• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেজীমলাৰ মাহীআইৰ সৈতে সংগীতাৰ জানো পাৰ্থক্য আছে? মনোৰোগ বিষয়ক জ্ঞান দিয়া সংগীতা কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?

তেজীমলাৰ মাহীআইৰ সৈতে সংগীতাৰ জানো পাৰ্থক্য আছে? মনোৰোগ বিষয়ক জ্ঞান দিয়া সংগীতা কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?

3 years ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

6 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

40 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

1 hour ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

তেজীমলাৰ মাহীআইৰ সৈতে সংগীতাৰ জানো পাৰ্থক্য আছে? মনোৰোগ বিষয়ক জ্ঞান দিয়া সংগীতা কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?

editor by editor
May 7, 2023
in অপৰাধ, অসম, জীৱনশৈলী
0
তেজীমলাৰ মাহীআইৰ সৈতে সংগীতাৰ জানো পাৰ্থক্য আছে? মনোৰোগ বিষয়ক জ্ঞান দিয়া সংগীতা কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে?
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ তাহানিতেই অসমীয়া সাহিত্যত তেজীমলাৰ কাহিনী লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল। মাহীমাকৰ অত্যাচাৰে কোঙা কৰা তেজীমলা। সংগীতা দত্তও জানো তেজীমলাৰ মাহীমাকতকৈ ক’ম? আচলতে চৰিত্ৰবোৰ বাস্তৱ জীৱনৰেই ওপৰত আধাৰিত সেই কথাকেই প্ৰমাণ কৰিলে চিকিৎসক দম্পত্তিয়ে। কিমান নিষ্ঠুৰ হ’লে ৩বছৰীয়া কণমানিগৰাকীক এনেদৰে শাস্তি বিহিব পাৰে? মহানগৰীৰ চিকিৎসক দম্পতিৰ শিশু নিৰ্যাতনৰ ঘটনা সমাজখনৰ বাবে অতি পৰিতাপৰ কথা।

কণমানিজনীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকেও প্ৰকাশ কৰিলে যে, কণমানিজনী শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। এয়া এখন সম্ভ্ৰান্ত ঘৰৰ মানৱ সেৱাৰ সৈতে জড়িত কৰ্মীৰ পৰা জানো কোনোবাই আশা কৰিব পাৰে! বিকৃত মানসিকতাৰ এয়া এক চূড়ান্ত উদাহৰণ। এই ঘটনা পোহৰলৈ অহাৰ পাছত সকলোৰে মনত এটাই কথা, আনক মানসিক ৰোগৰ চিকিৎসা কৰা সংগীতাচোন ব্যৱহাৰিক দৃষ্টিত একো একোজন মানসিক ৰোগীতকৈ কম নহয়।

সংগীতা দত্তৰ স্বামী ৱালিউলৰ পাছতেই কালি নিশা গ্ৰেপ্তাৰ হ’লল ডাঃ সংগীতাও। নিশা পানবজাৰ মহিলা থানাৰ লকআপত পাৰ হ’ল। পুৱাই লাল চাহ দুখন বিস্কুট খাই জেৰাৰ বাবে সাজু কৰা হৈছে সংগীতাক। কি কাৰণত সংগীতাই এই কাম কৰিছিল সেয়া হয়তো জেৰাৰ পাছতেই পোহৰলৈ আহিব। তাৰপাছত আৰু বাকী থাকিল কি? শিশুগৰাকীৰ দেহত যি আঘাতৰ চিন পোৱা গৈছে। সেই আঘাতেও বহু কথাই প্ৰকাশ কৰিছে।

ক্ষমতাবান লোকৰ সৈতে প্ৰতিদিনেই উঠা-বহা, সংবাদ মাধ্যমত চিৰিয়াছ কোনো বিষয়ক লৈ আলোচনা, সততে মনোৰোগ বিষয়ক জ্ঞান বিলাই ফুৰা সংগীতাৰ সাৰি যাবলৈ হয়তো বহু বাটেই খোলা আছে। সংগীতাৰ স্বামী ৱালিউলৰ বিৰুদ্ধে ১৯৩/২৩ নম্বৰৰ গোচৰ ৰুজু হৈছে। ভাৰতীয় দণ্ডবিধি ৩০৭/৩২৫/৩৪১/৩৪ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰৰ উপযুক্ত তদন্ত হ’ব লাগে বুলি ৰাজ্যজুৰি দাবীও উত্থাপিত হৈছে।

নিজৰ সপক্ষে বহু যুক্তি দাঙি ধৰা সংগীতা দত্তই গ্ৰেপ্তাৰৰ পাছত মুখ ঢাকি নিমাতে আছে। স্বামীক গ্ৰেপ্তাৰৰ পাছতেই ওখ দেৱালৰ ভিতৰত সংঘটিত ঘটনাৰ খবৰ আৰু ছবি কেনেকৈ পোহৰলৈ আহিল বুলি প্ৰশ্ন কৰাৰ লগতে এয়া তেওঁলোকক ফচোৱাৰ ষড়যন্ত্ৰও বুলি প্ৰকাশ কৰিছিল সংগীতাই। নিজৰ সপক্ষে যুক্তি দিলেও ভাইৰেল ভিডিঅ’ আৰু কণমানিটিৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ওলোৱা তথ্যই জানো মিছা কথা কৈছে। সংগীতাৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত তদন্ত চলাবনে? সেই বিষয়টোতহে এতিয়া ৰাজ্যবাসীৰ দৃষ্টি আৱদ্ধ হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
Next Post
আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

আমাৰ কোনো ৰজা নাই, ৰাজতন্ত্ৰ নিপাত যাওক! ৰজা চাৰ্লছৰ অভিষেকতেই শ্লোগান, গ্ৰেপ্তাৰ ৫২ জন লোক

এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

এই বেপাৰ এদিনীয়া নহয়! যোৰহাট কাণ্ডৰ নতুন কি কি আপডেট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.