, অপৰাধৰ প্ৰমাণ নোহোৱা কৰা বা অপৰাধ পৰীক্ষা কৰিবলৈ ভুৱা তথ্য দিয়া, প্ৰতাৰণা আৰু অসৎভাৱে সম্পত্তি লোৱা আৰু জালিয়াতিৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

অবৈধ উপায়েৰে অযথা সুবিধা লোৱা আৰু দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ ৰ বিধি অনুসৰি এই গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স কোষৰ অধীক্ষক ৰ’জী কলিতাই কয় যে, পথ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত সাংসদ পুঁজি আত্মসাৎ কৰাৰ অভিযোগত কোষটোৱে চলোৱা প্ৰাৰম্ভিক তদন্তত অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱা গৈছে। অভিযুক্ত অজিৎ কুমাৰ ভূঞাৰ বিৰুদ্ধে ভিজিলেন্স কোষে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা তদন্ত চলাই আহিছিল।

সাংসদগৰাকীৰ লগতে গোচৰ ৰুজু কৰা চাৰিজন এচিএছ বিষয়া মুনীন্দ্ৰ বৰদলৈ, শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা আৰু হেমন্ত কুমাৰ দত্ত। এই অভিযোগৰ পিছতে বিগত মাহত তেওঁলোকক নিলম্বন কৰা হৈছিল। স্মৰ্তব্য যে, যোৱা ফেব্ৰুৱাৰী মাহত ৰঙিয়াৰ কৃষ্ণ নগৰ মিলনপুৰৰ স্থানীয় ৰাইজে পথ নিৰ্মাণৰ বাবে অহা সাংসদ পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছিল যে পথসমূহ বাস্তৱত নিৰ্মাণ কৰা হোৱা নাছিল যদিও সাংসদগৰাকীয়ে কাগজে–পত্ৰই নিৰ্মাণ কৰা বুলি দেখুৱাইছিল। ইয়াৰ পিছতে ভূঞাই অঞ্চলটো পৰিদৰ্শন কৰি প্ৰয়োজনীয় কামবোৰ কৰিব আৰু তেওঁলোকৰ বাবে এটা পথ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
Next Post
ৰোহিত বহু খেলিলা আইপিএলৰ পৰা অলপ বিৰতি লোৱা, এনেও মুম্বাই ইণ্ডিয়ানছে প্ৰথম ৪ত স্থান নাপায়ঃ সুনীল গাভাস্কাৰ

ৰোহিত বহু খেলিলা আইপিএলৰ পৰা অলপ বিৰতি লোৱা, এনেও মুম্বাই ইণ্ডিয়ানছে প্ৰথম ৪ত স্থান নাপায়ঃ সুনীল গাভাস্কাৰ

বীয়েৰ খাবলৈ কেনেকুৱা! সেই কথা জনাই ফেছবুক পোষ্ট দি কাৰাগাৰৰ অতিথি হ’ল যুৱক

বীয়েৰ খাবলৈ কেনেকুৱা! সেই কথা জনাই ফেছবুক পোষ্ট দি কাৰাগাৰৰ অতিথি হ’ল যুৱক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.